Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guinness World Record:একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীয়ে বিহু নাচিব ১৪ এপ্ৰিলত

চৰকাৰৰ উদ্যোগত গিনিজ বিশ্ব অভিলেখৰ প্ৰস্তুতি

publisher by publisher
February 10, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Guinness World Record:একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীয়ে বিহু নাচিব ১৪ এপ্ৰিলত
2
SHARES
24
VIEWS
ShareShareShareShare

Guinness World Record:

অসমীয়াৰ বিহু নাচক বিশ্বদৰবাৰত সন্মান জনক স্থানত উপবিষ্ট কৰোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তথা ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীৰ দ্বাৰা বিহূনাচ পৰিৱেশনৰ জৰিয়তে গিনিজ বিশ্ব অভিলেখৰ বাবে এক প্ৰস্তুতি চলোৱা হৈছে।

ADVERTISEMENT

WhatsApp Image 2023 02 10 at 20.19.55এই সন্দৰ্ভত আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

মন্ত্রী বিমল বড়াৰ লগতে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব বি ছামাল, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কৰ আয়ুক্ত ৰাকেশ আগৰৱাল, পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ক্ৰীড়া আৰু যুবকল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীকে ধৰি ভালে সংখ্যক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভা খনত গিনিজ বুক অৱ ৰেকৰ্ডছত বিহূনাচৰ অন্তর্ভুক্তিৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।

WhatsApp Image 2023 02 10 at 20.17.50এই আয়োজনৰ বাবে সংস্কৃতিক মন্ত্রী বিমল বড়া, পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু শিক্ষা মন্ত্ৰী ডা০ৰণোজ পেগুকলৈ চাৰিজনীয়া মন্ত্রী গোট এটি গঠন কৰি দিয়া হৈছে।

তদুপৰি বিমলা গগৈ, সোমনাথ বড়া ওজা, অনিল শইকীয়া, প্ৰসন্ন গগৈ, মাধুৰীমা চৌধুৰী, প্ৰবীণ কুমাৰ শইকীয়া, জয়ন্ত সোণোৱাল, স্মৃতি ৰেখা শইকীয়া, মহেন্দ্র চুতীয়া, প্ৰদীপজ্যোতি নেওগ, ৰঞ্জিত গগৈ আৰু সুদৰ্শন ঠাকুৰকলৈ এখনি বিশেষজ্ঞ সমিতিও গঠন কৰি দিয়া হৈছে ৷

দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকি প্ৰত্যক্ষ কৰিব লগা অভিলেখ সৃষ্টিকাৰী এই বিহূ নাচ যাতে সঠিক ৰূপত উপস্থাপন কৰিব পৰা যায় সেই বিষয়ে বিশদ ভাৱে সভাত আলোচনা কৰা হয়।

অহা ১৪ এপ্ৰিলত অভিলেখৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থাপন হ’ব লগা বিহূ নাচৰ বাবে ১০ হেজাৰ বিহূৱা আৰু বিহূৱতীক ৰাজ্যৰ বিভিন্ন স্থানত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

ইয়াৰ বাবে জিলা পৰ্যায়ত ১মাৰ্চৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰশিক্ষক সকলক অহা ২০,২১আৰু ২২ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ দিয়া হব।

সাত হেজাৰ নাচনী আৰু তিনি হেজাৰ বিহূৱাই অংশ গ্ৰহণ কৰিব লগা এই বিহূ নাচ ১৫ মিনিটৰ বাবে পৰিৱেশন কৰা হ’ব।
বিহূৱা আৰু বিহূৱতীয়ে পৰম্পৰাগত ভাৱে পৰিৱেশন কৰিবলগীয়া নাচ তথা পৰিধান কৰিব লগা সাজ- পাৰৰ পৰা আৰম্ভ কৰি বাদ্য, অলংকাৰ আদিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়।

সভাত দৃশ্য শ্ৰব্য মাধ্যম যোগে প্ৰদৰ্শন কৰিব লগা বিহূনাচৰ এক নমুনাও প্ৰদৰ্শন কৰা হয়। সভাত  মন্ত্রী আৰু বিষয়া সকলৰ লগতে ইয়াৰ বাবে গঠন কৰি দিয়া কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সকলো উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bihu DanceCm Himanta Biswa SarmaGuinness World RecordPM Narendra ModiSarusajai Stadium
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d