Noonmati Robbery :নুনমাটিত চাঞ্চল্যকৰ ঘটনা

বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে ৬৫ হেজাৰ টকা

WhatsApp Image 2023 03 10 at 18.22.41

Noonmati Robbery :

মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ ঘটনা ৷ ৰাজপথত ৰখাই থোৱা বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে ৬৫ হেজাৰ টকা ৷

এই ঘটনা সংঘটিত হয় নুনুমাটিত ৷ গজেন কলিতা নামৰ লোকজনে চাৰিচকীয়া বাহন খন ৰখাই বজাৰ কৰিবলৈ যোৱাৰ সময়তে দিন ডকাইতি ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে,বাহনত থকা ধনখিনি নুনমাটি বিহু কমিটিৰ আছিল বুলি জানিব পৰা গৈছে ৷ বাহনৰ গৰাকী গজেন কলিতাৰ ঘৰ ননুমাটিৰ লুইত নগৰত ৷

ইতিমধ্যে কলিতাই ধন লুটৰ সন্দৰ্ভত নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ

Exit mobile version