Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rozgar Mela Addressing Pm Modi:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী মোদী (ভার্চুৱেলী)ৰ সৈতে ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে

২০১৪ চনৰ পাছত পূৰ্বৰ সময়ৰ তুলনাত ভাৰতত নিযুক্তি আৰু স্ব-নিযুক্তিৰ যথেষ্ট সুযোগ সৃষ্টি হৈছে : প্রধানমন্ত্রী মোদী

publisher by publisher
April 13, 2023
in India, News
Reading Time: 2 mins read
0
Rozgar Mela Addressing Pm Modi:কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রধানমন্ত্ৰী মোদী (ভার্চুৱেলী)ৰ সৈতে ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

Rozgar Mela Addressing Pm Modi:

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত সম্বোধন কৰে। বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্রাপ্ত প্রায় ৭১,০০০ প্রার্থীক প্রধানমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে।

ADVERTISEMENT

নৱনিযুক্তসকলে ‘কর্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে যাৱতীয় প্ৰশিক্ষণ ল’ব পাৰিব। ‘কর্মযোগী প্ৰাৰম্ভ হৈছে বিভিন্ন চৰকাৰী নতুন নিযুক্তিৰ বাবে অনলাইন পাঠ্যক্ৰমৰ বিশেষ প্লেটফৰ্ম। আজি প্ৰধানমন্ত্ৰীৰ এইআনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে। নৱনিযুক্তসকলে ‘কর্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে যাৱতীয় প্ৰশিক্ষণ ল’ব পাৰিব।

‘কর্মযোগী প্ৰাৰম্ভ হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে অনলাইন পাঠ্যক্ৰমৰ বিশেষ প্লেটফৰ্ম। আজি প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সময়ত ৪৫টা স্থানৰপৰা নৱনিযুক্ত প্রার্থীসকল, জনপ্ৰতিনিধিসকল আৰু উচ্চপদস্থ বিষয়াসকল সংযুক্ত হৈছিল।

ৰোজগাৰ মেলাত সম্বোধন কৰি প্ৰধানমন্ত্রীয়ে বৈশাখী, বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি, নৱনিযুক্ত প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালকো প্ৰধানমন্ত্ৰীয়ে আন্তৰিক অভিনন্দন জনায়। আজি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে যে উন্নত ভাৰতৰ সংকল্প প্ৰাপ্ত কৰাৰ বাবে যুৱপ্ৰজন্মৰ প্ৰতিভা আৰু শক্তিৰ সঠিক মূল্যায়ন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

ৰোজগাৰ মেলাক যুৱপ্ৰজন্মৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাৰ নিদৰ্শন বুলি কৈ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাটৰপৰা অসম আৰু উত্তৰ প্ৰদেশৰপৰা মহাৰাষ্ট্ৰলৈকে এন ডি এ শাসিত ৰাজ্যসমূহত চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া দ্রুতগতিত চলি আছে। তেওঁ উল্লেখ কৰে যে, মধ্যপ্ৰদেশত কালি ২২,০০০তকৈও অধিক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।

“আজিৰ নতুন ভাৰতে নীতি আৰু ৰণনীতিৰ সৈতে আগবাঢ়ি গৈছে, যাৰ জৰিয়তে নতুন সম্ভাৱনাৰ দুৱাৰো মুকলি হৈছে”, প্রধানমন্ত্ৰীয়ে লগতে কয়। তেওঁ কয় যে, ২০১৪ চনৰ পাছত পূৰ্বৰ সময়ৰ তুলনাত ভাৰতত নিযুক্তি আৰু স্ব-নিযুক্তিৰ যথেষ্ট সুযোগ সৃষ্টি হৈছে।

অমৃতকালৰ ভিতৰত দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব যুৱপ্ৰজন্মই। আত্মনিৰ্ভৰ ভাৰত অভিযান হৈছে দেশৰ গাঁও, চহৰ আদি সকলোতে কোটি কোটি নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ এক অনন্য অভিযান।

প্রধানমন্ত্ৰীয়ে ষ্টার্টআপৰ বৃদ্ধি আৰু ভাৰতীয় যুৱপ্ৰজন্মৰ উৎসাহৰ উদাহৰণ দি এক প্ৰতিবেদনৰ কথা উল্লেখ কৰে য’ত কোৱা হৈছে যে ষ্টার্টআপসমূহে ৪০ লাখতকৈও অধিক প্রত্যক্ষ বা পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিছে। তেওঁ ড্ৰন আৰু ক্ৰীড়া খণ্ডক নিযুক্তিৰ নতুন পথ হিচাপেও উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ বাবে বিনিয়োগৰ ভূমিকাৰ সন্দৰ্ভতো তেওঁ কয় যে মূলধন ব্যয়ত গুৰুত্ব দিয়াৰ ফলত পথ, ৰে’ল, বন্দৰ আৰু ভৱনৰ দৰে আন্তঃগাঁথনিৰসৃষ্টি হৈছে। আন্তঃগাঁথনিমূলক নিযুক্তিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত মূলধন ব্যয় চাৰিগুণ বৃদ্ধি পাইছে।

প্রধানমন্ত্রী মোদীয়ে বর্ধিত উদ্যোগ আৰু ক্ষুদ্র উদ্যোগসমূহক শক্তিশালী কৰাৰ কথাও উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্রী মুদ্ৰা যোজনাৰ কথা উল্লেখ কৰে যিয়ে শেহতীয়াকৈ ৮ বছৰ সম্পূর্ণ কৰিছে।

আঁচনিখনৰ অধীনত ২০ লাখ কোটি টকাৰ অধিক বেংক গেৰাণ্টিমুক্ত ঋণ বিতৰণ কৰা হৈছে আৰু ইয়াৰ ৭০ শতাংশতকৈও অধিক হিতাধিকাৰী হৈছে মহিলা। ‘এই আঁচনিয়ে ৮ কোটি নতুন উদ্যোগীৰো সৃষ্টি কৰিছে, তেওঁ কয়।

আজি নৱনিযুক্তসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ সময়ত দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়া এক সুবর্ণ সুযোগ।

এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁলোকক সোণোৱালে আহ্বান জনায়। গুৱাহাটীৰ অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি এক ঐতিহাসিক মুহূর্ত, কিয়নো আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰৰ গতিশীল নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমাৰ যুৱপ্ৰজন্মক শক্তিশালী কৰাৰ বাবে আৰু এখোজ আগবাঢ়িছো।

আজি যোগদান কৰা ৭১,০০০ কৰ্মচাৰীৰ প্ৰতিজনকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। মোদীৰ সক্ষম নেতৃত্বত মই নিশ্চিত যে আপোনালোকৰ প্ৰত্যেকেই এই অমৃতকালত আত্মনিৰ্ভৰ ভাৰত পঢ়াৰ দিশত সবল ভূমিকা পালন কৰি যাব। মোদীৰ গতিশীল নেতৃত্বত ৰোজগাৰ মেলা হৈছে যুৱপ্ৰজন্ম চালিত উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ এক অনুপম নিদৰ্শন।” আজি গুৱাহাটীত ২০৭ পৰাকী নৱনিযুক্ত প্রার্থীয়ে নিযুক্তি পত্র লাভ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APPOINTMENT LATTER DISTRIBUTIONNational Rozgar MelaPM Narendra ModiVideo Conference
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d