Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Sunlight : আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !

publisher by publisher
March 12, 2023
in Lifestyle
Reading Time: 2 mins read
0
Sunlight : আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !
4
SHARES
43
VIEWS
ShareShareShareShare

Sunlight :

আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত।

ADVERTISEMENT

ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়। শৰীৰত প্ৰৱেশ নহয় মহামূল্যবান ‘ডি’ ভিটামিনৰ। তেতিয়াই শৰীৰক আক্রমণ কৰে নানা ধৰণৰ ৰোগে। ভিটামিন ‘ডি’; যাৰ অন্য নাম ছানছাইন ভিটামিন।

RelatedPosts

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

তৰমুজৰ কেইটামান চমৎকাৰী উপকাৰিতা ! 

খোজ কাঢ়িলে ভৰিত বিষ অনুভৱ হয়?

বিভিন্ন খাদ্যৰ উপৰি ভিটামিন ‘ডি’ৰ অন্যতম উৎস হ’ল সূৰ্যৰ পোহৰ বা ৰ’দ। ইয়াৰ উপকাৰিতা বহুমুখী। তেজত মিহলি হৈ থকা ভিটামিন ‘ডি’য়ে হাড় আৰু কোষৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ত্বকৰ পোৰণি হ্রাসত সহায় কৰে।

শৰীৰত কেলছিয়াম আৰু ফছফেটৰ মাত্রা নিয়ন্ত্ৰণ কৰে। এতিয়া চাই লওক, ভিটামিন ‘ডি’ৰ অভাৱৰ ফলত আমাৰ শৰীৰত কি ধৰণৰ সমস্যাই দেখা দিব পাৰে—

অত্যধিক অৱসাদ

অতিশয় ব্যস্ত জীৱনত অৱসাদৰ শেষ নাথাকে। ৰ’দৰ অভাৱে সেই সমস্যা অধিক বৃদ্ধি কৰে।শেহতীয়া এক গৱেষণা অনুযায়ী, যি মানুহৰ শৰীৰত ভিটামিন ‘ডি’ৰ পৰিমাণ কম, তেওঁলোক অৱসাদত আক্রান্ত হোৱাৰ প্ৰৱণতা আনতকৈ দুগুণ। মস্তিষ্কৰ হিপ্পোকেম্পাছ সহ কিছু অংশই ভিটামিন ‘ডি’ৰ সহায়ত মন তজবজীয়া কৰি ৰখাত সহায় কৰে। যাৰ শৰীৰত ভিটামিন ‘ডি’ৰ পৰিমাণ কম, তেওঁলোকৰ মনত স্ফুর্তিও তুলনামূলকভাৱে কম।

কৰ্কটৰ স’তে যুদ্ধত শক্তি কমে

এক গৱেষণাত দেখা গৈছে যে যাৰ শৰীৰত ভিটামিন ‘ডি’ৰ মাত্ৰা বেছি, তেওঁলোকে কৰ্কট ৰোগৰ স’তে
বেছিকৈ যুদ্ধ কৰিব পাৰে। ভিটামিন ‘ডি’ ১০ শতাংশ বৃদ্ধি পালে,কৰ্কটৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা চাৰি শতাংশ বাঢ়ি যায়। কিন্তু ভিটামিন ‘ডি’ৰ মাত্রা কমিলে, যুদ্ধ কৰাৰ শক্তিও শৰীৰে হেৰুৱাবলগীয়া হয়।

প্ৰষ্টেট কেন্সাৰ

প্রাপ্ত তথ্য অনুযায়ী শৰীৰত ভিটামিন ‘ডি’ৰ মাত্রা হ্রাস পালে বা অভাৱ ঘটিলে প্র’ষ্টেট কেন্সাৰৰ আশংকা চাৰি-পাঁচ গুণ বৃদ্ধি পায়।

ডিমেন্সিয়া আৰু এলজাইমাৰ্ছ

প্রাপ্তবয়স্কসকল যদি অত্যধিক পৰিমাণে ভিটামিন ‘ডি’ৰ অভাৱত ভোগে, তেন্তে তেওঁলোকৰ ডিমেন্সিয়া বা স্মৃতিভ্রংশ হোৱাৰ প্ৰৱণতা ৫৩ গুণ বৃদ্ধি পায়। ইয়াৰ লগতে থাকে এলজেইমাৰৰ ৰোগত আক্রান্ত হোৱাৰো বিপদ। ছ’ৰিয়াটিক আর্থ্রাইটিছ বাতৰ যন্ত্ৰণাৰ অন্তৰালতো থাকে ভিটামিন ‘ডি’ৰ অভাৱ। গৱেষণাত দেখা গৈছে, যি মানুহে ছ’ৰিয়াটিক আর্থ্রাইটিছত ভোগে, তেওংলোকৰ ৬২ শতাংশৰ শৰীৰতে নাই পর্যাপ্ত পৰিমাণৰ ভিটামিন ‘ডি’। হৃদৰোগ যাৰ শৰীৰত ভিটামিন ‘ডি’ কম, তেওঁলোক ‘ক’ৰোনাৰি আৰ্টাৰী ডিজিজ’ত আক্ৰান্ত হোৱাৰ প্ৰৱণতা ৩২ শতাংশ বেছি।

নিউমোনিয়া

ভিটামিন ‘ডি’ৰ অভাৱ ঘটিলে এজন মানুহ নিউমোনিয়াত আক্রান্ত হোৱাৰ প্ৰৱণতা আঢ়ৈ গুণ বেছি।

স্কিজোফ্রেনিয়া

চাইক্রিয়াটিক হেল্থৰ ক্ষেত্ৰত ভিটামিন ‘ডি’ৰ গুৰুত্ব অপৰিসীম। তেজত যদি ভিটামিন ‘ডি’ পর্যাপ্ত পৰিমাণে নাথাকে, তেন্তে স্কিজোফ্রেনিয়াৰ আশংকা বহুখিনি বৃদ্ধি পায়।

স্নায়ুৰ সমস্যা

পাৰ্কিন্সন্‌ছ, ক্ল’ৰ’ছিছৰ দৰে ৰোগত যিসকল আক্রান্ত, তেওঁলোকৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱে স্নায়ুৰ সমস্যা বৃদ্ধি কৰে।

অকাল মৃত্যু

ইমান পৰে দেখিলে যে ভিটামিন ‘ডি’ৰ অভাৱত কি নহ’ব পাৰে! ইয়াৰ অভাৱে নানা দিশৰ পৰা শৰীৰক অসাৰ কৰি পেলায়। যাৰ ফলত এজন মানুহৰ অকাল মৃত্যু পর্যন্ত ঘটিব পাৰে৷

এতিয়া নিশ্চয় গম পালে যে সূৰ্যৰ পোহৰ বা ৰ’দত লুকাই আছে ইমানবোৰ প্ৰতিকাৰ। তাৰ পাছতো বাৰু আপুনি সচেতন নহ’ব নেকি? গতিকে যিকোনো প্ৰকাৰে দিনটোত কমেও কিছু সময়ৰ বাবে হ’লেও শৰীৰত ৰ’দ লাগিবলৈ দিয়ক। ৰ’দৰ উত্তাপে গাৰ ছাল ক’লা কৰাৰ চিন্তা নকৰি পাৰিলে কেই মিনিটমানৰ বাবে হ’লেও খালী গাত সূৰ্যৰ পোহৰ লাগিবলৈ দিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsHealthsunlight
publisher

publisher

Related Posts

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 
Lifestyle

উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

May 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d