Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rozgar Mela Addressing Pm Modi:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী মোদী (ভার্চুৱেলী)ৰ সৈতে ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে

২০১৪ চনৰ পাছত পূৰ্বৰ সময়ৰ তুলনাত ভাৰতত নিযুক্তি আৰু স্ব-নিযুক্তিৰ যথেষ্ট সুযোগ সৃষ্টি হৈছে : প্রধানমন্ত্রী মোদী

publisher by publisher
April 13, 2023
in India, News
Reading Time: 2 mins read
0
Rozgar Mela Addressing Pm Modi:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী মোদী (ভার্চুৱেলী)ৰ সৈতে ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে
1
SHARES
12
VIEWS
ShareShareShareShare

Rozgar Mela Addressing Pm Modi:

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত সম্বোধন কৰে। বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্রাপ্ত প্রায় ৭১,০০০ প্রার্থীক প্রধানমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে।

ADVERTISEMENT

নৱনিযুক্তসকলে ‘কর্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে যাৱতীয় প্ৰশিক্ষণ ল’ব পাৰিব। ‘কর্মযোগী প্ৰাৰম্ভ হৈছে বিভিন্ন চৰকাৰী নতুন নিযুক্তিৰ বাবে অনলাইন পাঠ্যক্ৰমৰ বিশেষ প্লেটফৰ্ম। আজি প্ৰধানমন্ত্ৰীৰ এইআনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে। নৱনিযুক্তসকলে ‘কর্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে যাৱতীয় প্ৰশিক্ষণ ল’ব পাৰিব।

RelatedPosts

অপাৰেচন সিন্দূৰৰ পাছত গুজৰাটত মোডীৰ প্ৰথম ৰোড শ্ব’ !

‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

নির্মাণ আৰু পৰীক্ষা সমাপ্ত, অহা ১৯ এপ্ৰিলত প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সর্বোচ্চ ৰেলসেতু

‘কর্মযোগী প্ৰাৰম্ভ হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে অনলাইন পাঠ্যক্ৰমৰ বিশেষ প্লেটফৰ্ম। আজি প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সময়ত ৪৫টা স্থানৰপৰা নৱনিযুক্ত প্রার্থীসকল, জনপ্ৰতিনিধিসকল আৰু উচ্চপদস্থ বিষয়াসকল সংযুক্ত হৈছিল।

ৰোজগাৰ মেলাত সম্বোধন কৰি প্ৰধানমন্ত্রীয়ে বৈশাখী, বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি, নৱনিযুক্ত প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালকো প্ৰধানমন্ত্ৰীয়ে আন্তৰিক অভিনন্দন জনায়। আজি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে যে উন্নত ভাৰতৰ সংকল্প প্ৰাপ্ত কৰাৰ বাবে যুৱপ্ৰজন্মৰ প্ৰতিভা আৰু শক্তিৰ সঠিক মূল্যায়ন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

ৰোজগাৰ মেলাক যুৱপ্ৰজন্মৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাৰ নিদৰ্শন বুলি কৈ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাটৰপৰা অসম আৰু উত্তৰ প্ৰদেশৰপৰা মহাৰাষ্ট্ৰলৈকে এন ডি এ শাসিত ৰাজ্যসমূহত চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া দ্রুতগতিত চলি আছে। তেওঁ উল্লেখ কৰে যে, মধ্যপ্ৰদেশত কালি ২২,০০০তকৈও অধিক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।

“আজিৰ নতুন ভাৰতে নীতি আৰু ৰণনীতিৰ সৈতে আগবাঢ়ি গৈছে, যাৰ জৰিয়তে নতুন সম্ভাৱনাৰ দুৱাৰো মুকলি হৈছে”, প্রধানমন্ত্ৰীয়ে লগতে কয়। তেওঁ কয় যে, ২০১৪ চনৰ পাছত পূৰ্বৰ সময়ৰ তুলনাত ভাৰতত নিযুক্তি আৰু স্ব-নিযুক্তিৰ যথেষ্ট সুযোগ সৃষ্টি হৈছে।

অমৃতকালৰ ভিতৰত দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব যুৱপ্ৰজন্মই। আত্মনিৰ্ভৰ ভাৰত অভিযান হৈছে দেশৰ গাঁও, চহৰ আদি সকলোতে কোটি কোটি নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ এক অনন্য অভিযান।

প্রধানমন্ত্ৰীয়ে ষ্টার্টআপৰ বৃদ্ধি আৰু ভাৰতীয় যুৱপ্ৰজন্মৰ উৎসাহৰ উদাহৰণ দি এক প্ৰতিবেদনৰ কথা উল্লেখ কৰে য’ত কোৱা হৈছে যে ষ্টার্টআপসমূহে ৪০ লাখতকৈও অধিক প্রত্যক্ষ বা পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিছে। তেওঁ ড্ৰন আৰু ক্ৰীড়া খণ্ডক নিযুক্তিৰ নতুন পথ হিচাপেও উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ বাবে বিনিয়োগৰ ভূমিকাৰ সন্দৰ্ভতো তেওঁ কয় যে মূলধন ব্যয়ত গুৰুত্ব দিয়াৰ ফলত পথ, ৰে’ল, বন্দৰ আৰু ভৱনৰ দৰে আন্তঃগাঁথনিৰসৃষ্টি হৈছে। আন্তঃগাঁথনিমূলক নিযুক্তিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত মূলধন ব্যয় চাৰিগুণ বৃদ্ধি পাইছে।

প্রধানমন্ত্রী মোদীয়ে বর্ধিত উদ্যোগ আৰু ক্ষুদ্র উদ্যোগসমূহক শক্তিশালী কৰাৰ কথাও উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্রী মুদ্ৰা যোজনাৰ কথা উল্লেখ কৰে যিয়ে শেহতীয়াকৈ ৮ বছৰ সম্পূর্ণ কৰিছে।

আঁচনিখনৰ অধীনত ২০ লাখ কোটি টকাৰ অধিক বেংক গেৰাণ্টিমুক্ত ঋণ বিতৰণ কৰা হৈছে আৰু ইয়াৰ ৭০ শতাংশতকৈও অধিক হিতাধিকাৰী হৈছে মহিলা। ‘এই আঁচনিয়ে ৮ কোটি নতুন উদ্যোগীৰো সৃষ্টি কৰিছে, তেওঁ কয়।

আজি নৱনিযুক্তসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ সময়ত দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়া এক সুবর্ণ সুযোগ।

এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁলোকক সোণোৱালে আহ্বান জনায়। গুৱাহাটীৰ অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি এক ঐতিহাসিক মুহূর্ত, কিয়নো আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰৰ গতিশীল নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমাৰ যুৱপ্ৰজন্মক শক্তিশালী কৰাৰ বাবে আৰু এখোজ আগবাঢ়িছো।

আজি যোগদান কৰা ৭১,০০০ কৰ্মচাৰীৰ প্ৰতিজনকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। মোদীৰ সক্ষম নেতৃত্বত মই নিশ্চিত যে আপোনালোকৰ প্ৰত্যেকেই এই অমৃতকালত আত্মনিৰ্ভৰ ভাৰত পঢ়াৰ দিশত সবল ভূমিকা পালন কৰি যাব। মোদীৰ গতিশীল নেতৃত্বত ৰোজগাৰ মেলা হৈছে যুৱপ্ৰজন্ম চালিত উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ এক অনুপম নিদৰ্শন।” আজি গুৱাহাটীত ২০৭ পৰাকী নৱনিযুক্ত প্রার্থীয়ে নিযুক্তি পত্র লাভ কৰে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APPOINTMENT LATTER DISTRIBUTIONNational Rozgar MelaPM Narendra ModiVideo Conference
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d