Palashbari Fire :পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড!

জুইত জাঁহ গ'ল স্কিপাৰ লিমিটেড উদ্যোগৰ বহু সামগ্ৰী

ed878bdb 3ce5 4ab5 a665 6a9403a84c8c

Palashbari Fire :

পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। ক’লা ধোঁৱাই চানি ধৰিছে সমগ্ৰ অঞ্চল ৷ পলাশবাৰী পৌৰসভাৰ সমীপস্থ চিঞাহী প্ৰস্তুত কৰা স্কিপাৰ লিমিটেড কোম্পানীৰ ভৱনত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ জুয়ে পলকতে আগুৰি ধৰে মুল ভৱনটো। জুইত জাঁহ যায় বহুবোৰ বহু সা- সামগ্ৰী

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাপ্ত খবৰ অনুসৰি কোম্পানীৰ জাৱৰ-জোঁথৰত জুইৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে কোম্পানীয়ে সময়ে সময়ে পৰিত্যক্ত কাগজ-পত্ৰ সহ বিভিন্ন সামগ্ৰী মুকলিকৈ জ্বলাই দিয়াৰ সন্দৰ্ভত পলাশবাৰী অভিযোগ দি আহিছে যদিও কোনোধৰণৰ সময়োচিত ব্যৱস্থা লোৱা নাছিল ৷

আজি পুনৰ কোম্পানীটোৰ কৰ্মচাৰীয়ে জাৱৰ-জোঁথৰ জ্বলাই দিয়াৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডটো Car Accident : দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ : অভিযোগ ভুক্তভোগীৰহোৱাৰ অভিযোগ। ভয়ংকৰ অগ্নিকাণ্ডৰ পাছতে দহখনকৈ অগ্নিনিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৷

Exit mobile version