Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

    মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

    মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

    শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

    আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Prateek Hajela To Assam Again:পুনৰ অসমলৈ প্ৰতীক হাজেলা !

আজি অন্ত পৰিল প্ৰতীক হাজেলাৰ তিনিবছৰীয়া ডেপুটেশ্বন

publisher by publisher
March 31, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Prateek Hajela To Assam Again:পুনৰ অসমলৈ প্ৰতীক হাজেলা !
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Prateek Hajela To Assam Again:

এন আৰ চিৰ বহু বিতৰ্কিত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা অচিৰেই অসম চৰকাৰৰ কোনো এক বিভাগত যোগদান কৰিব ৷ অসমৰ পৰা গৈ গৃহ ৰাজ্য মধ্য প্ৰদেশত কৰ্মৰত হৈ থকাৰ পাছত আজি
অন্ত পৰিল ১৯৯৫ বেটছৰ অসম – মেঘালয় কেডাৰৰ আই এ এছ বিষয়া হাজেলাৰ তিনিবছৰীয়া ডেপুটেশ্বন ৷

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি হাজেলাক মধ্যপ্ৰদেশৰ পৰা বদলিৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি আজি তৎকালীনভাৱে বলবৎ হোৱাক ৰিলিজৰ নিৰ্দেশনা জাৰি কৰে মধ্যপ্ৰদেশ চৰকাৰে।

আনহাতে ৰাজ্য চৰকাৰ খনে হাজেলাৰ হাতত ন্যস্ত থকা বিভাগ সমূহ ইতিমধ্যে অন এজন বিষয়া হাতত ন্যস্ত কৰিছে ৷

উল্লেখ্য যে,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিছত জীৱন সম্পত্তিৰ ভয়ত অসম এৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা ৷ অসম এৰি মধ্যপ্ৰদেশত ডেপুটেশ্বন গৈছিল আই এ এছ জ্যেষ্ঠ বিষয়া গৰাকী৷

এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিৰ সমন্বয়ক প্ৰতীক হাজেলাক ২০১৯ ত নিজ গৃহৰাজ্য মধ্য প্ৰদেশলৈ তিনিবছৰৰ বাবে বদলিৰ নিৰ্দেশ দিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

তিনি বছৰৰ অন্তত পুনৰ অসম আগমনক লৈ স্বাভাৱিকতে উঠিছে কেতবোৰ প্ৰশ্ন ৷ কিয়নো শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত এন আৰ চি ভয়ংকৰ দুৰ্নীতিৰ তথ্য ফাদিল হৈছে ৷

এন আৰ চিৰ দুৰ্নীতিক লৈ হাজেলাৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ তৰিছিল এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মা আৰু এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই ৷

আনহাতে তিনিবছৰৰ অন্তত প্ৰতীক হাজেলাক মধ্য প্ৰদেশ চৰকাৰে সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

মনকৰিবলগীয়া যে,পুনৰ ডেপুটেশ্বন বৃদ্ধিৰ বাবে হাজেলাই কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰণালয়লৈ আবেদন জনাইছিল যদিও আবেদন নাকছ কৰে ৷ ইয়াৰ লগে লগে পুনৰ অসমলৈ অহাটো নিশ্চিত হৈ পৰে হাজেলাৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDeputationPrateek Hajela
publisher

publisher

Related Posts

জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ
India

October 11, 2026
মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’
India

মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

October 11, 2026
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু
India

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

October 11, 2026
শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়
India

শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

October 11, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

October 11, 2026
আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ
India

আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d