Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১০ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সৰুসজাই ষ্টেডিয়ামৰ নতুন ক’ভিড চিকিৎসালয়

ডিআৰডিঅ'ৰ দ্বাৰা নিৰ্মীয়মান চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

publisher by publisher
June 7, 2021
in Assam, COVID-19, India, News, Politics
Reading Time: 1 min read
0
১০ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সৰুসজাই ষ্টেডিয়ামৰ নতুন ক’ভিড চিকিৎসালয়
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত পৰিচালিত হ’ব তিনিশখন আইচিইউ-অক্সিজেন বিচনাৰ চিকিৎসালয়

ADVERTISEMENT

ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে সৰুসজাই ষ্টেডিয়াম চৌহদত ৰাজ্যৰ স্বাস্থ্য বিভাগে ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰা অত্যাধুনিক ক’ভিড চিকিৎসালয়খন অহা ১০ জুনত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ সহযোগত খৰতকীয়াকৈ নিৰ্মাণৰ ব্যৱস্থা কৰা তিনিশখন আইচিইউ-অক্সিজেন সুবিধাযুক্ত বিচনাৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম (এনএইচএম)ৰ সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যৰ স’তে নিৰ্মীয়মান চিকিৎসালয়খনৰ ভিতৰভাগৰ প্ৰতিটো অংশ পৰিদৰ্শন কৰাৰ পাছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, নতুন চৰকাৰখনৰ শপত গ্ৰহণৰ এমাহ পূৰ্ণ হোৱাৰ দিনটোতে অহা বৃহস্পতিবাৰে এই চিকিৎসালয়খন ৰাজ্যৰ ক’ভিড আক্ৰান্তসকলৰ সেৱাত মুখ্যমন্ত্ৰীয়ে উচৰ্গা কৰিব । ২০ দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা ক’ভিড চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত পৰিচালিত হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী মহন্তই ঘোষণা কৰে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত আমাৰ নতুন চৰকাৰে যোৱা ১০ মে’ত শপত গ্ৰহণ কৰাৰ তিনিদিন পাছতে ৰাজ্যখনত জৰুৰীভাৱে ক’ভিড চিকিৎসা আন্তঃগাথঁনি টনকিয়াল কৰিবলৈ যোৱা ১৩ মে’ত আমাৰ স্বাস্থ্য বিভাগে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ডিআৰডিঅ’ৰ স’তে এই ক’ভিড চিকিৎসালয় নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি সম্পন্ন কৰিছিল । যোৱা ১৮ মে’ত ডিআৰডিঅ’ই সৰুসজাই ষ্টেডিয়ামৰ ঠাইটুকুৰা চমজি লয় আৰু ৮০খন ট্ৰাকত বয়বস্তু আনি প্ৰাৰম্ভিক নিৰ্মাণ কাৰ্য আৰম্ভ কৰে । ইয়াৰ পাছৰ ২০ দিনৰ ভিতৰতে এশখন আইচিইউ বিচনা আৰু দুশখন অক্সিজেন সুবিধাযুক্ত বিচনাৰ এই অত্যাধুনিক চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তুলিলে ডিআৰডিঅ’ই । মুকলি কৰাৰ পাছত এই ক’ভিড চিকিৎসালয়খন সম্পূৰ্ণভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে পৰিচালনা কৰিব । ইতিমধ্যে ৰাজ্য চৰকাৰে এই নতুন চিকিৎসালয়খনক জিএমচিএইচৰ সংলগ্ন চিকিৎসালয় হিচাপে ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ক’ভিড চিকিৎসালয়খনৰ ভিতৰ ভাগত প্ৰতিটো ছিফ্টতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপকৰ তত্বাৱধানত বিভিন্ন বিভাগৰ ১৮গৰাকীকৈ চিকিৎসকে ক’ভিড আক্ৰান্তসকলক চিকিৎসা সেৱা উপলব্ধ কৰিব । তদুপৰি বাহিৰত নতুন ক’ভিড আক্ৰান্তক ভৰ্তিকৰণ, আৰোগ্য লভাসকলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান আৰু কাউন্সেলিঙৰ বাবেও সুকীয়াকৈ চিকিৎসক-স্বাস্থ্যকৰ্মীৰ দল থাকিব ।

উল্লেখ্য যে, চিকিৎসালয়খন নিৰ্মাণত প্ৰায় ২২ কোটি টকা ব্যয় হ’ব । ইয়াৰে ১৯.৭ কোটি টকা ডিআৰডিঅ’ৰ নিৰ্মাণ কাৰ্যত ব্যয় হোৱাৰ উপৰি বিদ্যুৎ সংযোগৰ বাবে এপিডিচিএলক ১.২৪ কোটি টকা, চিকিৎসালয়খনৰ চাৰিওফালে পথ আৰু নৰ্দমা আদি নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগক ৫৯ লাখ টকা দিয়াৰ লগতে খোৱাপানী যোগানৰ বাবদো এনএইচএমে ধন আদায় দিব লগা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaKeshab Mahanta
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d