Bohag Bihu : আজি পহিলা বহাগ ! শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত উদুলী মুদুলী পৰিৱেশ

Screenshot 20230415 112049 WhatsApp

Bohag Bihu :

পহিলা বহাগৰ দিনটো অৰ্থাৎ আজি ৰঙে ৰসে ভৰি পৰিব শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি ।

বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰঙালী উৎসৱ ।

ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰতীকী স্বৰ্গদেউ সহ শোভাযাত্ৰা কৰি ৰংঘৰত উপস্থিত হোৱাৰ পাছতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতে মুখৰিত হৈ উঠিব ৰংঘৰৰ বাকৰি ।

ইতিমধ্যে পতাকা উত্তোলনকে ধৰে পুৱাৰ কাৰ্যসূচী সমূহ আৰম্ভ হৈছে

Exit mobile version