Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান

কেৱল দ্বিপাক্ষিক আলোচনাহে হ'ব, তৃতীয় পক্ষই অংশ ল'ব নোৱাৰিব ,স্পষ্ট কৰি দিলে দিল্লীয়ে, ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান, কাশ্মীৰ-পানী-বাণিজ্য-সন্ত্রাসবাদ: শ্বৰীফ, ভাৰতীয় কূটনীতিকক বহিস্কাৰ

publisher by publisher
May 23, 2025
in News, Assam
Reading Time: 2 mins read
0
India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

Floods in Assam:বান-ক্ষতিৰ এটকাও নিদিলে কেন্দ্রই

India-Pakistan Conflict:

সিন্ধু জলচুক্তি স্থগিতকৰণ, বাণিজ্যিক সম্পৰ্ক বাতিল আদিকে ধৰি ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰাত পাকিস্তান দিশহাৰা হোৱাৰ ইংগিত স্পষ্ট হৈছে। সম্প্রতি পাক প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স’তে আলোচনা বিচাৰি প্ৰস্তাৱ আগবঢ়াইছে। পাক প্ৰধানমন্ত্ৰীৰ এই প্ৰস্তাৱৰ প্ৰত্যুত্তৰত ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰত-পাকিস্তানৰ মাজৰ যিকোনো আলোচনা কেৱল দ্বিপাক্ষিকহে হ’ব।

ADVERTISEMENT

দুয়োখন দেশৰ মাজৰ আলোচনাত তৃতীয় পক্ষই অংশ ল’ব নোৱাৰিব বুলি বৃহস্পতিবাৰে মন্তব্য কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে। ইয়াৰ পূৰ্বে পাক প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফে চাৰিটা মূল বিষয়ত ভাৰতৰ স’তে দ্বিপাক্ষিক আলোচনা বিচাৰি প্ৰস্তাৱ আগবঢ়ায়।

পাকিস্তানী সংবাদপত্র ‘ডন’ত প্রকাশিত বাতৰি অনুসৰি পাক প্রধানমন্ত্রীজনে চাৰিটা বিষয় ক্রমে কাশ্মীৰ, পানী, বাণিজ্য আৰু সন্ত্রাসবাদক লৈ ভাৰতৰে আলোচনাত বহিবলৈ আগ্রহ প্রকাশ কৰিছে। এই প্রস্তাৱিত আলোচনা তেওঁ এক নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাটো বিচাৰিছে। এই নিৰপেক্ষ স্থানৰূপে তেওঁ ছৌডি আৰবৰ নাম প্রস্তাৱ কৰিছে।

‘ডন’ক তেওঁ কয়, ‘ভাৰতৰ স’তে চাৰিটা মূল বিষয় ক্রমে কাশ্মীৰ, পানী, বাণিজ্য আৰু সন্ত্রাসবাদক লৈ আলোচনা বিচাৰো। ভাৰতে কেৱল সন্ত্রাসবাদক লৈ আলোচনা বিচাৰিলেও এই চাৰিওটা বিষয় আলোচনালৈ আনিবলৈ আমি অনুৰোধ জনাম।’ পানী সন্দর্ভত আলোচনা বিচৰা বুলি পাক প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ জৰিয়তে ভাৰতে স্থগিত ৰখা সিন্ধু জলচুক্তিক বুজোৱাটো প্রতিপন্ন হৈছে। কাৰণ পহলগাম আক্ৰমণৰ পাছত ভাৰত চৰকাৰে স্থগিত কৰা সিন্ধু জলচুক্তি বর্তমানেও স্থগিত হৈয়ে আছে।

আনহাতে, সাংবাদিকে চীন ভাৰত-পাকিস্তানৰ আলোচনাৰ স্থান হ’ব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত পাক প্রধানমন্ত্রীজনে কয়, ‘এই ক্ষেত্রত ভাৰত কেতিয়াও সম্মত নহ’ব। ছৌডি আৰবত এই দ্বিপাক্ষিক আলোচনা হ’ব পাৰে।’ এই ক্ষেত্ৰত দুই দেশৰ বুজাপৰাৰ মাজৰে স্থান বাছনি হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে।

ইপিনে, পাক প্রধানমন্ত্রীজনে ভাৰতৰ স’তে চাৰিটা মূল বিষয়ত আলোচনা বিচৰা সন্দৰ্ভত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে কয়, ‘ভাৰত আৰু পাকিস্তানৰ মাজৰ যিকোনো আলোচনা দ্বিপাক্ষিকহে হ’ব। তৃতীয় কোনো পক্ষই প্রত্যক্ষ বা পরোক্ষভারে আলোচনাত অংশ ল’ব নোৱাৰিব।’ অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে সন্ত্রাসবাদ আৰু আলোচনা একেলগে নচলিব।

সন্ত্রাসবাদক লৈ পাকিস্তানৰ স’তে আলোচনা কৰিবলৈ ভাৰত প্রস্তুত বুলি উল্লেখ কৰি জয়ছোৱালে লগতে কয়, ‘এই আলোচনা একেটা বিষয়তে হ’ব লাগিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ আলোচনা দ্বিপাক্ষিক হ’ব লাগিব। আমি এটা কথা লক্ষ্য কৰিছো যে আলোচনা আৰু সন্ত্রাসবাদ একেলগে নচলে।’ জয়ছোৱালে লগতে কয় যে কিছু বছৰ পূৰ্বে পাকিস্তানে ভাৰতলৈ এখন তালিকা প্ৰেৰণ কৰে।

তালিকাখনত পাকিস্তানত থকা বহুসংখ্যক সন্ত্রাসবাদীৰ নাম আছে। এই সন্ত্রাসবাদীসকলক ভাৰতলৈ হস্তান্তৰ সন্দৰ্ভতহে পাকিস্তানৰ স’তে আলোচনা হ’ব পাৰে বুলি তেওঁ কয়। কাশ্মীৰ প্ৰসংগক লৈয়ো পাকিস্তানৰে ভাৰতৰ আলোচনা হ’ব পাৰে বুলি বৈদেশিক পৰিক্ৰমাৰ মুখপাত্ৰজনে সদৰী কৰে। তেওঁ কয়, ‘জম্মু-কাশ্মীৰক লৈ ভাৰত-পাকিস্তানৰ মাজত আলোচনা হ’ব পাৰে। জম্মু-কাশ্মীৰৰ যি অংশ পাকিস্তানে বেআইনীভাৱে ধৰি ৰাখিছে সেই অংশ দ্রুতভাবে এৰি দিলে আলোচনা হ’ব।’

# ভাৰতীয় কূটনীতিকক বহিষ্কাৰ পাকিস্তানৰ

ভাৰতে বুধবাৰে নতুন দিল্লীস্থিত পাক উচ্চাযুক্তৰ এজন কূটনীতিকক বহিষ্কাৰ কৰাৰ পাছতে বৃহস্পতিবাৰে ইছলামাবাদস্থিত ভাৰতীয় উচ্চাযুক্তৰ এজন কূটনীতিকক বহিষ্কাৰৰ জাননী জাৰি কৰে। ভাৰতীয় কূটনীতিকজনক অবাঞ্ছিত আখ্যা দি ইছলামাবাদে তেওঁক ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তান ত্যাগ কৰিবলৈ নির্দেশ দিছে। উল্লেখ্য যে কালি ভাৰতে বহিষ্কাৰ কৰা কূটনীতিকজন তেওঁৰ চৰকাৰী পদবীৰ স’তে সামঞ্জস্য নথকা কামত লিপ্ত আছিল বুলি অভিযোগ উত্থাপন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DiscationIndia Pakistan ConflictMinistry of External Affairsunion govt
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d