Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সাহায্য দিবলৈ গৈয়ে জীৱনসংগিনী পালে যুৱকে

publisher by publisher
May 29, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
সাহায্য দিবলৈ গৈয়ে জীৱনসংগিনী পালে যুৱকে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

সমগ্ৰ বিশ্বতে অসংখ্যজনে বিৰহৰ বেদনা সহ্য কৰিবলগীয়া হৈছে কৰ’না ভাইৰাছৰ আক্ৰমণৰ বাবে অথচ সেই কৰ’না ভাইৰাছে মিলন ঘটোৱা এক ঘটনাও সম্প্ৰতি পোহৰলৈ আহিছে । কৰ’না প্ৰতিৰোধৰ বাবে তলাবন্ধৰ ফলত বহুলোকেই খাবলৈ নোপোৱাৰ অৱস্থা সৃষ্টি হৈছে । সেয়ে প্ৰায়েই ৰাস্তাৰ দাঁতিত আৰ্তজনৰ শাৰী দেখা যায় । তেনে এক শাৰীতে নিয়মিত ৰূপে খাদ্য দিবলৈ আহিছিল এজন যুৱক । কিন্তু সেই অসহায় মুখসমূহৰ ভিতৰতে এখন মুখ দেখি যুৱক জন থৰ লাগিছিল।যুৱকজনৰ অনুভৱ হৈছিল, এই মুখখন যেন তেওঁৰ অতি চিনাকি।সেইখন মুখেও আনসকলৰ লগতে শাৰী পাতি সাহায্যৰ আশাত বহি ৰৈছিল ।আৰ্তজনক সাহায্যৰ আগবঢ়াবলৈ যোৱা অৱস্থাতে যুৱকজনৰ স’তে আলাপ হ’ল সেই বিশেষ মুখ বা এগৰাকী যুৱতীৰ।ক্ৰমাৎ দুয়োৰে মাজত গঢ়ি উঠিল বন্ধুত্ব আৰু তাৰপাছত প্ৰেম।

ADVERTISEMENT

ভিক্ষা কৰিবলৈ বহা সেই যুৱতী গৰাকী এতিয়া সাহায্য দিয়া বন্ধুজনৰ পত্নী। কৰ’না ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি ৰ বাবে মিলন ঘটিল দুয়োৰে । এতিয়া আৰু যুৱতী গৰাকীয়ে ভিক্ষা কৰিব নালাগিব । পেটৰ ক্ষুধা নিবাৰণৰ বাবে বহিব নালাগিব পথৰ দাঁতিত । এতিয়াৰ পৰা তেওঁ প্ৰেমাস্পদৰ হাতত ধৰি উচ্চশিৰে থিয় দিব ।সেইদৰে যুৱতীৰ মাতৃয়েও এতিয়াৰে পৰা ভিক্ষা কৰিবলৈ বহিব নালাগে।কিয়নো তেওঁৰ কন্যা এতিয়া কিছু পৰিমাণে হ’লেও অৱস্থাপন্ন পৰিয়ালৰ বোৱাৰী । এয়া কোনো উপন্যাস বা চিনেমাৰ কাহিনী নহয়।কানপুৰৰ এক সত্য ঘটনা।যুৱকজন হৈছে পেছাত গাড়ীচালক অনিল।আনহাতে, যুৱতী গৰাকীৰ নাম নীলাম ।তলাবন্ধৰ তিক্ততাই দুয়োৰে জীৱনলৈ কঢ়িয়াই আনিলে মাত্ৰাধিক মধুৰতা।

উল্লেখ্য যে প্ৰায় এবছৰৰ পূৰ্বেই নীলমৰ পিতৃৰ মৃত্যু হয় ।তাৰপাছত নীলম আৰু মাতৃয়ে সহিবলগা হয় ভাতৃ আৰু বৌয়েকৰ নানা মানসিক -শাৰীৰিক নিৰ্যাতন।এনিশা নীলমৰ ভ্ৰাতৃয়ে মাৰপিট কৰি দুয়োকে ঘৰৰ পৰা উলিয়াই দিয়ে।ইপিনে, মাতৃ হৈছে পক্ষাঘাত ৰোগী।ৰাস্তাৰ দাঁতিতে মুকলি আকাশৰ তলত নিশা পাৰ কৰিবলৈ দুয়ো বাধ্য হৈছিল।দিনকাল ভাল নহয় ,তাতে পূৰ্ণ যৌৱনা যুৱতী।তথাপি ইখন -সিখন দোকানত কামকৰি নীলমে নিজৰ লগতে মাতৃৰ পেটৰ ভাতমুঠি যোগাৰ কৰিছিল।কিন্তু তলাবন্ধৰ বাবে সেয়াও বন্ধ হোৱাত দুয়ো চৰম বিপদৰ সন্মুখীন হয়।ভিক্ষাৰ বাহিৰে একো বিকল্প নাছিল।সেয়ে অন্যান্য আৰ্তলোকৰ ভিৰত সোমাই অসহায় মাতৃ-কন্যায়ো কাৰোবাৰ সাহায্যৰ আশাত বহি থাকিবলৈ বাধ্য হৈছিল।কিন্ত নীলমে হয়তো জনা নাছিল যে নিয়তিয়ে তেওঁৰ বাবে বেলেগ কথাহে লিখি ৰাখিছে।

কানপুৰৰ এটা ৰেলপথৰ ক্ৰছিঙৰ দাঁতিত বহি থকা একাংশ খাবলৈ নোপোৱা লোকৰ বাবে সদায় আহাৰ আনিছিল অনিলে।এদিন নীলমৰ ওপৰত চকু পৰাত অনিল মুগ্ধ হৈ পৰে ।পাছলৈ যুৱকজনে নিজে ৰান্ধি নীলম আৰু মাতৃলৈ খাদ্য নিবলৈ আৰম্ভ কৰে ।সেইদৰে দুয়োৰে মাজত গঢ়ি উঠে ঘনিষ্ঠতা।সম্প্ৰতি কানপুৰৰ লৰ্ড বৃদ্ধাশ্ৰমত সামাজিক দূৰত বৰ্তাই অনিল আৰু নীলমে যুগ্ম জীৱনৰ পাতনি মেলে ।নীলমৰ ৰুগ্ন মাতৃকো বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা কৰা হয় ।অনিলৰ লগতে তেওঁৰ বন্ধু লাল্টা প্ৰসাদেও আৰ্তজনক খাদ্য দিবলৈ গৈছিল।সেই বন্ধুজনেই এই বিয়াত সন্মতি দিয়াৰ বাবে অনিলৰ পিতৃক সৈমান কৰায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19indiakanpurLockdown
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d