Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Forest :অসমত কমিল ১৫ বর্গকিলোমিটাৰ বনাঞ্চল

দিছপুৰক সকীয়াই দিলে কেন্দ্রীয় বনমন্ত্রীয়ে

publisher by publisher
April 3, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Forest :অসমত কমিল ১৫ বর্গকিলোমিটাৰ বনাঞ্চল
9
SHARES
91
VIEWS
ShareShareShareShare

Forest :

জলবায়ু পৰিৱৰ্তনৰ বিপজ্জনক স্থানৰূপে চিহ্নিত অসমসহ উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক হাৰত হ্রাস পাইছে বনাঞ্চল। সমগ্ৰ দেশতে বনাঞ্চলৰ পৰিসৰ বৃদ্ধি পোৱাৰ সময়তে উত্তৰ-পূৰ্বাঞ্চলত দিনে দিনে নিম্নগামী হৈছে বনাঞ্চলৰ পৰিমাণ।

ADVERTISEMENT

‘চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভায়ৰণমেণ্ট’ (চিএছই)ৰ দ্বাৰা প্ৰকাশিত বনভূমি প্রতিবেদন ২০২৩ত উল্লেখ কৰা তথ্য অনুসৰি অসমত মাথোঁ তিনিটা বছৰৰ ভিতৰতে হ্ৰাস পাইছে ১৫ বর্গকিলোমিটাৰ বনাঞ্চল।

RelatedPosts

India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান

Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

Floods in Assam:বান-ক্ষতিৰ এটকাও নিদিলে কেন্দ্রই

প্রতিবেদনখনত এই কথা উল্লেখ কৰা হৈছে যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বিগত তিনিটা বছৰৰ ভিতৰত হ্ৰাস পাইছে ১০২০ বৰ্গকিলোমিটাৰ বনাঞ্চল।

জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰে যুঁজ দিবলৈ যি সময়ত সমগ্ৰ বিশ্বই বনাঞ্চলৰ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে নতুনকৈ বনাঞ্চল সৃষ্টি কৰিব ধৰিছে সেই সময়তে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত বনাঞ্চল ধ্বংসৰে বিপদ মাতিছে জীৱশ্ৰেষ্ঠই।

প্রকাশিত তথ্য অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ বনভূমি শেহতীয়া তিনি বছৰৰ ভিতৰতে হ্ৰাস পাইছে অৰুণাচলত। ৰাজ্যখনত ২০১৯ৰ পৰা ২০২১ৰ ভিতৰত ধ্বংস হৈছে ২৫৭ বর্গকিলোমিটাৰ বনাঞ্চল।

ইফালে, মণিপুৰত ২৪৯ বর্গকিলোমিটাৰ, নগালেণ্ডত ২৩৫ বর্গকিলোমিটাৰ,মিজোৰামত ১৮৬ বর্গকিলোমিটাৰ আৰুমেঘালয়ত ৭৩ বর্গকিলোমিটাৰ বনভূমি ।

প্ৰসংগত উল্লেখ্য যে অসমৰ ভৌগোলিক পৰিসীমা অনুসৰি মুঠ ভূমিৰ পৰিমাণ হ’ল ৭৮,৪৩৮ বর্গ কিলোমিটাৰ, ইয়াৰে ভিতৰত বনাঞ্চলৰে পৰিবেষ্টিত ভূমিৰ পৰিমাণ হ’ল ২৮,৩১২ বর্গকিলোমিটাৰ।

অৰ্থাৎ ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৩৬.০৯ শতাংশই বনাঞ্চলৰে পৰিবেষ্টিত যদিও ২০১৯ৰ পৰা ২০২১লৈ এই সময়ছোৱাৰ ভিতৰত ৰাজ্যখনত নিম্নগামী হৈছে ১৫ বর্গকিলোমিটাৰ বনাঞ্চল।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত জীৱশ্ৰেষ্ঠই বনাঞ্চল ধ্বংস কৰি মানৱ সমাজলৈ সংশয় কঢ়িয়াই অনাৰ সময়তে দেশৰ অন্যান্য ৰাজ্যসমূহক বিগত সময়ছোৱাত বৃদ্ধি পাইছে ১৫৪০ বর্গকিলোমিটাৰ বনভূমি।

বিশেষকৈ অন্ধ্রপ্রদেশ,তেলেংগানা, ওড়িছা, কর্ণাটক আৰু ঝাৰখণ্ড এই পাঁচখন ৰাজ্যই ৰাষ্ট্ৰীয় পৰ্যায়ত বনভূমিৰ পৰিমাণ বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগাইছে ।

অন্ধ্র প্রদেশত নতুনকৈ ৬৪৭ বর্গকিলোমিটাৰ, তেলেংগানাত ৬৩২ বর্গকিলোমিটাৰ, ওড়িছাত ৫৩৭ বৰ্গকিলোমিটাৰ, কৰ্ণাটকত ১৫৫ বর্গকিলোমিটাৰ আৰু ঝাৰখণ্ডত ১১০ বর্গকিলোমিটাৰ বনাঞ্চল বৃদ্ধি পাইছে।

মূলতঃ বনভূমিৰ উপযুক্ত সংৰক্ষণ,প্ৰয়োজনীয় নিৰাপত্তা, বনাঞ্চল বৃদ্ধিৰ বাবে ধাৰাবাহিক প্রচেষ্টা আৰু ব্যাপক হাৰত গছপুলি ৰোপণ তথা কৃষি বনানীকৰণৰে ৰাজ্যকেইখনে বনাঞ্চল বৃদ্ধিত আগভাগ গ্ৰহণ কৰিছে।

দক্ষিণ ভাৰতৰ এই ৰাজ্যকেইখনে বনাঞ্চল বৃদ্ধিত বিশেষ সফলতা অৰ্জনৰ বিপৰীতে দেশৰ ভিতৰতে সর্বাধিক পৰিমাণৰ বনাঞ্চল ধ্বংসৰে শীৰ্ষত আছে উত্তৰ-পূৰ্বাঞ্চল।

প্রতিবেদন মতে, বনাঞ্চল ধ্বংস কৰি কৃষিকাৰ্য আৰম্ভ কৰা, সঘনাই যিকোনো অজুহাততে গছ কটা, প্রাকৃতিক দুর্যোগ বিশেষকৈ গৰাখহনীয়া আৰু বনাঞ্চলত আন্তঃগাঁথনি উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ পৰিণতিত অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলত দিনে দিনে নিম্নগামী হ’ব ধৰিছে বনাঞ্চলৰ পৰিমাণ।

বনাঞ্চল নিম্নগামী হোৱাৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলত ভাৰসাম্য হেৰুৱাইছে প্রকৃতিয়ে। প্রচণ্ড গৰম অথবা মুষলধাৰ বৰষুণৰ দৰে ভাৰসাম্যহীন প্ৰকৃতিয়ে সৃষ্টি কৰা বান পৰিস্থিতিৰ ভয়াৱহতাই উত্তৰ-পূৰ্বাঞ্চললৈ কঢ়িয়াই আনিছে অশনি সংকেত।

‘ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট’ত উল্লেখ কৰা মতে, অসমত ২০১৯ৰ অতি গভীৰ বনাঞ্চলৰ পৰিমাণ আছিল ২৫৪০ বর্গকিলোমিটাৰ, মধ্যমীয়া গভীৰ বনাঞ্চল ৮৮৪০ বৰ্গকিলোমিটাৰ আৰু মুকলি বনাঞ্চলৰ পৰিমাণ আছিল ৮৭৬৪ বর্গকিলোমিটাৰ।

ইয়াকে ধৰি ২০১৯ত মুঠ বনাঞ্চলৰ পৰিমাণ আছিল ২০,১৪৪ বর্গকিলোমিটাৰ। ইফালে, ২০২১ত ৰাজ্যখনত অতি গভীৰ বনাঞ্চলৰ পৰিমাণ ২৭৪৮ বৰ্গকিলোমিটাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মধ্যমীয়া গভীৰ বনাঞ্চলৰ পৰিমাণ ৮৫৬৬ বর্গকিলোমিটাৰ আৰু মুকলি বনাঞ্চলৰ পৰিমাণ ৮৬৮৯ কিলোমিটাৰকে ধৰি ২০,০০৩ বর্গকিলোমিটাৰলৈ হ্রাস পায়।

উল্লেখ্য যে ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া হিচাপত বিগত ২০১৯ৰ পৰা ২০২১ৰ ভিতৰত অসমত সামগ্ৰিকভাৱে বনাঞ্চলৰ পৰিমাণ ১৫ বৰ্গকিলোমিটাৰ হ্ৰাস পাইছে। সাম্প্রতিক পটভূমিত নিঃসন্দেহে ৰাজ্যখনৰ বাবে এয়া এক দুৰ্যোগৰ আগলি বতৰা বুলি প্ৰকৃতিপ্ৰেমী সংস্থাসমূহে সকীয়াই দিছে।

উল্লেখ্য যে ৰাজ্যখনত অতি গভীৰ বনাঞ্চলৰ পৰিমাণ সামান্যভাৱে বৃদ্ধি পালেও মুকলি বনাঞ্চলৰ পৰিমাণ ব্যাপক হাৰত নিম্নগামী হোৱাটোৱে ৰাজ্যখনত জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগোৱাৰ ইংগিত পৰিস্ফুট কৰিছে।

অসমত পার্বত্য জিলাকেইখনতো বনাঞ্চলৰ পৰিমাণ পূৰ্বৰ তুলনাত নিম্নগামী হোৱা বুলি তথ্য প্রকাশ পাইছে প্রতিবেদনত। প্রতিবেদনত উল্লেখ কৰা তথ্য মতে, অসমত থকা তিনিখন পার্বত্য জিলাৰ লগতে জনজাতীয় বসতিপ্রধান জিলাকেইখনতো বনভূমিৰ পৰিমাণ নিম্নগামী হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে উত্তৰাখণ্ড আৰু লাডাখতো বনাঞ্চলৰ পৰিমাণ নিম্নগামী হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনকে ধৰি মুঠতে ১৩ খন ৰাজ্যত পূর্বতে থকা ২,২২,৫৩৪ বর্গকিলোমিটাৰ বনভূমি হ্রাস পাইছে ২,১৯,৮৬৬ বৰ্গকিলোমিটাৰলৈ।

শেহতীয়াকৈ ৰাজ্যসভাৰ মজিয়াতো কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী অশ্বিনী কুমাৰ চুবেই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বনাঞ্চল হ্রাস পোৱাৰ প্ৰসংগত উদ্বিগ্নতা প্ৰকাশ কৰি সংশ্লিষ্ট ৰাজ্যকেইখনত বনভূমি সৃষ্টিত গুৰুত্ব দিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল।

বিশেষকৈ বনাঞ্চলৰ সংৰক্ষণ, নতুনকৈ বৃক্ষৰোপণ আৰু বনভূমি যাতে কোনোপক্ষই ধ্বংস কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিছে।

পৰম্পৰাগত বনভূমিৰ উপৰি নতুনকৈ বনাঞ্চলৰ বাহিৰতো বৃক্ষৰোপণৰে সেউজ ভূমিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছে কেন্দ্রীয় মন্ত্রীজনে।f

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Forestunion govt
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d