Amritpal Singh : অসম পালেহি খালিস্তানী নেতা অমৃত পাল সিঙ

kcsbts0o amritpal singh

Amritpal Singh :

অসমলৈ অনা হ’ল খালিস্তানী নেতা অমৃত পাল সিঙক । ১৮ মাৰ্চৰ পৰা পলাতক অৱস্থাত আছিল বিচ্ছিন্নতাবাদী খালিস্তানী নেতাজন।

ADVERTISEMENT

৩৬ দিনৰ অন্তত আজি পুৱা পঞ্জাৱ আৰক্ষীয়ে মোগাৰ পৰা গ্ৰেপ্তাৰৰ কৰাৰ পাছতে বায়ুসেনাৰ এখন বিশেষ বিমানেৰে অসমলৈ অনা হ’ল অমৃতপাল সিঙক।ডিব্ৰুগড় কাৰাগাৰত আন সহযোগী সকলৰ স’তে ৰখা হ’ব অমৃতপালক।

উল্লেখ যোগ্য যে, খালিস্তানী নেতা আৰু তেওঁৰ সহযোগীসকলক ৰখা ঠাইত চি চি টিভি কেমেৰা আৰু শক্তিশালী চাৰ্চ লাইটৰো ব্যৱস্থা কৰা হৈছে ।

Exit mobile version