Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Agp PressMeet In Ambari :ৰাজ্যবাসীলৈ ৰঙালীৰ শুভেচ্ছা অগপৰ

পৰৱৰ্ত্তী লোকসভাত প্ৰতিনিধিত্ব নিশ্চিত কৰিব অসম গণ পৰিষদে,প্রধানমন্ত্ৰীৰ অসম ভ্রমণক আদৰণি

publisher by publisher
April 12, 2023
in Assam, India, News
Reading Time: 3 mins read
0
0
SHARES
3
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Agp PressMeet In Ambari :

ADVERTISEMENT

ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে ৰঙালী বিহুৰ প্ৰাক্‌ক্ষণত আজি দলটোৰ মহানগৰীৰ আমবাৰীস্থ কাৰ্যালয়ত সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত কৰে ভাৱ-বিনিময় অনুষ্ঠান ৷

অনুষ্ঠানত দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু দলৰ আটাইকেই গৰাকী বিধায়কক উপস্থিতিত নেতৃবৰ্গই কয়,জয়জয়তে সমূহ অসমবাসীলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বসন্তৰ আগমনত প্রকৃতিয়ে ধাৰণ কৰা সেউজ-সতেজ নতুন ৰূপে প্ৰতিখন ঘৰ আৰু প্ৰতিগৰাকী নাগৰিকৰ মন-প্ৰাণ ভৰাই উৎসাহ-উদ্দীপনাৰ জোৱাৰ তোলক৷ বহাগৰ এই প্ৰাণতৰা পৰিৱেশত ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠী তথা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্রীতি, সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক কটকটীয়া হওক । এই মুহূর্তত এয়াই আমাৰ একান্ত কামনা।

অসমৰ জাতীয় জীৱনৰ বাবে বিহু কেৱল এটা বছেৰেকীয়া উৎসৱ নহয়। ই আমাৰ এক বর্ণাঢ্য পৰম্পৰা চহকী সাংস্কৃতিক ঐতিহ্য। অসমীয়া জাতিৰ স্বাভিমান আৰু পৰিচয়। অসমীয়াৰ আয়ুস ৰেখাডাল দীঘলীয়া কৰি ৰখা এক শক্তিশালী আধাৰ। অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন উজ্জ্বল ৰূপত প্ৰতিফলিত হোৱাৰ এছোৱা মধুৰ সময় এই বহাগ।

বৃহত্তৰ অসমীয়া জাতিৰ বাবে বিহু সময়ৰ অনুভৱ সদায়ে বিশেষ আৰু সুকীয়া। এইবাৰ সমগ্ৰ অসমবাসীৰ বাবে এই বিহুৰ অনুভৱ আৰু অধিক বিশেষ ছাবলৈ আগবাঢ়িছে। আমি সকলোৱে জানো যে পৰম্পৰা আৰু ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অসমক পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে মনে-প্রাণে কামনা কৰি আহিছে। অসমবাসীৰ এই দীৰ্ঘদিনীয়া হেঁপাহ আৰু সপোন পূৰণৰ এক ঐতিহাসিক গুণৰ সাক্ষী  হ’ব এইবাৰৰ ৰঙালী ।

কিয়নো মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাত এঘাৰ হাজাৰৰো অধিক শিল্পীয়ে অহা ১৪ এপ্ৰিলৰ দিনা মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বিহু প্ৰদৰ্শন কৰিব ৷ বিশাল জনসমুদ্ৰক সাক্ষী কৰি পৰিৱেশিত হ’বলগীয়া এই অভূতপূৰ্ব কাৰ্যসূচীৰ জৰিয়তে অসমৰ বিহুৱে গীনিজ ৰেকৰ্ড গঢ়িব। অসমবাসীৰ বাবে পৰম সৌভাগ্যৰ বিষয় এয়ে যে সৰুসজাই ষ্টেডিয়ামত আসন্ন এই মাহেন্দ্ৰ ক্ষণৰ মূল সাক্ষী হৈ ৰ’ব স্বয়ং দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ৷

দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই মোডীয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্রতি নিভাঁজ আন্তৰিকতা প্ৰদৰ্শন কৰি আহিছে। অসম চৰকাৰৰ দ্বাৰা আযোজিত আগন্তক বিহুৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ সন্মতি প্রদান কৰি দেশৰ প্রধানমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ প্ৰতি থকা তেখেতৰ আগ্ৰহৰ পুনৰ উমান দিলে।

আমি অসম গণ পৰিষদ দলে বিহুৰ এই উৎসৱমুখৰ পৰিৱেশত মোডীক অসমলৈ স্বাগতম জনাইছোঁ। ৰাজ্যবাসীলৈ আমাৰ আহ্বান- আপোনালোক প্রত্যেকেই এই কাৰ্যসূচীৰ অংশীদাৰ হওক আৰু আমাৰ হেঁপাহৰ ৰঙালী বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভৰ পৱিত্ৰ ক্ষণৰ সাক্ষী হওক ৷

অগপ নেতৃবৰ্গই মত- বিনিময় অনুষ্ঠানত আৰু কয় যে,ৰঙালী বিহুৰ প্ৰাকক্ষণত অসম গণ পৰিষদ দলে দলৰ নিষ্ঠাৱান কৰ্মীসকলৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ প্ৰতি এটা বিশেষ ৰাজনৈতিক বার্তা দিব বিচাৰিছোঁ ৷ সেয়া হ’ল অসমৰ এক সুৰক্ষিত আৰু উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত অসম গণ পৰিষদ দলৰ এক সবল সাংগঠনিক ভেটিৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিত আঞ্চলিক শক্তিৰ স্থিতি আগতকৈয়ো অধিক মজবুত কৰা।

অসমীয়া নতুন বছৰটোত দলৰ সাংগঠনিক শক্তি বৃদ্ধিৰ স্বাৰ্থত এলানী নতুন কার্যসূচী আমি অচিৰেই ঘোষণা কৰিম। ইতিমধ্যেই অসম গণ পৰিষদলৈ বহু নতুন তেজৰ আগমণ ঘটিছে। আগন্তুক সময়ছোৱাত দললৈ অধিক নতুন নতুন সদস্যক আদৰি লোৱাটো হ’ব আমাৰ অন্যতম মূল কাৰ্যসূচী। সমান্তৰালভাৱে দেশৰ সংসদৰ মজিয়াত অগপ দলৰ স্থিতি শক্তিশালী কৰাৰ বাবেও আমি পৰিকল্পনা গ্রহণ কৰিছোঁ।

এটা কথা আপোনালোক সকলোৱে জানে যে গণতান্ত্রিক দেশ এখনত এটা ৰাজনৈতিক দলৰ ৰাইজৰ মাজত বিশ্বাসযোগ্যতা আৰু গ্রহণযোগ্যতা কিমান সেয়া নিৰূপণৰ মূল মাপকাঠিডালেই হৈছে নির্বাচন। ৰাজনৈতিকভাৱে ৰঙালী বিহুৰ পিছৰ সময়ছোৱা অগপৰ বাবে হ’ব অতিকে গুৰুত্বপূৰ্ণ।

কিয়নো আসন্ন লোকসভা নিৰ্বাচনৰ সময় ক্রমশঃ ওচৰ চাপি আহিছে। অসমৰ ৰাইজে বিচাৰে যে ৰাজ্যসভাৰ সমানেই লোকসভাৰ মজিয়াতো অসম গণ পৰিষদৰ পুনৰ শক্তিশালী প্রতিনিধিত্ব হওক আৰু সেই প্ৰতিনিধিৰ জৰিয়তে অসমৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সংসদৰ মজিয়াত সবলভাৱে উত্থাপন হওক।

ৰাইজৰ এই আকাংক্ষা আৰু সপোন পূৰণ কৰাতো অসম গণ পৰিষদৰ বৰ্তমানৰ নেতৃত্বই পৱিত্ৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে বিবেচনা কৰোঁ। আগন্তুক লোকসভা নিৰ্বাচনৰ জৰিয়তে লোকসভাৰ মজিয়াত যাতে অসম গণ পৰিষদৰ প্রতিনিধিত্ব নিশ্চিত হয়, তাৰ বাবে আমি দৃঢ় পৰিকল্পনা গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত দলৰ কৰ্মীসকলে এতিয়াৰে পৰা বিশেষ উদ্যোগ তথা তৎপৰতা গ্ৰহণ কৰিব লাগিব সেই কথা আজিয়েই এই সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা আমাৰ প্ৰতিগৰাকী দলীয় সতীৰ্থৰ প্রতি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত অসমৰ ৰাইজৰ আশীষ, শুভকামনা আৰু সহযোগিতা আমাৰ একান্তই কাম্য।

অসমীয়া নৱবৰ্ষই আমাৰ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। লগতে সাংবাদিক বন্ধুসকললৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ambari Party OfficeAsom Gana ParishadGuwahatiPressmeet
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d