Palashbari : গাৰ নোম শিয়ৰি উঠা এটা ভয়ানক দৃশ্য !

7d9326f4 4226 4fea 8c29 d3c6ccded1ca 1

Palashbari :

একমাত্ৰ যৌতুকৰ বাবেই বোৱাৰীক ৰছীৰে বান্ধি শাস্তি ।

এই ঘটনা সংঘটিত হৈছে অসমৰে এখন ঠাইত ।

মাত্ৰ পাঁচ দিন পূৰ্বেই জন্ম হোৱা সন্তানকো প্ৰহাৰৰ অভিযোগ ।

পলাশবাৰীত স্বামীৰ ঘৰৰ পৰিয়ালৰ লোকে এনেদৰে ৰছীৰে বান্ধি অত্যাচাৰ চলাইছে এগৰাকী মহিলাক ।

Exit mobile version