Rickshow :মহানগৰীত মটৰচালিত ৰিক্সাৰ বিৰুদ্ধে অভিযান

২৫ খন মটৰচালিত ৰিক্সা জব্দ

WhatsApp Image 2023 01 23 at 3.59.06 PM

Rickshow :

মটৰচালিত ৰিক্সাৰ বিৰুদ্ধে মাৰাথন অভিযান ৷ গুৱাহাটী মহানগৰ ভিন্ন স্থানত জিএম চিয়ে অৰ্তকিতে অভিযানত ২৫ মটৰচালিত ৰিক্সা জব্দ কৰে ।

উল্লেখ্য যে,মহনগৰত দীৰ্ঘধৰি ধৰি চলি থকা মটৰ চালিত ৰিক্সাৰ বিৰুদ্ধে গুৱাহাটী পৌৰনিগমে কঠোৰ স্থিতি গ্ৰহণ কৰি ৰিক্সাা পৰা মটৰ খুলি দিয়াৰ নিৰ্দেষণা জাৰি কৰিছিল ৷

কিন্ত অধিকাংশ ৰিক্সাচালই খোলা নাছিল মটৰ ৷

তাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই নিজববীয়াকৈ মহানগৰীৰ ভিন্ন স্থানত উপস্থিত হৈ মটৰ ৰিক্সা পৰ্যবেক্ষণ কৰে ৷

Exit mobile version