Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Union Home Minister Amit Shah determined To Make Drug-Free India A Reality : ড্ৰাগমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ অমিত শ্বাহ

publisher by publisher
March 30, 2023
in India, News
Reading Time: 2 mins read
0
Union Home Minister Amit Shah determined To Make Drug-Free India A Reality : ড্ৰাগমুক্ত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ অমিত শ্বাহ
1
SHARES
8
VIEWS
ShareShareShareShare

Union Home Minister Amit Shah determined To Make Drug-Free India A Reality :

বিভিন্ন চৰকাৰী সংস্থাৰ মাজত সমন্বয় উন্নত কৰাৰ পৰা আৰম্ভ কৰি উপকূলৰ সিপাৰে নিৰাপত্তা বৃদ্ধিৰ লগতে আফু আৰু ভাঙৰ অবৈধ খেতি ধ্বংস কৰালৈকে গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰা পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “ড্ৰাগছমুক্ত ভাৰত” সপোনক “অমৃত কাল”ৰ সময়সীমাৰ ভিতৰত বাস্তৱত পৰিণত কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈছে।

ADVERTISEMENT

বহু গুৰুত্বপূৰ্ণ পদক্ষেপ যেনে প্ৰাতিষ্ঠানিক গাঁথনি শক্তিশালী কৰা, নাৰ্কো সংস্থাসমূহৰ স’তে সমন্বয় নিশ্চিত কৰা আৰু সৰ্বসাধাৰণ জনগণক বিষয়টোৰ প্ৰতি সজাগ আৰু সংবেদনশীল কৰি তোলাৰ বাবে আৰম্ভ কৰা বৃহৎ সজাগতা অভিযান আদিৰ দৰে পদক্ষেপবোৰে ইতিমধ্যে অতি সন্তোষজনক ফলাফল দেখুৱাইছে ।

RelatedPosts

ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

পুনৰ ক’ভিডৰ আতংক ! দেশজুৰী ক’ভিড আক্রান্তৰ সংখ্যা হেজাৰ অতিক্ৰম

২০১৪ চনৰ পৰা ২০২২ চনৰ কালছোৱাত সামগ্ৰিকভাৱে জব্দ কৰা ড্ৰাগছৰ মূল্য ২২,০০০ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো ইউ পি এ শাসনৰ যোৱা আঠ বছৰত (২০০৬-২০১৩) প্ৰতিবেদিত মূল্যৰ ৩০ গুণতকৈও অধিক।

চৰকাৰী তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২২ চনলৈ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে মুঠ ৩৫৪৪টা গোচৰ পঞ্জীয়ন কৰা হৈছে, যিটো ২০০৬ চনৰ পৰা ২০১৩ চনৰ সময়ছোৱাত প্ৰতিবেদিত সংখ্যাৰ প্ৰায় দুগুণ।

লগতে ২০০৬ চনৰ পৰা আৰম্ভ হোৱা ইউ পি এ শাসনৰ আঠ বছৰৰ তুলনাত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। জব্দ হোৱা ৩.৭৩ লাখ কিলোগ্ৰাম ড্ৰাগছ, পূৰ্বৰ তুলনাত দুগুণতকৈও অধিক।

ড্ৰাগছ সেৱন নিৰ্মূল নহ’লে দেশৰ যুৱক-যুৱতীসকলক সমাজৰ ওপৰত অনুৰ্বৰ.বোজা হৈ উঠিব বুলি শ্বাহ ডাঙৰীয়াই মতপোষণ কৰে। ড্ৰাগছ ব্যৱসায়ৰ ধনেৰে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰি ভৰণ – পোষণ দিয়াৰ পৰ্যাপ্ত প্ৰমাণ আছে।

সাগৰীয় পথৰ মাজেৰে চলা ড্ৰাগছৰ চোৰাং ব্যৱসায় প্ৰতিহত কৰিবলৈ শ্বাহ ডাঙৰীয়াই আৰম্ভ কৰা বিশেষ অভিযানে দেখুওৱা অতি উন্নতমানৰ ফলাফলৰ জৰিয়তে অনুমান কৰা হৈছে যে ভাৰতলৈ চোৰাংকৈ অনা প্ৰায় ৬০ ৰ পৰা ৭০ শতাংশ নিচাজাতীয় সামগ্ৰীয়ে মূলতঃ সাগৰীয় পথেৰে দেশৰ ভিতৰত প্ৰৱেশ কৰে।

শ্বাহ ডাঙৰীয়াৰ কঠোৰ নিৰ্দেশমৰ্মে গৃহ মন্ত্ৰালয়ে সকলো সন্দেহযুক্ত কণ্টেইনাৰ পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে আৰু এই প্ৰক্ৰিয়া যাতে কোনো কাৰণতে শিথিল নহয় তাৰ বাবে জলপথ মন্ত্ৰালয়ক সকলো যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে।

এই সন্দৰ্ভত কণ্টেইনাৰ স্কেনাৰ আৰু আনুষংগিক সঁজুলিৰ পৰিচালনাৰ ক্ষেত্ৰতো মন্ত্ৰালয়ৰ শূন্য সহনশীল দৃষ্টিভংগীৰ কথা সোঁৱৰাই দিয়া হৈছে।

একে সময়তে, সকলো সন্দেহজনক বিত্তীয় নথি-পত্ৰ পৃথকে পৃথকে বিশ্লেষণ কৰি তদন্ত কৰি ড্ৰাগছ ব্যৱসায়ৰ ধনৰ জৰিয়তে গঢ় লৈ উঠা সম্পত্তি সমূহো জব্দ কৰাটো নিশ্চিত বুলি শ্বাহ ডাঙৰীয়াই নিশ্চিতি প্ৰদান কৰে।

২০২২ চনত নাৰ্কটিক কণ্ট্ৰল ব্যুৰো (এন চি বি)য়ে চলোৱা ২৭টা গোচৰৰ বিত্তীয় তদন্তত ১৬ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছিল।

সামুদ্ৰিক পথৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ বিষয়টোৰ ওপৰত আন দেশসমূহে অনুসৰণ কৰা উত্তম পদ্ধতিসমূহ অধ্যয়ন কৰিবলৈ এখন আন্তঃমন্ত্ৰালয় সমিতিও গঠন কৰা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit Shahindia
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d