Saraighat Suicide: শৰাইঘাট দলঙত পুনৰ অঘটন !

WhatsApp Image 2023 02 07 at 6.25.25 PM

Saraighat Suicide:

শৰাইঘাটত পুনৰ আত্মহত্যাৰ ঘটনা ৷ শৰাইঘাট দলঙৰ পৰা জঁপিয়াই আত্মহত্যা এজন যুৱকৰ ৷ দলঙৰ ওপৰত উদ্ধাৰ যুৱকজনৰ বাইক, টিফিন বক্স ৷

উল্লেখ্য যে, ২৪ ঘন্টাৰ ভিতৰত শৰাইঘাট দলংত সংঘটিত হয় দুটাকৈ আত্মহত্যাই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চাল্যৰ ৷

Exit mobile version