Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

No Fly Zone : বিমান উৰণ নিষিদ্ধ বিশ্বৰ ঐতিহাসিক স্থান সমূহ

publisher by publisher
January 19, 2023
in International, News
Reading Time: 4 mins read
0
No Fly Zone : বিমান উৰণ নিষিদ্ধ বিশ্বৰ ঐতিহাসিক স্থান সমূহ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰচণ্ড তুষাৰপাতৰ ফলত এভাৰেষ্টত আবদ্ধ হৈ পৰিছে হেজাৰৰো অধিক পৰ্যটক!

Guwahati High Court-District Court Premises” Declared no Lly Zone:গুৱাহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ন’ ফ্লাই জ’ন” ঘোষণা

Covid-19 : তাজমহল দৰ্শন কৰিবলৈ অহা বিদেশী পৰ্যটনৰ দেহত ওলাল ক’ভিড

No Fly Zone :

শেহতীয়াকৈ বিশ্বৰ কোনবোৰ ঠাইৰ ওপৰত বিমান ব উৰিব নোৱাৰে সেই বিষয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল। আনহাতে এই সন্দৰ্ভত আলোচনা এই বাবেই কৰা হৈছিল যেতিয়া হিমালয়ান দেশ নেপালত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা  ৷ দুৰ্ঘটনাটোত বিমানখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে মৃত্যু হৈছিল সকলো যাত্ৰীৰ ৷

ADVERTISEMENT

নো-ফ্লাই জ’ন স্থায়ী আৰু অস্থায়ী দুয়োধৰণৰ। যিকোনো ৰাষ্ট্ৰীয় বা অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে চৰকাৰে সেই স্থানটো কিছু সময়ৰ বাবে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰে।

বহুসময়ত যুদ্ধ ক্ষেত্ৰবোৰক নো-ফ্লাই জ’ন হিচাপেও ঘোষণা কৰা হয়। কিন্তু এইবোৰৰ বাহিৰেও বিশ্বৰ এনে কিছুমান ঠাই আছে যাক স্থায়ীভাৱে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে।

এই বিষয়ে কিছু জানো আহক:

ডিজনী পাৰ্ক, কেলিফৰ্ণিয়া: ডিজনী পাৰ্ক সমগ্ৰ বিশ্বৰ লোকসকলৰ মাজত যথেষ্ট বিখ্যাত। এই ঠাইখন আপুনি কল্পনা কৰিব পৰাকৈ যাদুকৰী। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ডিজনী পাৰ্কৰ ওপৰেৰে বিমান উৰণত নিষেধাজ্ঞা আছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৯/১১ ৰ পিছত ডিজনী পাৰ্কৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এনে সিদ্ধান্ত তাৎক্ষণিকভাৱে লোৱা হৈছিল।

তিব্বত: তিব্বতক পৃথিৱীৰ সৰ্বোচ্চ অঞ্চলসমূহৰ ভিতৰত এক সুকীয়া বুলি গণ্য কৰা হয়৷ এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ১৬ হেজাৰ ফুট পৰ্যন্ত। ইয়াৰ ভিতৰত অৱস্থিত উচ্চ পৰ্বতবোৰৰ বাবে এই সুন্দৰ ঠাইখনত বিমান উৰণ নিষিদ্ধ কৰা হৈছে। এই ঠাইখন যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এক নো-ফ্লাই জ’ন ৰূপে চিহ্নিত কৰা হৈছে ৷

মাচু পিচু: পেৰুৰ মাচু পিচু, পৃথিৱীৰ সাতটা আশ্চৰ্যৰ ভিতৰত এটা৷ ইয়ো নো-ফ্লাই জ’নত অন্তভুৰ্ক্ত । এই অঞ্চল বিখ্যাত পৰ্যটন স্থল ৷ যাক ভ্ৰমণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকসকলে আহে। এই ঐতিহাসিক ঠাইখন দক্ষিণ আমেৰিকাৰ দেশ পেৰুত আছে। এই ঠাইখন উৰুবাম্বা উপত্যকাৰ ওপৰৰ এটা পাহাৰত সাগৰ পৃষ্ঠৰ পৰা ২,৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে বিখ্যাত৷ লগতে কেৱল ইয়াতে বিকশিত হোৱা বিৰল বন্যপ্ৰাণী আৰু উদ্ভিদ জীৱনৰ সংখ্যাৰ বাবেও বিখ্যাত বুলি গণ্য কৰা হয় ৷।

মক্কা: বিশ্বৰ ইছলাম ধৰ্মী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক স্থান হিচাপে বিবেচিত কৰা হয় । কোনো যাত্ৰীবাহী বিমানক মক্কা আৰু বিশেষকৈ পবিত্ৰ কাবাৰ ওপৰেৰে উৰা মাৰিবলৈ অনুমতি দিয়া নহয়। এইটো হজ যাত্ৰাৰ অন্তিম গন্তব্য স্থান আৰু ইছলামধৰ্মী বিশ্বাসৰ কেন্দ্ৰ হোৱাৰ বাবে বিখ্যাত।

তাজমহল: ভাৰতৰ আগ্ৰাত অৱস্থিত৷ তাজমহল হৈছে বিশ্বৰ স্থাপত্যবিদ্যাৰ আটাইতকৈ প্ৰতিষ্ঠিত আৰু আটাইতকৈ ধুনীয়া ঐতিহ্য। ইউনেস্কোৱে ১৯৮৩ত তাজমহলক ইয়াৰ গুৰুত্ব বিবেচনা কৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰিছিল। কোনো বিমানে ইয়াৰ ওপৰেৰে উৰিব নোৱাৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০০৬ত তাজমহলক ভ্ৰমণকাৰী পৰ্যটকসকলৰ সুৰক্ষাৰ বাবে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰিছিল।

বামিংহাম পেলেচ: ইউনাইটেড কিংডমৰ বাকিংহাম পেলেচো এক নো-ফ্লাই জ’নৰ অন্তভুৰ্ক্ত অঞ্চল। এইটো ব্ৰিটেইনৰ ৰজাৰ ৰাজহাউলি আৰু কাৰ্যালয় ৷ ইয়াক ইংৰাজ সকলে সন্মানৰ প্ৰতীক হিচাপে মান্যতা দি আহিছে । ব্ৰিটেইনৰ ৰাণী বা ৰজা ইয়াত বাস কৰে। প্ৰাসাদ আৰু ৰাজপৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এনে সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে এতিয়া ব্ৰিটেইনৰ আন বহুতো ঠায়ো নো ফ্লাই জ’ন অঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১০নং ডাউনিং ষ্ট্ৰীট, সংসদ ভৱন আৰু বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন।

বাৰ্চিলোনাৰ গাৱা অঞ্চল: স্পেইনৰ ৰাজধানী বাৰ্চিলোনাৰ গাৱাৰ অঞ্চলক পৰিৱেশগতভাৱে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে। প্ৰাপ্ত তথ্যানুসৰি ইয়াৰ উদ্ভিদ-প্ৰাণী অতি বিৰল৷ যাৰবাবে চৰকাৰে তাৰ থকা বায়ু দূষিত হোৱাটো নিবিচাৰে। উল্লেখযোগ্য বিশ্ব ফুটবলৰ মহাতাৰকা ফুটবল খেলুৱৈ লিঅনেল মেছিৰ ঘৰটোও এই অঞ্চলত অৱস্থিত।

এই সকলোবোৰৰ বাহিৰেও পৃথিৱীৰ বহু ঠাইত অস্থায়ীভাৱে নো-ফ্লাই জ’নৰ নিয়ম বলবৎ কৰা হৈছে। নো-ফ্লাই জ’নৰ অৰ্থ হৈছে এনে এক এলেকা যাৰ ওপৰত যিকোনো ধৰণৰ বিমান, যুঁজাৰু বিমান, হেলিকপ্টাৰ উৰণত নিষেধাজ্ঞা বলবৎ থাকে । নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এনেবোৰ সিদ্ধান্ত লয় সংশ্লিষ্ট দেশবোৰৰ প্ৰশাসনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barcelona GaiaBuckingham PlaceDisney ParksMachu-PicchuMeccaNo Fly ZoneTaj MahalTibet
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d