Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Personal Library :  এই দম্পতীৰ ঘৰতে আছে ৩২ হেজাৰ গ্রন্থৰ বিশাল পুথিভঁৰাল

publisher by publisher
January 30, 2023
in News, International
Reading Time: 2 mins read
0
Personal Library :  এই দম্পতীৰ ঘৰতে আছে ৩২ হেজাৰ গ্রন্থৰ বিশাল পুথিভঁৰাল
2
SHARES
22
VIEWS
ShareShareShareShare

Personal Library :

কথাতে কোৱা হয় যে গ্ৰন্থ হৈছে মানুহৰ সবাতোকৈ ভাল বন্ধু। আচলতে কেৱল জ্ঞান অর্জনৰ বাবেই নহয়, গ্ৰন্থক এবাৰ বন্ধু হিচাপে আদৰি ল’লে জীৱনত নিসংগতাবোধ কেতিয়াও নহয়।

ADVERTISEMENT

সেয়েহে আজি ডিজিটেলৰ যুগতো গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ অটুট আছে। প্রতিবছৰে বিশ্বজুৰি অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত অগণন লোকে ভিৰ কৰাৰ লগতে বহু গ্রন্থই বিক্ৰীৰ অভিলেখ ৰচি আহিছে।

RelatedPosts

Passport:সন্তানক বিমান বন্দৰতে এৰি ফুৰিবলৈ গ’ল পিতৃ-মাতৃ

সকলো বয়সৰ লোকেই নানা বিষয়ৰ গ্ৰন্থ পঢ়িবলৈ ভাল পায়। সময় ভালদৰে অতিবাহিত কৰাৰ এক মাধ্যম হৈছে গ্ৰন্থ অধ্যয়ন। গ্রন্থ ক্ৰয় কৰি অধ্যয়ন কৰাৰ লগতে বহুতে পুথিভঁৰালৰ পৰা গ্ৰন্থ সংগ্রহ কৰি অধ্যয়ন কৰে।

গ্ৰন্থপ্রেমীয়ে সাধাৰণতে নিজৰ বাসগৃহতো সৰুকৈ হ’লেও গ্ৰন্থৰ সংগ্ৰহালয় বা নিজা পুথিভঁৰাল এটা তৈয়াৰ কৰি লয়। কিন্তু বাসগৃহত বিশাল পুথিভঁৰাল স্থাপন কৰাৰ কথা কেতিয়াবা শুনিছে নে? হয় আমেৰিকাত আছে এনে এক দম্পতী যাৰ বাসগৃহত সংগ্ৰহ কৰা হৈছে ৩২০০০ ৰো অধিক নান বিষয়ক গ্রন্থ।

অবিশ্বাস্য যেন লাগিলেও সম্প্রতি গ্রন্থ সংগ্ৰহৰ জৰিয়তে সামাজিক মাধ্যমত ভাইৰেল হ’ল আমেৰিকাৰ এই দম্পতী। কেথলিন অ’নিল গীয়েৰ নামৰ এজন আমেৰিকাৰ স্থপতিবিদে টুইটাৰত তেওঁৰ ব্যক্তিগত পুথিভঁৰালৰ কথা শ্বেয়াৰ কৰিছে।

বিশাল আকাৰৰ উক্ত পুথিভঁৰালত সংগ্ৰহ কৰি ৰখা হৈছে ৩২ হেজাৰৰো অধিক গ্রন্থ। গীয়েৰে জনোৱা অনুসৰি, তেওঁৰ ব্যক্তিগত পুথিভঁৰালত নানা বিষয়ৰ গ্ৰন্থ আছে। বিভিন্ন ধৰণৰ গ্ৰন্থ এই পুথিভঁৰালত অতি যতনৰে সংগ্ৰহ কৰি ৰখা বুলি গীয়েৰে জানিবলৈ দিয়ে।

টুইটাৰত এই কথা প্ৰকাশ কৰি গীয়েৰে কয়, ‘মোৰ ব্যক্তিগত পুথিভঁৰালত ৩২,০০০ গ্ৰন্থ আছে। মোৰ এনে ধাৰণা হয় যে আন মানুহে যেন কেৱল গাড়ী আৰু জাহাজহে ক্ৰয় কৰিছে। কিন্তু মোৰ বাবে আচল সম্পদ হৈছে এইসমূহ গ্রন্থ।’

সামাজিক মাধ্যমত সম্প্রতি গীয়েৰৰ এই ব্যক্তিগত পুথিভঁৰালটোৱে বিশেষ চৰ্চা লাভ কৰিছে। টুইটাৰত গীয়েৰৰ এই প’ষ্ট তিনিকোটি লোকে দৰ্শন কৰাৰ লগতে ৫৩ হেজাৰ লোকে এই প’ষ্ট ‘লাইক’ কৰিছে। গ্ৰন্থ এইদৰে নিজ বাসগৃহত সংৰক্ষণ কৰাৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে গীয়েৰক প্ৰশংসাও কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: America couplePersonal Library
publisher

publisher

Related Posts

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d