kamakhy Mandir Nabarati :
নীলাচল পাহাৰৰ বুকুত থকা ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি।
নৱৰাত্ৰিৰ আজি দ্বিতীয় দিনাও কেইবা সহস্ৰাধিক ভক্তৱান ৰাইজৰ সমাগম হয় ৷ উল্লেখ্য যে,মহানগৰীৰ নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰ হৈছে দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত আটাইতকৈ প্ৰাচীন পীঠ।