Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Dr.Bezbaruah-২:অসমৰ ছবি জগতত আলোড়ন

দুই কোটি ক্লাৱত 'ডক্তৰ বেজবৰুৱা ২'

publisher by publisher
February 9, 2023
in Entertainment
Reading Time: 3 mins read
0
Dr.Bezbaruah-২:অসমৰ ছবি জগতত আলোড়ন
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Dr.Bezbaruah-২:

অভিলেখৰ পাছত অভিলেখ ৰচনা কৰি অসমীয়া ছবিজগতত আলোড়ন সৃষ্টি কৰা ডক্তৰ বেজবৰুৱা ২’-এ প্ৰৱেশ কৰিলে ২ কোটিৰ ক্লাবত ৷

ADVERTISEMENT

দীর্ঘ বিৰতিৰ অন্তত এখন অসমীয়া ছবিক সৰ্বস্তৰৰ দৰ্শকে আদৰি লোৱাত আটাইকে ধন্যবাদ জনাইছে ছবিখনৰ নিৰ্মাতা গোষ্ঠী এ এম টেলিভিচনে।

বৃহস্পতিবাৰে এক সংবাদমেলত ডক্তৰ বেজবৰুৱা ২ৰ প্ৰযোজক ড০ সঞ্জীৱ নাৰায়ণে কয় যে ‘ডক্তৰ বেজবৰুৱা ২-এ অসমীয়া ছবিৰ সকলো অভিলেখ ভংগ কৰিলে। কেবল সিমানেই নহয় book my showৰ তালিকাত ১০ৰ ভিতৰত ৯.১ পইণ্ট লাভ কৰিছে ‘ডক্তৰ বেজবৰুৱা- ২’ই।

যি সময়ত ‘পাঠান ছবিখন সর্বত্র চর্চিত আছিল, সেই সময়ত ‘ডক্তৰ বেজবৰুৱা হ’ব book my showৰ ৰেটিঙে ‘পাঠান ক অতিক্ৰম কৰিলে। প্ৰতিদিনে অসমৰ ছবিঘৰত গড় হিচাপে ২০০টা দর্শনী প্ৰদৰ্শিত হৈছে আৰু প্ৰতিটো দর্শনীয়েই ‘হাউছফুল’। ১৫০০ দর্শনী সম্পূর্ণ হাউছফুল’ অসমীয়া বোলছবিৰ আন এক অভিলেখ কেৱল অসমতেই নহয়, দিল্লী, বাংগালুৰু, চেন্নাইত ‘ডক্তৰ বেজবৰুৱা ২’ চাবলৈ ছবিঘৰত দর্শক উবুৰি খাই পৰিছে। ডুবাই, অস্ট্রেলিয়া, কানাডা, ওমান আদি দেশৰ পৰা অসমীয়া দৰ্শকৰ অনুৰোধ আহিছে— যেনেতেনে সেই দেশবোৰত ছবিখন প্ৰদৰ্শন কৰিবৰ বাবে। দৰ্শকৰ এনে সঁহাৰিত আমি অভিভূত।

সেয়ে অচিৰেই আমি ছবিখন ইংৰাজী Subtitle কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিম। লগতে খুব সোনকালে হিন্দী ভাষাত ডাবিং হ’ব ‘ডক্তৰ বেজবৰুৱা ২’। Subtitle, Dubbingৰ উপৰি আমি ছবিখন ভ্ৰাম্যমাণ প্রদর্শনীৰ যোগেদি গাঁৱে-ভূঞে প্রদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। আমি নিশ্চিত গ্ৰামাঞ্চলৰ দৰ্শকে ‘ডক্তৰ বেজবৰুৱা ২-ক উৎসাহেৰে আঁকোৱালি ল’ব। ছবিঘৰ আৰু ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ উপৰি ডক্তৰ বেজবৰুৱা ২’ প্রদর্শিত হ’ব PRAGPLAY নামৰ OTT প্লেটফৰ্মত। আমি এই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছো অচিৰেই বিদেশতো ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। ৷

সংবাদমেলখনত উপস্থিত থাকি প্রযোজক ডাঃ অক্ষতা নাৰায়ণে কয় যে অসমীয়া ছবিলে সোণালী যুগ ঘূৰি আহিছে । যোৱা দিনকেইটাত আপোনালোক সকলোৱে দেখিছে কিদৰে ছবিগৃহত দৰ্শকে ভিৰ কৰাই নহয়, চিনেমা হল কর্তৃপক্ষই হলৰ ভিতৰত অতিৰিক্তভাৱে প্লাষ্টিকৰ চকী, চোফা আদিৰ ব্যৱস্থা কৰি দিব লগা হৈছে। ইয়ে প্ৰমাণ কৰিছে দৰ্শকে এখন ভাল ছবি পালেই চাব। এতিয়াৰে পৰা আমাৰ দায়িত্ব আৰু বাঢ়িল। এই দাযিত্ব হ’ল অসমৰ দৰ্শকক একো একোখন ভাল ছবি উপহাৰ দিবই লাগিব। আমাৰ বিশ্বাস আমি পাৰিম। দক্ষিণৰ ছবিয়ে যিদৰে নিজৰ স্বকীয়তা বজাই ৰাখি ছবি নিৰ্মাণ কৰি সফল হৈছে, ঠিক একেদৰে আমিও অসমীয়া ছবিক এটা স্তৰলৈ নিয়াৰ প্ৰয়াস কৰিম।

উল্লেখযোগ্য যে অসমৰ প্ৰতিটো ছবিগৃহতে আজিৰ দিনটোত হাউছফুল “ডক্তৰ বেজবৰুৱা ২’। বহু স্থানত দর্শকে টিকট নাপায় উভতি যাব লগা পৰিৱেশৰ সৃষ্টি হৈছে।
আনহাতে ৰাজ্যৰ যিসমূহ স্থানত ছবিগৃহ নাই, সেই স্থানৰ দৰ্শকেও যাতে ‘ডক্তৰ বেজবৰুৱা ২’ চাব পাৰে তাৰ বাবে এ এম টেলিভিছনে পৰিবহণৰ ব্যৱস্থা কৰি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamese MovieBox Office RecordDr. BezbaruahM M TelevisionPressmeet
publisher

publisher

Related Posts

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ
Entertainment

বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

May 8, 2026
২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া
Entertainment

২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d