Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Agp PressMeet In Ambari :ৰাজ্যবাসীলৈ ৰঙালীৰ শুভেচ্ছা অগপৰ

পৰৱৰ্ত্তী লোকসভাত প্ৰতিনিধিত্ব নিশ্চিত কৰিব অসম গণ পৰিষদে,প্রধানমন্ত্ৰীৰ অসম ভ্রমণক আদৰণি

publisher by publisher
April 12, 2023
in India, Assam, News
Reading Time: 3 mins read
0
0
SHARES
2
VIEWS
ShareShareShareShare

Agp PressMeet In Ambari :

ADVERTISEMENT

ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে ৰঙালী বিহুৰ প্ৰাক্‌ক্ষণত আজি দলটোৰ মহানগৰীৰ আমবাৰীস্থ কাৰ্যালয়ত সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত কৰে ভাৱ-বিনিময় অনুষ্ঠান ৷

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

অনুষ্ঠানত দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু দলৰ আটাইকেই গৰাকী বিধায়কক উপস্থিতিত নেতৃবৰ্গই কয়,জয়জয়তে সমূহ অসমবাসীলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বসন্তৰ আগমনত প্রকৃতিয়ে ধাৰণ কৰা সেউজ-সতেজ নতুন ৰূপে প্ৰতিখন ঘৰ আৰু প্ৰতিগৰাকী নাগৰিকৰ মন-প্ৰাণ ভৰাই উৎসাহ-উদ্দীপনাৰ জোৱাৰ তোলক৷ বহাগৰ এই প্ৰাণতৰা পৰিৱেশত ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠী তথা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্রীতি, সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া হওক । এই মুহূর্তত এয়াই আমাৰ একান্ত কামনা।

অসমৰ জাতীয় জীৱনৰ বাবে বিহু কেৱল এটা বছেৰেকীয়া উৎসৱ নহয়। ই আমাৰ এক বর্ণাঢ্য পৰম্পৰা চহকী সাংস্কৃতিক ঐতিহ্য। অসমীয়া জাতিৰ স্বাভিমান আৰু পৰিচয়। অসমীয়াৰ আয়ুস ৰেখাডাল দীঘলীয়া কৰি ৰখা এক শক্তিশালী আধাৰ। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন উজ্জ্বল ৰূপত প্ৰতিফলিত হোৱাৰ এছোৱা মধুৰ সময় এই বহাগ।

বৃহত্তৰ অসমীয়া জাতিৰ বাবে বিহু সময়ৰ অনুভৱ সদায়ে বিশেষ আৰু সুকীয়া। এইবাৰ সমগ্ৰ অসমবাসীৰ বাবে এই বিহুৰ অনুভৱ আৰু অধিক বিশেষ ছাবলৈ আগবাঢ়িছে। আমি সকলোৱে জানো যে পৰম্পৰা আৰু ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অসমক পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে মনে-প্রাণে কামনা কৰি আহিছে। অসমবাসীৰ এই দীৰ্ঘদিনীয়া হেঁপাহ আৰু সপোন পূৰণৰ এক ঐতিহাসিক গুণৰ সাক্ষী  হ’ব এইবাৰৰ ৰঙালী ।

কিয়নো মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাত এঘাৰ হাজাৰৰো অধিক শিল্পীয়ে অহা ১৪ এপ্ৰিলৰ দিনা মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিহু প্ৰদৰ্শন কৰিব ৷ বিশাল জনসমুদ্ৰক সাক্ষী কৰি পৰিৱেশিত হ’বলগীয়া এই অভূতপূৰ্ব কাৰ্যসূচীৰ জৰিয়তে অসমৰ বিহুৱে গীনিজ ৰেকৰ্ড গঢ়িব। অসমবাসীৰ বাবে পৰম সৌভাগ্যৰ বিষয় এয়ে যে সৰুসজাই ষ্টেডিয়ামত আসন্ন এই মাহেন্দ্ৰ ক্ষণৰ মূল সাক্ষী হৈ ৰ’ব স্বয়ং দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ৷

দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই মোডীয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্রতি নিভাঁজ আন্তৰিকতা প্ৰদৰ্শন কৰি আহিছে। অসম চৰকাৰৰ দ্বাৰা আযোজিত আগন্তক বিহুৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ সন্মতি প্রদান কৰি দেশৰ প্রধানমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ প্ৰতি থকা তেখেতৰ আগ্ৰহৰ পুনৰ উমান দিলে।

আমি অসম গণ পৰিষদ দলে বিহুৰ এই উৎসৱমুখৰ পৰিৱেশত মোডীক অসমলৈ স্বাগতম জনাইছোঁ। ৰাজ্যবাসীলৈ আমাৰ আহ্বান- আপোনালোক প্রত্যেকেই এই কাৰ্যসূচীৰ অংশীদাৰ হওক আৰু আমাৰ হেঁপাহৰ ৰঙালী বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভৰ পৱিত্ৰ ক্ষণৰ সাক্ষী হওক ৷

অগপ নেতৃবৰ্গই মত- বিনিময় অনুষ্ঠানত আৰু কয় যে,ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম গণ পৰিষদ দলে দলৰ নিষ্ঠাৱান কৰ্মীসকলৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ প্ৰতি এটা বিশেষ ৰাজনৈতিক বার্তা দিব বিচাৰিছোঁ ৷ সেয়া হ’ল অসমৰ এক সুৰক্ষিত আৰু উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ এক সবল সাংগঠনিক ভেটিৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত আঞ্চলিক শক্তিৰ স্থিতি আগতকৈয়ো অধিক মজবুত কৰা।

অসমীয়া নতুন বছৰটোত দলৰ সাংগঠনিক শক্তি বৃদ্ধিৰ স্বাৰ্থত এলানী নতুন কার্যসূচী আমি অচিৰেই ঘোষণা কৰিম। ইতিমধ্যেই অসম গণ পৰিষদলৈ বহু নতুন তেজৰ আগমণ ঘটিছে। আগন্তুক সময়ছোৱাত দললৈ অধিক নতুন নতুন সদস্যক আদৰি লোৱাটো হ’ব আমাৰ অন্যতম মূল কাৰ্যসূচী। সমান্তৰালভাৱে দেশৰ সংসদৰ মজিয়াত অগপ দলৰ স্থিতি শক্তিশালী কৰাৰ বাবেও আমি পৰিকল্পনা গ্রহণ কৰিছোঁ।

এটা কথা আপোনালোক সকলোৱে জানে যে গণতান্ত্রিক দেশ এখনত এটা ৰাজনৈতিক দলৰ ৰাইজৰ মাজত বিশ্বাসযোগ্যতা আৰু গ্রহণযোগ্যতা কিমান সেয়া নিৰূপণৰ মূল মাপকাঠিডালেই হৈছে নির্বাচন। ৰাজনৈতিকভাৱে ৰঙালী বিহুৰ পিছৰ সময়ছোৱা অগপৰ বাবে হ’ব অতিকে গুৰুত্বপূৰ্ণ।

কিয়নো আসন্ন লোকসভা নিৰ্বাচনৰ সময় ক্রমশঃ ওচৰ চাপি আহিছে। অসমৰ ৰাইজে বিচাৰে যে ৰাজ্যসভাৰ সমানেই লোকসভাৰ মজিয়াতো অসম গণ পৰিষদৰ পুনৰ শক্তিশালী প্রতিনিধিত্ব হওক আৰু সেই প্ৰতিনিধিৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সংসদৰ মজিয়াত সবলভাৱে উত্থাপন হওক।

ৰাইজৰ এই আকাংক্ষা আৰু সপোন পূৰণ কৰাতো অসম গণ পৰিষদৰ বৰ্তমানৰ নেতৃত্বই পৱিত্ৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচনা কৰোঁ। আগন্তুক লোকসভা নিৰ্বাচনৰ জৰিয়তে লোকসভাৰ মজিয়াত যাতে অসম গণ পৰিষদৰ প্রতিনিধিত্ব নিশ্চিত হয়, তাৰ বাবে আমি দৃঢ় পৰিকল্পনা গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত দলৰ কৰ্মীসকলে এতিয়াৰে পৰা বিশেষ উদ্যোগ তথা তৎপৰতা গ্ৰহণ কৰিব লাগিব সেই কথা আজিয়েই এই সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা আমাৰ প্ৰতিগৰাকী দলীয় সতীৰ্থৰ প্রতি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত অসমৰ ৰাইজৰ আশীষ, শুভকামনা আৰু সহযোগিতা আমাৰ একান্তই কাম্য।

অসমীয়া নৱবৰ্ষই আমাৰ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। লগতে সাংবাদিক বন্ধুসকললৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ambari Party OfficeAsom Gana ParishadGuwahatiPressmeet
publisher

publisher

Related Posts

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d