Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Seemanta Sports Festival :সামৰণি পৰিল সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বৰ্ণাঢ্য সামৰণি তিনিদিনীয়া ক্ৰীড়া মহোৎসৱৰ

publisher by publisher
January 13, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Seemanta Sports Festival :সামৰণি পৰিল সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩
2
SHARES
19
VIEWS
ShareShareShareShare

Seemanta Sports Festival :

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সীমান্ত ক্ৰীড়া মহোৎসৱ‘২৩ৰ  সফল সমাপ্তি ঘটে।

ADVERTISEMENT

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যোৱা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰাজ্যিক পৰ্য্যায়ৰ এই প্ৰতিযোগিতাখনত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমামুৰীয়া ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ, কাছাৰ আৰু কৰিমগঞ্জ -এই ৯ খন জিলাৰ মুঠ ৭২৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

WhatsApp Image 2023 01 13 at 6.10.23 PMউল্লেখ্য যে, ৰাজ্যিক পৰ্য্যায়ৰ এই প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে সেই জিলা কেইখনত অনুষ্ঠিত হৈ যোৱা জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহত মুঠ ৮ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল।

দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ওদালগুৰি জিলাই ৭টা সোণ আৰু ৪টা ৰূপৰ পদক লাভ কৰি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে।

WhatsApp Image 2023 01 13 at 6.10.24 PMদ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে তামুলপুৰ আৰু বাগছা জিলাই । ইপিনে তিনিদিনীয়া এই প্ৰতিযোগিতাখনৰ প্ৰথম দিনাৰ বৰ্ণাঢ্য উদ্বোধনী সমাৰোহৰ  অন্তত যোৱাকালি সন্ধিয়া অনুষ্ঠিত হোৱা সামৰণি সমাৰোহৰ বৰ্ণাঢ্য অনুষ্ঠানে সৰুসজাই ষ্টেডিয়ামত উপস্থিত থকা সকলোৰে মন মুহিবলৈ সক্ষম হয়।

সামৰণি সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চুবেই নিজৰ ভাষণত এই প্ৰতিযোগিতাখনত অংশ লোৱা ফুটবল খেলুৱৈ সকলোৰ মাজৰ পৰা পুৰুষ আৰু মহিলা শাখাৰ তিনিগৰাকীকৈ খেলুৱৈক অসম ফুটবল দলৰ ১৯ অনুৰ্ধ ( under 19)ৰ ট্ৰায়ালত অংশ লোৱাৰ সুযোগ দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে।

আজিৰ এই সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস আৰু বিটিআৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ৰ (Sports & Youth affairs) কাৰ্য্যবাহী সদস্য দাওবৈছা বড়োৱে।

WhatsApp Image 2023 01 13 at 6.10.25 PMদিল্লীৰ হন্স ফাউণ্ডেচনৰ মুখ্য অপাৰেচ’নাল হেড তথা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত ব্ৰীগেডিয়াৰ এছ কাটাৰীয়া আৰু সংগঠনটোৰ অপাৰেচ’নাল হেড বিকাশ বাৰ্মাও বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল।

 এই কাৰ্য্যসূচীত বিজয়ী প্ৰতিযোগীসকলক আনুষ্ঠানিক ভাৱে বঁটা প্ৰদান কৰাৰ অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে  সীমান্ত ক্ৰীড়া মহোৎসৱ’২৩ ৰ সফল পৰিসমাপ্তি ঘটে।

এই সামৰণি অনুষ্ঠানত সীমান্ত ক্ৰীড়া মহোৎসৱৰ সৈতে সংগতি ৰাখি “ক্ৰীড়া” নামৰ এখনি স্মৰণিকাও আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiSarusajai StadiumSeemanta Chetana Mancha PurvottarSeemanta Sports Festival
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d