13 Governors Appointed By President : দেশৰ ১৩ ৰাজ্যপাল নিযুক্তি ৰাষ্ট্ৰপতিৰ

Untitled design 43 1 960x540 1

13 Governors Appointed By President :

১) অসমৰ নতুন ৰাজ্যপাল নিযুক্তি। গুলাব চান্দ কাটাৰীয়াক অসমৰ ৰাজ্যপাল নিযুক্তি ৷

২) লেফটেনেণ্ট জেনেৰেল কৈৱাল্যা ত্ৰিবিক্ৰম পৰ্ণাইক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল৷

৩) লক্ষ্মণ প্রসাদ আচাৰ্যক ছিকিমৰ ৰাজ্যপাল ৷

৪) চি পি ৰাধাকৃষ্ণনক ঝাৰখণ্ডৰ ৰাজ্যপাল৷

৫) শিৱ প্ৰতাপ শুক্লাক হিমাচল প্ৰদেশৰ ৰাজ্যপাল৷

৬) ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) এছ আব্দুল নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি

৭) অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দনক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

৮) মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি ছত্তীশগড়ৰ ৰাজ্যপাল অনুছুইয়া উইক্যে।

৯) মণিপুৰৰ ৰাজ্যপাল লা গণেশনক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি।

১০) বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি৷

১১) হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক বিহাৰৰ ৰাজ্য পাল হিচাপে নিযুক্তি

১২) ৰমেশ বইছক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল নিযুক্তি৷

১৩) লাডাখৰ উপ-ৰাজ্যপাল ব্রিগ. (ডাঃ) বি ডি মিশ্র (অৱসৰপ্ৰাপ্ত), অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লাডাখৰ উপ-ৰাজ্যপাল হিচাপে নিযুক্তি৷

Exit mobile version