Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Lionel Messi : খেলপথাৰত মেছিয়ে জোৰকৈ সাৱটি ধৰা মহিলাগৰাকী মেছিৰ মাতৃ আছিল নেকি ?

publisher by publisher
December 23, 2022
in International, News, Sports
Reading Time: 2 mins read
0
Lionel Messi : খেলপথাৰত মেছিয়ে জোৰকৈ সাৱটি ধৰা মহিলাগৰাকী মেছিৰ মাতৃ আছিল নেকি ?
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোঁ ভাৰত সফৰত, নতুন ৰাফাল চুক্তিৰ সম্ভাৱনা

১১৪টা ৰাফাল ক্ৰয়ৰ অনুমোদন: ভাৰতৰ আটাইতকৈ বৃহৎ প্ৰতিৰক্ষা চুক্তিৰ পথ মুকলি

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

Lionel Messi :

১৮ ডিচেম্বৰত কাটাৰৰ লুচাইল আইকনিক ষ্টেডিয়ামত ট্ৰাইব্ৰেকাৰত ফ্ৰান্সক হৰুৱাই আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰা সেই বিৰল মুহূৰ্তত হঠাৎ আৰ্জেণ্টিনাৰ জাৰ্চি পৰিহিত এগৰাকী মহিলা খেলপথাৰলৈ সোমাই আহি মেছিৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

ADVERTISEMENT

মহিলাগৰাকীয়ে পাছফালৰ পৰা মেছিৰ পিঠিত হাত দিয়াৰ লগে লগে বিশ্বখ্যাত ফুটবলাৰজনে মহিলাগৰাকীক জোৰকৈ সাৱটি ধৰিছিল । যিটো ভিডিঅ’ ক্ষন্তেকতে ভাইৰেল হৈ পৰা দেখা গৈছিল ।

ভিডিঅ’টো প্ৰত্যক্ষ কৰি বহুতে কৈছিল, সেয়া মেছিৰ মাতৃ আছিল । সম্পূৰ্ণ আৱেগত সাৱটি ধৰা দৃশ্যটো দেখি প্ৰকৃততে মাতৃ-পুত্ৰৰ এক আন্তৰিক সময়ৰ বিৰল মুহূৰ্ত যেনেই লাগিছিল ।

কিন্তু প্ৰকৃতাৰ্থত সকলোৱে ভবাৰ দৰে সেই মহিলাগৰাকী মেছিৰ মাতৃ নাছিল । তেওঁ আছিল মেছিৰ ৰান্ধনী । উল্লেখ্য যে , মেছি য’লৈকে গৈছিল মহিলাগৰাকীকো লগত লৈ যায় । বৰ্তমান আৰ্জেণ্টিনা দলৰ হৈ কাম কৰি আছে মেছিৰ মাতৃসদৃশ মহিলাগৰাকীয়ে ।

মাতৃৰ চৰম মমতাভৰা এই দৃশ্য আছিল, আৰ্জেণ্টিনাই জয় লাভ কৰাৰ এই বিৰল মুহূৰ্তৰ অনন্য এক সাক্ষী । যি দৃশ্যই সকলোকে আৱেগিক কৰি তুলিছিল ।

https://youtu.be/nwxzFk9Cwd4

ইফালে বিশ্বৰ বহুকেইটা নামি-দামী মিডিয়াই প্ৰকাশ কৰিছিল যে, সেইয়া মেছিৰ মাতৃ আছিল । কোনো কোনো আক’ কৈছিল তেওঁ মেছিৰ মাতৃ নহয় । দৰাচলতে সকলোৱে ভবাৰ বিপৰীতে তেওঁ আছিল আৰ্জেণ্টিনা দলৰ সুদক্ষ ৰান্ধনী ।

প্ৰায় এক যুগতকৈ বেছি সময়ধৰি মেছিৰ ৰান্ধনী হিচাপে দায়িত্ব পালন কৰি আহিছে তেওঁ । আনকি কোপা আমেৰিকা কাপ জয়ৰ সময়তো তেওঁ দলটোৰ হৈ মূল ৰান্ধনী হিচাপে কাম কৰি আছিল ।

ৰন্ধাৰ অসাধাৰণ গুণৰ কাৰণে আৰ্জেণ্টিনা ফুটবল দলৰ সকলোৰে খুব প্ৰিয় এই মহিলাগৰাকী । সমান্তৰালকৈ তেওঁ দলটোৰ কাৰোবাৰ জন্মদিন উপলক্ষে বিভিন্ন ধৰণৰ কেক বনোৱাতো পাৰদৰ্শী ।

অত্যন্ত হাঁহিমুখীয়া এই মহিলাগৰাকীৰ এনে গুণৰ বাবেই মেছিৰ খুবেই প্ৰিয় হৈ পৰিছিল । আনকি বিশ্বকাপ জয়ৰ পাছত মেছিয়ে যেতিয়া পৰিয়ালৰ লগত আনন্দৰ দিন উদযাপন কৰিছিল, সেই সময়তো তেওঁ পৰিয়ালৰ সদস্যৰ দৰে মেছিৰ লগতে আছিল ।

সুদীৰ্ঘ ৩৬ বছৰৰ পাছত আৰ্জেণ্টিনাই কান্ধত তুলি লৈছিল বিশ্বকাপ । ১৯৮৬ চনৰ ডিয়েগো মাৰাডোনাৰ সেই আইকনিক ছবিৰ পুনৰাবৃতি ঘটে ২০২২ চনৰ কাটাৰ বিশ্বকাপত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArgentinaFranceLionel Messi
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d