Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

samimsultana by samimsultana
May 22, 2025
in India, News
Reading Time: 1 min read
0
Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

SC interim order regarding Waqf Board: ৱাকফ সংশোধনী আইনক লৈ অন্তৱৰ্তী ৰায়দান উচ্চতম ন্যায়ালয়ৰ

SC Demolition: সৰ্বোচ্চ ন্যায়ালয় পালেগৈ গোৱালপাৰাৰ উচ্ছেদৰ প্ৰসংগ

Waqf property:

বহু বিতর্কিত সংশোধিত ৱাক্‌ফ আইনক লৈ বুধবাৰেও উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ আদালতত চলিল দীঘলীয়া শুনানি। কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ৱাক্‌ফ ব’ৰ্ডৰ ভূমিকা ধৰ্মনিৰপেক্ষ। সেয়েহে আবেদনকাৰী পক্ষৰ ভূমিকাক লৈ তেওঁ প্রশ্ন উত্থাপন কৰে। বুধবাৰৰ দ্বিতীয় দিনাৰ শুনানিত মূলতঃ ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰৰ বক্তব্য শুনে।

ADVERTISEMENT

মেহতাই নতুন ৱাক্‌ফ্ফ আইনত কি কি সুবিধা আছে সেই ব্যাখ্যা দাঙি ধৰিবলৈ চেষ্ট কৰে। নতুন আইনৰ ৩-ডি ধাৰাৰ মূল সংশোধনীৰ অংশ নাছিল বুলি গুচৰীয়া পক্ষৰ অভিযোগৰ বিৰোধিতা কৰে মেহতাই। তদুপৰি তেওঁ কয় যে ৱাক্‌ফ ব’ৰ্ডৰ ভূমিকা ধৰ্মনিৰপেক্ষ। লগতে কয় যে বাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই ইয়াৰ ওপৰত মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়। ইছলাম ধৰ্মৰ ৱাক্‌ফ আৱশ্যকীয় অংশ নহয় বুলি মেহতাই কয়। তদুপৰি কয় যে বাফ্ৰৰ সম্পত্তি অমুছলমানসকলৰ সুবিধাৰ বাবেও যিহেতু ব্যৱহাৰ কৰিব পাৰি, গতিকে অমুছলমান সদস্যক ৱাক্‌ফ ব’ৰ্ডত স্থান দিব পৰা যায়।

# বিতং পৰীক্ষাৰ পাছতহে গৃহীত হৈছে সংশোধিত ৱাক্‌ফ আইন: মেহতা: ধাৰা তিনি (চি)

মেহতাই কয় যে যুটীয়া সংসদীয় সমিতিৰ দীঘলীয়া পৰীক্ষা-নিৰীক্ষাৰ পাহত সংশোধিত আইনখন গৃহীত কৰা হৈছে আৰু কমিটীয়ে বিভিন্নজনৰ মতামত গ্রহণৰ পাছত প্রতিবেদন দাখিল কৰিছিল। গোচৰৰ শুনানিকালীন কালি আবেদনকাৰীয়ে ৱাকফ আইনৰ ধাৰা তিনি (চি)ক লৈ উদ্বেগ প্রকাশ কৰিছে যে কোনো সম্পত্তিক নির্ধাৰিত এজন বিষয়াই পৰীক্ষা-নিৰীক্ষা নকৰা পর্যন্ত ৱাকফ সম্পত্তি বুলি চিনাক্ত কৰা নহ’ব। বিষয়াজনে চৰকাৰী ভূমিত বেদখল হৈছে নেকি সেই বিষয়ে পৰীক্ষা কৰিব। মুখ্য ন্যায়াধীশ গাভায়ে কয় যে ৱাক্‌ফৰ ভূমি চৰকাৰে দখল কৰিব পাৰে বুলিও আশংকা কৰিছে আবেদনকাৰীয়ে। ছলিছিটৰ জেনেৰেলে আশ্বস্ত কৰে যে কোনো সম্পত্তি চৰকাৰী ভূমি হয় নে নহয় সেই বিষয়ে ৰাজহ কর্তৃপক্ষই সিদ্ধান্ত লয়।

তেওঁ কয় যে কোনো ভূমিত যদি এটা ভৱন নিৰ্মাণ কৰা হৈছে আৰু সেই ভূমি চৰকাৰী হ’ব পাৰে বুলি সম্ভাৱনা কৰা হৈছে তেতিয়া চৰকাৰে পৰীক্ষা-নিৰীক্ষা কৰিব নোৱাৰিব নেকি? সেয়েহে সংশোধিত ৱাক্‌ফ আইনৰ তিনি (চি) ধাৰা আছে। এই ক্ষেত্রত মেহতাই কয় যে সংশোধিত আইনত এনে ব্যৱস্থাৱলীৰ একমাত্র অর্থ হৈছে যে ৰাজহ ৰেকৰ্ডত ভূমিৰ সঠিক তথ্যৰ অন্তর্ভুক্তিকৰণ আৰু কয় যে সম্পত্তিৰ অধিকাৰী কোন হ’ব সেয়া নির্ধাৰণ কৰিব একমাত্র ন্যায়ালয়ে। সেয়েহে চৰকাৰে এককভাৱে ৱাক্‌ফ সম্পত্তি হস্তগত কৰিব বুলি সৃষ্টিকৰা বিতৰ্কৰ কোনো ভিত্তি নাই। এনে ভাষ্যৰ দ্বাৰা বিষয়টো বিপথে পৰিচালনা কৰা হৈছে বুলিও মেহতাই কয়। তেওঁ কয় যে ৰাজহ ৰেকর্ডে নবীকৰণ কৰা হ’ব।

কিয়নো একমাত্র এনে ৰেকৰ্ডৰ জৰিয়তে সম্পত্তিখিনি চৰকাৰী হয় নে নহয় সেয়া চিনাক্ত কৰিব পৰা যাব। তদুপৰি ইয়াৰ ফলত কোনো পক্ষ ক্ষতিগ্রস্ত হ’লে তেওঁলোকে বাক্‌ফ ন্যায়াধিকৰণৰ ওচৰলৈ যাব পাৰিব আৰু সম্পত্তিৰ ওপৰত থকা অধিকাৰৰ চূড়ান্ত সিদ্ধান্ত ল’ব ন্যায়াধিকৰণ অথবা উচ্চ ন্যায়ালয়ে। তেতিয়া মুখ্য ন্যায়াধীশ গাভায়ে কয়, ‘এনে এক ছবি দাঙি ধৰা হৈছে যে বিষয়াই তদন্ত আৰম্ভ কৰাৰ লগে লগে এই সম্পত্তি ৱাক্‌ফ হৈ নাথাকিব আৰু তদন্ত সমাপ্ত কৰাৰ পাছত সম্পত্তিখিনি লৈ লোৱা হ’ব।’ তেতিয়া মেহতাই কয়, ‘ই এক মিহা-বিভ্রান্তিকৰ ব্যাখ্যা।’ তেওঁ কয় যে ৰাজহ কর্তৃপক্ষই নিৰ্ধাৰণ কৰে যে চৰকাৰী ভূমি হয় নে নহয়। কিন্তু তেওঁলোকে এয়া মাত্ৰ ৰাজহ ৰেকৰ্ডৰ বাবেহে নিৰ্ধাৰণ কৰে।

ৰাজহ কর্তৃপক্ষই ভূমি কাৰ নামত আছে সেয়া সিদ্ধান্ত ল’ব নোৱাৰে। গতিকে সেয়া চূড়ান্ত নহয়। মেহতাই কয় যে ধাৰা তিনি (চি) ৰ অধীনত বিষয়া এজনে সম্পন্ন কৰিবলগীয়া কামখিনি ৰাজহ ৰেকৰ্ডত কাম অন্তর্ভুক্তি পর্যন্ত সীমাবদ্ধ থাকিব। ইতিমধ্যে এই কথা শপতনামাত অন্তর্ভুক্ত কৰা হৈছে বুলি ছলিচিটৰ জেনেৰেলে কয়। তেতিয়া মুখ্য ন্যায়াধীশে প্রশ্ন কৰে, ‘তেন্তে এয়া মাত্র কাগজে-পত্রই তথ্য অন্তর্ভুক্তি?’ পুনৰ ছলিচিটৰ জেনেৰেলে কয়, ‘কাগজে-পত্রই অন্তর্ভুক্তি হ’ব। কিন্তু যদিহে চৰকাৰে ভূমিৰ মালিকীস্বত্ব বিচাৰে তেন্তে ইয়াৰ বাবে গোচৰ ৰুজু কৰিব লাগিব। ইচ্ছাকৃতভাৱে এই ধাৰাৰ ভুল ব্যাখ্যা আগবঢ়োৱা বুলি কয় মেহতাই।

বুধবাৰে দিনৰ প্ৰায় ১২ বজাত এই শুনানি আৰম্ভ হয়। মুখ্য ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ আগষ্টিন জৰ্জ নাছিহৰ বিচাৰপীঠত মেহতাই পুনৰ কয় যে যুটীয়া সংসদীয় সমিতিয়ে নিশাটোৰ ভিতৰতে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। দীর্ঘ আলোচনাৰ পাছতে সিদ্ধান্ত লোৱা হৈছে। এনে নহয় যে কেন্দ্রীয় চৰকাৰে বিধেয়কৰ খচৰা প্ৰস্তুত কৰিলে আৰু সেয়া গৃহীত কৰা হ’ল। কেইজনমান আবেদনকাৰীয়ে নিজকে সমগ্র মুছলমান সমাজৰ বুলি দাবী কৰিব নোৱাৰে। এইদৰে উল্লেখ কৰি তেওঁ কয় যে সমিতিয়ে ৯৬খন বৈঠক অনুষ্ঠিত কৰিছে আৰু প্ৰায় দেশজুৰি ১৭ লাখ মানুহৰ মতামত লাভ কৰিছে। কালি শুনানি কালত বাক্ত সম্পত্তি দানৰ বাবে পাঁচ বছৰ ইছলাম ধর্মীয় ৰীতি-নীতি পালনৰ প্ৰশ্ন উত্থাপিত হৈছিল। ইয়াৰ ব্যাখ্যা দিয়ে মেহতাই। তেওঁ কয়, ‘ছৰিয়ত আইনৰ তিনি নম্বৰ ধাৰাত কোৱা হৈছে যে আপুনি নিজকে মুছলমান বুলি প্রতিষ্ঠিত কৰিব লাগিব।’

# বাক্‌ফ ব’ৰ্ডৰ ভূমিকা ধৰ্মনিৰপেক্ষ

ছলিচিটৰ জেনেৰেল মেহতাই শুনানিত কয় যে ৱাক্‌ফ ব’ৰ্ডৰ ভূমিকা ধৰ্মনিৰপেক্ষ। কালি শুনানিত আবেদনকাৰীৰ অধিবক্তা কপিল ছিবালে দাবী কৰিছিল যে বাক্‌ফ ব’র্ড এটি ধর্মীয় বিষয়। বুধবাৰে ছলিচিটৰ জেনেৰেল মেহতাই কয়, ‘ৱাক্‌ফ ব’ৰ্ডৰ কাম-কাজ ধৰ্মনিৰপেক্ষ। সম্পত্তিৰ ব্যৱস্থাপনা কৰা, চোৱাচিতা কৰা আৰু একাউণ্ট পৰীক্ষা-নিৰীক্ষা কৰাৰ কাম কবে। এটা ধর্মত ধৰ্মনিৰপেক্ষ কাম কাজ নিয়ন্ত্ৰণৰ ক্ষমতা আছে সম্পত্তিৰ চোৱাচিতা কৰাটো আইনগত হ’ব লাগিব।’ সেয়েহে ব’ৰ্ডত দুজন অনামুছলমান থকা বাবে কোনো ধর্মীয় আচাৰ প্রভাৱিত নহয় বুলি তেওঁ কয়। তেওঁ কয়, ‘ৱাকফ ব’র্ড কোনো ধর্মীয় কাম-কাজত জড়িত নহয়।

হিন্দু দাতব্যত আযুক্ত মন্দিৰৰ ভিতৰলৈ যাব পাৰে আৰু পূজাৰী নিযুক্তি দিব পাৰে। কিন্তু বাক্‌ফ ব’র্ডে এনে কোনো ধর্মীয় কাম-কাজত হাত নিদিয়ে। হিন্দু ধর্মীয় দাতব্যসমূহ সম্পূর্ণৰূপে ধর্মীয়। যিকোনো হ’ব পাৰে, মছজিদ, দৰগাহ, অনাথ আশ্রম অথবা বিদ্যালয়ো হ’ব পাৰে। বহু ধৰ্মনিৰপেক্ষ আৰু দাতব্য সংস্থা আছে। সেয়েহে ইয়াত অনামুছলমানৰ কিছু অংশগ্রহণ থাকিব পাৰে। কিয়নো বাক্কে অনামুছলমানৰ সুবিধাৰ বাবেও কাম কৰে। অনামুছলমান অন্তর্ভুক্ত ছলমান অন্তর্ভুক্ত কৰাৰ এটা কাৰণ আছে।’ তেওঁ স্পষ্ট কৰি দিয়ে ৱাকফ সম্পত্তিত ধৰ্মনিৰপেক্ষ প্রতিষ্ঠান নির্মাণ কৰিব পাৰি। যেনে বিদ্যালয় বা অনাথ আশ্রম আদি ইয়াত নির্মাণ কৰিব পাৰি। সেয়েহে ৱাক্‌ফৰ সম্পত্তি যিহেতু অনামুছলমানৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব পাৰি, গতিকে ৱাকফ পৰিষদত অমুছলমান সদসাৰ অন্তর্ভুক্তি হ’ব পাৰে ৷

# ইছলাম ধৰ্মৰ আৱশ্যকীয় অংশ নহয় ৱাক্‌ফ্ফ

মেহতাই কয় যে ইছলাম ধৰ্মত পালন কৰা আৱশ্যকীয় ধর্মীয় কর্তব্য নহয় ৱাকফ। মেহতাই কয়, ‘ৱাক্‌ফ এক ইছলামিক ধাৰণা। কিন্তু ইছলাম ধৰ্মৰ এক আৱশ্যকীয় অংশ নহয়। ৱাক্‌ফ ইছলামত কেৱল পৰোপকাৰ।’ তেওঁ যুক্তি দর্শায় যে পৰোপকাৰ প্ৰত্যেক ধর্মতে স্বীকৃত। কিন্তু ই কোনো ধৰ্মৰ অত্যাৱশ্যকীয় অংশ বুলি ক’ব নোৱাৰি। তেওঁ প্ৰশ্ন কৰে যে মুছলমানৰ সংখ্যাগৰিষ্ঠ যদি বিত্তীয়ভাৱে শক্তিশালী হয়, তেন্তে তেওঁ মুছলমান হৈ নাথাকিব নেকি? বহু দেশতে ৱাক্‌ফৰ ধাৰণা নাই, ন্যাস আছে। ৱাক্‌ফ ইছলাম ধর্মীয় আৱশ্যকীয় আচাৰ-কর্তব্য নহয় বুলি কয় মেহতাই।

# নতুন আইনৰ তিনি (ডি) ধাৰা

ইপিনে, নতুন আইনৰ তিনি (ডি) ধাৰাক লৈ মঙলবাৰে প্রশ্ন উত্থাপন কৰিছিল গুচৰীয়া পক্ষৰ আইনজীৱীয়ে। ইয়াৰ ওপৰত স্থগিতাদেশ বিচৰা হৈছে। বুধবাৰে পুনৰ এই প্ৰসংগ উত্থাপন হয় উচ্চতম ন্যায়ালয়ত। এই ধাৰাৰ অধীনত সংৰক্ষিত প্রাচীন সৌধক ৱাক্‌ফ সম্পত্তিৰূপে ঘোষণাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মেহতাই কয় যে এই দফা ভাৰতীয় নৃতাত্ত্বিক জৰীপ (এএছআই)-এ উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সংযোজন কৰা হৈছে। তদুপৰি ছলিচিটৰ জেনেৰেলে কয় যে এই ধাৰা যৌথ সংসদীয় সমিতি গঠনৰ সময়ত আছিল। সমিতিৰ প্ৰতিবেদনতো এই ধাৰাৰ প্ৰসংগ উল্লেখ আছে।

মুখ্য ন্যায়াধীশে প্রশ্ন কৰে যে এই ধাৰা পৰৱৰ্তী সময়ত সংযোগ কৰা হৈছে নেকি? তেতিয়া ছলিচিটৰ জেনেৰেলে কয় যে এনে নহয়। মূল সংশোধনীতে আছিল এই ধাৰা। আবেদনকাৰী অধিবক্তা ছিবালে কয় যে প্রথমতে প্ৰচাৰ কৰা বিধেয়কত এই অংশটো নাছিল, যৌথ সংসদীয় সমিতিত এটি অনুচ্ছেদ আছিল কিন্তু তাকে লৈ প্ৰচাৰ হোৱা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Suppreme Courtunion govtWaqf Board
samimsultana

samimsultana

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d