Chandramohan- Rita Chaudhary Doughter kristi kashyap gets married:বিবাহপাশত আবদ্ধ হ’ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু লেখিকা ৰীতা চৌধুৰীৰ কন্যা কৃষ্টি কাশ্যপ

WhatsApp Image 2023 02 24 at 13.35.05 1

Chandramohan-Rita Chaudhary Doughter kristi kashyap Gets Married:

বিবাহপাশত আবদ্ধ হ’ল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু লেখিকা ৰীতা চৌধুৰীৰ কন্যা কৃষ্টি কাশ্যপ। প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী অংকুৰ শইকীয়াৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে কৃষ্টিয়ে।

অংকুৰ শইকীয়া বিশিষ্ট চিকিৎসক ডাঃ অঞ্জন শইকীয়াৰ পুত্ৰ । নিজৰ কন্যা আৰু জোৱাঁইৰ বিয়াৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা তথা আশীৰ্বাদ জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

Exit mobile version