Swearing-In Of Additional Judge Mridul Kumar Kalita:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ শপত গ্ৰহণ

WhatsApp Image 2023 04 20 at 12.11.56 PM

Swearing-In Of Additional Judge Mridul Kumar Kalita:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে মৃদুল কুমাৰ কলিতাই আজি শপত গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই এই শপত বাক্য পাঠ কৰোৱায়।

Exit mobile version