Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

খাৰুপেটীয়াত দুৰ্গা পূজা মণ্ডপত ভক্তৰ বিৰল তপস্যা

আকৰ্ষণৰ কেন্দ্ৰ বিন্দু খাৰুপেটীয়াৰ ৰামকৃষ্ণপল্লীৰ নৱ-দুৰ্গাপূজা মণ্ডপ

publisher by publisher
October 12, 2021
in Assam, India, News
Reading Time: 1 min read
0
খাৰুপেটীয়াত দুৰ্গা পূজা মণ্ডপত ভক্তৰ বিৰল তপস্যা
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

এগৰাকী অবিবাহিত যুৱক অৰ্জুণ দাস ৷ বয়স ৩৫ বছৰ ৷ দৰঙৰ একমাত্ৰ ব্যৱসায়িক নগৰী খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ ৰামকৃষ্ণ পল্লীত তেখেতৰ ঘৰ ৷ বিগত সাত বছৰেদি তেখেতৰ ঘৰতে উদযাপিত হৈ আহিছে ৰাজহুৱা ভাৱে “নব দূৰ্গা পূজা” ৷।এইবাৰো তাৰ ব্যতিক্ৰম নহয় ৷

ADVERTISEMENT

কিন্তু এইবাৰ উক্ত দূৰ্গা পূজা মণ্ডপটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ বিশেষ আকৰ্ষণ হৈছে অৰ্জুণ দাসৰ বিশেষ কাৰ্য ৷ নৱৰাত্ৰি অৰ্থাৎ মহালয়াৰ দিনা পুৱা হঠাৎ অৰ্জুণ দাসে সকলোৰে অজ্ঞাতে উক্ত দূৰ্গা পূজাথলীৰ মজিয়াত শুই আৰম্ভ কৰে মৌনব্ৰত তপস্যা ৷

ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি তেখেতৰ বুকুৰ ওপৰত এটা ট্ৰেত নৱৰাত্ৰীৰ ন টা কলহ হৈ আৰম্ভ কৰা এই কঠোৰ তপস্যাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ উক্ত পূজা কমিটিৰ সম্পাদক সন্তোষ দাসে জানিবলৈ দিয়া মতে, দশমী পূজা শেষ নোহোৱালৈকে অনাহাৰে আৰু মল ত্যাগ বা প্ৰেস্বাব পৰ্যন্ত নকৰাকৈ চকু মুদি এনেদৰেই মৌন ভাৱে তপস্যা কৰিব তপস্যীজনে ৷

এই তপস্যাৰ মুল কাৰণ কি তপস্যীজনে কাকো অৱগত কৰা নাই ৷ আনকি তেখেতৰ মাতৃতেই এই তপস্যাৰ বিষয়ে অৱগত কৰা নাই বুলি কয় সম্পাদক জনে ৷ এই ঘটনাটো প্ৰচাৰ হোৱাৰ লগে লগে পূজা মণ্ডপটোত ভক্তগণৰ সোত ববলৈ ধৰিছে ৷

তপস্যী জনক এবাৰ ওচৰৰ পৰা চাবলৈয়ে দূৰ দূৰণিৰ পৰাও ভক্ত প্ৰাণ সকলৰ অজস্ৰ সোতববলৈ ধৰিছে ৷ তাৰ মাজতে কালি ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰতিমা অধিষ্ঠিত হোৱাৰ পিছত আৰম্ভ হৈছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আৰাধনা ।

ইপিনে বিগত প্ৰায় দুটা বছৰ ক’ভিড ১৯ ৰ বাবে ৰাজ্য বাসীয়ে পূজাৰ আনন্দ উল্লাহৰ পৰা বঞ্চিত হৈছিল যদিও এইবেলি চৰকাৰে জাৰি কৰা এচ অ পি মতে দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পাছতেই সমগ্ৰ ৰাজ্যৰ লগতে দৰঙৰ খাৰুপেটীয়াতো পূজা সমিতি সমূহে ভক্তক আকৰ্ষিত কৰাৰ বাবে পূজা মণ্ডপ সমূহ সজাই পৰাই ৰং বিৰঙী আলোক সজ্জাৰে সজ্জিত কৰি তোলা পৰিলক্ষিত হৈছে ।

বিগত বছৰ অনুষ্টুপীয়াকৈ পতা হৈছিল পুজা । এইবাৰ পূজাৰ সময়ত কভিড মহামাৰী হ্ৰাস পোৱাত চৰকাৰে আনুষ্ঠানিক ভাবে দূৰ্গা পূজাৰ অনুমতি দিছে যদিও সম্পূৰ্ণ ক’ভিড প্ৰ’টকলৰ মাজত দুৰ্গা পূজাৰ অনুষ্ঠিত কৰিবলৈ দিছে ।

খাৰুপেটীয়া দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ সভাপতি তথা নগৰ সমিতিৰ কাৰ্য্যবাহী বিষয়া তথা মঙলদৈৰ নিৰ্বাচনী বিষয়া সীমান্ত বসুমতাৰী, কাৰ্য্যকৰী সভাপতি কৃষ্ণা সাহা, সম্পাদক স্বপন দাস, বিষয় ববীয়া দীবাকৰ নন্দী , পাৰ্থ সাহা প্ৰমুখ্যে পৰিচালনা সমিতিৰ বিষয় ববীয়াসকলে জানিবলৈ দিয়া মতে এইবাৰ দূৰ্গা পূজা পৰিবচালনা সমিতিয়ে পূজাত সকলো পূজা মণ্ডপ পৰচালনা সমিতিৰ বিষয় ববীয়া সদস্যই ক’ভিড ভেকচিন দিয়াটো বাধ্যতামূলক, পূজাৰী দৰ্শনাৰ্থীসকলেও ক’ভিড ভেকচিন লব লাগিব , এইবাৰ পূজাৰ দশমীৰ দিনাখন কোনো সমদল উলিয়াব নোৱাৰিব, নিশাৰ ভাগত উচ্চস্বৰে মাইক বজাব নোৱাৰিব ইত্যাদি নিয়ম নীতিৰ কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰিছে ।

পূজা সমিতিয়ে জানিবলৈ দিয়া মতে প্ৰত্যেক বছৰৰ দৰে এইবাৰো খাৰুপেটীয়াত ৫০ টা পুজা মণ্ডপ সম্পূৰ্ণ হৈ উঠিছে । উল্লেখ্য যে ইতিমধ্যে পূজা মণ্ডপ সমূহত নানাধৰণৰ সাজ সজ্জাৰে সজ্জিত কৰি তুলিছে । পূজা পৰিচালনা সমিতিৰ মুখ্য পৃষ্ঠপোষক সাংসদ দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক মজিবুৰ ৰহমানেও পূজাৰ সকলো কাম কাজ নিয়াৰিকৈ সম্পূৰ্ণ হোৱাৰ বাবে তথা সাফল্যমণ্ডিত কৰিবলৈ সমষ্টিবাসী আৰু বিশেষকৈ বৃহত্তৰ খাৰুপেটীয়াবাসী ৰাইজৰ সহযোগিতাৰ কামনা কৰিছে ।

একেদৰেই দলগাঁও, কৌপাতী, বৰঝাৰ এলেকাতো এইবাৰ ক’ভিড নীতি নিয়মৰ মাজেৰেই উলহ মালহেৰে আৰম্ভ কৰিছে দূৰ্গা পূজা ৷ উল্লেখ্য যে বিগত সময়ত ক’ভিডে সংহাৰি যোৱাত মানুহৰ আৰ্থিক অৱস্থা কোঙা কৰি পেলোৱাৰ ওপৰিও অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰি পেলোৱাত আগৰ দৰে এইবাৰ খাৰুপেটীয়াত আগৰ দৰে নাই জাকজমকতা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDurga Puja 2021Kharupetia
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d