Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

PM Assam Visit :আজি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্রধানমন্ত্রী

সৰুসজাইত অংশগ্ৰহণ কৰিব বাগুৰুম্বা নৃত্য অনুষ্ঠানত

publisher by publisher
January 17, 2026
in Assam
Reading Time: 1 min read
0
PM Assam Visit :আজি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্রধানমন্ত্রী
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

PM Assam Visit :

আজি পুনৰ দুদিনীয়া কাৰ্যসূচীৰে সন্ধিয়া ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী। সন্ধিয়া ৫.২০ বজাত প্রধানমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত উপস্থিত হোৱাৰ লগে লগে তেওঁক উস্ম আদৰণি জনাব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু মেয়ৰ মৃগেন শৰণীয়াই ।

ADVERTISEMENT

আনহাতে মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, ৫.৪৫ বজাত প্রধানমন্ত্রী উপস্থিত হ’ব সৰুসজাই অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত। তাত প্রায় ১০ হেজাৰ শিল্পীয়ে বাগুৰুম্বা নৃত্য প্রধানমন্ত্রীৰ উপস্থিতিত প্রদর্শন কৰিব। নিশাটো খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত প্রধানমন্ত্রীয়ে কটাব। ১৮ জানুৱাৰীৰ পুৱা প্ৰধানমন্ত্ৰী খানাপাৰাৰ পৰা হেলিকপ্টাৰৰে কলিয়াবৰলৈ যাত্ৰা কৰিব। কলিয়াবৰৰ মৌচন্দা খেলপথাৰত প্রধানমন্ত্রীয়ে এখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। এই সভাতে প্রধানমন্ত্রীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় পথৰ ওপৰৰে নিৰ্মাণ হ’বলগীয়া উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া ১২.৩০ বজাত প্ৰধানমন্ত্ৰী কলিয়াবৰৰ পৰা বৰবাৰ বিমানকোঠত উপস্থিত হ’ব আৰু পোনে পোনে দিল্লীলৈ উৰা মাৰিব।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ অসম চৰকাৰ আৰু ৰাজ্যিক বিজেপিয়ে ব্যাপক আয়োজন কৰিছে। বিমানকোঠত প্রধানমন্ত্রীক দলৰ কৰ্মকৰ্তাই আদৰণি জনোৱাৰ উপৰি সমদলৰে সৰুসজাইলৈ আদৰি আনিব। প্রধানমন্ত্রীৰ সন্মানার্থে বিমানকোঠ চৌহদত অসমৰ থলুৱা সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে আজি পুৱাৰে পৰা বিমান বন্দৰ প্ৰৱেশদ্বাৰৰ আশেপাশে বিভিন্ন সাংস্কৃতিক দল সমূহ উপস্থিত হৈছে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷

উল্লেখ্যযোগ্য বিহু আৰু ঝুমুৰৰ পাছত কপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ বাকৰিত ১০ হেজাৰ যুৱক-যুৱতীয়ে বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। এই বৃহৎ সাংস্কৃতিক কার্যসূচীত অংশগ্রহণ কৰা প্ৰতিগৰাকী নৃত্য শিল্পীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২৫ হেজাৰকৈ টকা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রী ড: শৰ্মাই ঘোষণা কৰে। শনিবাৰে বিয়লি ৫.৪৫ বজাত সৰুসজাই ষ্টেডিয়ামত প্রধানমন্ত্রী মোদী উপস্থিত হ’ব। প্রধানমন্ত্রীৰ সন্মুখত বাগুৰুম্বাৰ প্ৰদৰ্শনৰ লক্ষ্যৰে সৰুসজাই স্টেডিয়ামত যোৱা তিনি দিন ধৰি আখৰা অব্যাহত ৰাখিছে নৃত্য শিল্পী তথা কলা-কৌশলীসকলে। শুকুৰবৰাৰে সন্ধিয়া তেওঁলোকৰ চূড়ান্ত আখৰা পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। আখৰা প্ৰত্যক্ষ কৰি নৃত্য শিল্পীসকলক সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বড়ো জাতিৰ চহকী কৃষ্টি-সংস্কৃতিৰ পৰিচয় বাগুৰুম্বাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবেই এয়া চৰকাৰৰ এক প্ৰয়াস তথা প্রচেষ্ট। লগতে তেওঁ কয় যে এই কাৰ্যসূচীত মুঠ ৯,৬৬৭ গৰাকী যুৱক-যুৱতী তথা নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত নেপালৰ পৰা ২৯ গৰাকী, নগালেণ্ডৰ পৰা ২৫ গৰাকী, পশ্চিমবংগৰ পৰা ৫১ গৰাকী নৃত্যশিল্পী আহিছে। লগতে এই বৃহৎ দলটোৰ লগত থাকিব ২৫ গৰাকী প্রশিক্ষক (এক্সপার্ট সমিতি) আৰু ১২গৰাকী কৰিঅ’গ্ৰাফাৰ। এই কাৰ্যসূচীত অংশগ্রহণ কৰা প্ৰতিগৰাকী শিল্পী তথা যুৱক-যুৱতীক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ এখন প্ৰমাণপত্ৰ আৰু দক্ষতাৰ এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। এই দুখন প্রমাণপত্রসহ অংশগ্ৰহণকাৰী নৃত্য শিল্পীসকলক পৰৱৰ্তী সময়ত জিলা পর্যায়ত সম্বর্ধনা জনোৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী নৃত্যশিল্পীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২৫ হেজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

একেদৰে প্ৰশিক্ষক, বিশেষজ্ঞ আৰু কৰিঅ’গ্ৰাফৰসকলক ৫০ হেজাৰকৈ টকা প্ৰদান কৰা হ’ব। অহাবাৰ দিল্লীত বাগুৰুম্বা নৃত্য প্রদর্শন কৰা হ’ব বুলি মুখ্যমন্ত্রী মন্তব্য কৰি লগতে কয়, ‘শনিবাৰে প্রধানমন্ত্রী ষ্টেডিয়ামত উপস্থিত হোৱাৰ পাছতে এখন চমু সভা অনুষ্ঠিত হ’ব। সাংস্কৃতিক মন্ত্রী, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰী, মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰাৰ পাছতে প্রধানমন্ত্রীয়ে ৰাইজক সম্বোধন কৰিব। ইয়াৰ পাছতে বড়ো জাতিৰ কৃষ্টি-সংস্কৃতি তথা ঐতিহ্য আমি বিশ্ববাসীৰ সন্মুখত প্রদর্শন কৰিম। ইয়াৰ পাছতে লেজাৰ শ্ব’ হ’ব আৰু শেষত ফটকা প্রদর্শনীৰে অনুষ্ঠানৰ সামৰণি পৰিব।’ লগতে মুখ্যমন্ত্রীয়ে কয় যে এই অনুষ্ঠান চাবলৈ বহু লোকে প্রবেশ পত্ৰ বিচাৰিছে। বহন ক্ষমতা অনুসৰি ৩৫ হেজাৰ লোকক প্রবেশপত্র দিয়া হৈছে। প্রধানমন্ত্রী আগমনৰ সময়ছোৱাত জালুকবাৰীৰ পৰা বেলতলালৈ ৰাষ্ট্ৰীয় ঘাইপথত কোনোধৰণৰ ৰোড শ্ব’ নাথাকে বুলি তেওঁ কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam visitBagurumba performancePM Narendra ModiSarusajai Stadium
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d