Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tura : তুৰাত বন্যপ্ৰাণী অপৰাধ কৰ্মশালাত জনসাধাৰণ, আইন, বলৱৎকাৰী সংস্থাৰ ভূমিকাৰ ওপৰত আলোকপাত

publisher by publisher
April 25, 2023
in News, Assam
Reading Time: 3 mins read
0
Tura : তুৰাত বন্যপ্ৰাণী অপৰাধ কৰ্মশালাত জনসাধাৰণ, আইন, বলৱৎকাৰী সংস্থাৰ ভূমিকাৰ ওপৰত আলোকপাত
0
SHARES
2
VIEWS
ShareShareShareShare

Tura :

5c15239f 7a52 44b1 8bfb da74a7261c08মেঘালয় আৰক্ষীয়ে আৰণ্যকৰ সহযোগত দেওবাৰে ইয়াত আয়োজন কৰা এখন কৰ্মশালাত বন্যপ্ৰাণীৰ অপৰাধ প্ৰতিৰোধৰ জৰিয়তে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত সাধাৰণ লোকৰ ভূমিকা আৰু বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় আইনসমূহৰ কাৰ্যকৰিতাৰ ওপৰত আলোকপাত কৰা হয় ।

ADVERTISEMENT

d7ec6c2d bba3 4a70 8d50 45708a92073e“বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতি আৰু ইয়াৰ বিভিন্ন মাত্ৰা” শীৰ্ষক কৰ্মশালাখন অনুষ্ঠিত কৰাত মূল উদ্যোগ গ্ৰহণ কৰা মেঘালয় আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ মহাপৰিদৰ্শক (ডি আই জি) চি ভি এছ ৰেড্ডীয়ে তেওঁৰ আদৰণি ভাষণত কয় যে জৈৱ বৈচিত্ৰ্য নাথাকিলে মানৱ জাতি বিলুপ্ত হৈ যাব; কাৰণ মানুহ, জীৱ-জন্তু, চৰাই, উদ্ভিদ ইত্যাদি সকলো একেটা পৰিৱেশ তন্ত্ৰ তথা খাদ্য শৃংখলৰ অংশ। খাদ্য শৃংখলটো কোনো এটা পৰ্যায়ত বিঘ্নিত হ’লে সমগ্ৰ পৰিৱেশ তন্ত্ৰটোৱেই প্ৰভাৱিত হয়।’

RelatedPosts

কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

অৱশেষত জোলোঙাৰ মেকুৰী ওলাই পৰিল: দিলীপ শইকীয়া

Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক

2aee2334 c17d 4f99 a670 a35db26f4d45গাৰো পাহাৰ অঞ্চলত শেহতীয়াকৈ অনুভূত অভূতপূৰ্ব গ্ৰীষ্মপ্ৰৱাহৰ প্ৰসংগ উথাপন কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বনাঞ্চলৰ অবাধ ধ্বংস ইয়াৰ কাৰণ হ’ব পাৰে । তেওঁ নতুন কৃষি কৌশল ব্যৱহাৰ কৰি বনাৱৰণ জ্বলোৱাৰ প্ৰয়োজন হোৱা জুমখেতিৰ এলেকা হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।

এজন সাধাৰণ মানুহে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়াব পৰা বিপুল অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডি আই জিজনে অসমৰ এটা অনুৰ্বৰ বালিচৰক ঘন বনাঞ্চললৈ ৰূপান্তৰিত কৰা বহু বিভূষিত ‘ফৰেষ্ট মেন অৱ ইন্ডিয়া’ যাদৱ পায়েঙৰ উদাহৰণ দাঙি ধৰে ।

পশ্চিম আৰু দক্ষিণ-পশ্চিম গাৰো পাহাৰ সংমাণ্ডলিক বন বিষয়া গণেশন পিয়ে কৰ্মশালাত উপস্থিত থাকি মত-বিনিময় অধিবেশনত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।

পশ্চিম আৰু দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক আৰ কে চাংমাই দৰ্শক হিচাপে থকা গাঁৱৰ মুৰব্বী আৰু নোকমাসকল আৰু সাধাৰণ লোকসকলে ভালদৰে বুজাকৈ কৰ্মশালাখনত হোৱা আলোচনাবোৰ গাৰো ভাষাত ব্যাখ্যা কৰে।

আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা উত্তৰ পূৱ ব্যাপি কাম কৰা গুৱাহটীস্থিত আগশাৰীৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণা সংস্থা আৰণ্যকৰ (www.aaranyak.org) সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° বিভৱ কুমাৰ তালুকদাৰৰ মতে নতিমাত্ৰাৰ ফালৰ পৰা অনন্য ভৌগলিক অৱস্থানত অৱস্থিত উত্তৰ পূব ভাৰত, বিশেষকৈ নোক্ৰেক জৈৱমণ্ডল সংৰক্ষিত অঞ্চল আৰু বালফাক্ৰম ৰাষ্ট্ৰীয় উদ্যান থকা গাৰো পাহাৰ, জৈৱ বৈচিত্ৰ্যত অতি চহকী অঞ্চল আৰু সেয়ে বিশ্বব্যাপি উদ্বেগজনক ৰুপ ধাৰণ কৰা বন্যপ্ৰাণী অপৰাধৰ ক্ষেত্ৰত বিপদসংকুল এই অঞ্চলটোৱে জৈৱ-সম্পদ শোষণ কৰা বন্যপ্ৰাণী অপৰাধীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ।

“ভাৰতীয় সংবিধানে জৈৱ বৈচিত্ৰ্য – বহুমূলীয়া প্ৰাণীকুল আৰু উদ্ভিদকুল – সংৰক্ষণৰ দায়িত্ব প্ৰতিজন নাগৰিকৰ ওপৰত ন্যস্ত কৰিছে আৰু মানুহৰ মংগলৰ বিষয়টো আমাৰ জীৱিকাৰ পথ যোগান ধৰা, আমাৰ পৰিষ্কাৰ পানী আৰু বায়ুৰ প্ৰয়োজন পূৰণ কৰা জৈৱ বৈচিত্ৰ্যৰ অৱস্থাৰ স’তে প্ৰত্যক্ষভাৱে জড়িত।,” বন্যপ্ৰাণী আৰু বাসস্থান সংৰক্ষণৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড০ তালুকদাৰে এই মন্তব্য কৰে ।

ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ প্ৰাক্তন সদস্য ড০ তালুকদাৰে বন্যপ্ৰাণী সংৰক্ষণ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ী, ড্ৰাগছ সৰবৰহকাৰী চক্ৰ আৰু উগ্ৰপন্থীৰ যোগসূত্ৰৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে আৰু কয় যে বন্যপ্ৰাণীৰ প্ৰজাতিৰ সফল সংৰক্ষণে বাসস্থানৰ আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ পথ প্ৰশস্ত কৰে ।

ড০ তালুকদাৰে এই কৰ্মশালাখনৰ বাবে মেঘালয় আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় আৰু বন্যপ্ৰাণীৰ অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰয়োজনীয় সজাগতা সৃষ্টিৰ বাবে মেঘালয় আৰক্ষী আৰু বন বিষয়াসকলৰ সৈতে এনে সহযোগিতামূলক প্ৰচেষ্টা অব্যাহত ৰখাৰ আগ্ৰহ প্ৰকাশ কৰে।

কৰ্মশালাত আৰণ্যকৰ স’তে জড়িত পৰিৱেশ অধিবক্তা অজয় কুমাৰ দাসে গাৰো পাহাৰ অঞ্চলৰ পাঁচোখন জিলাৰ মেঘালয় আৰক্ষীৰ বিভিন্ন পদবীৰ বিষয়া আৰু বন বিভাগৰ বিষয়াসকলক বন্যপ্ৰাণী, বন আৰু পৰিৱেশ আইন, বিশেষকৈ বন্যপ্ৰাণী (সুৰক্ষা) সংশোধনী আইন, ২০২২ৰ মূল দফাসমূহৰ বিষয়ে অৱগত কৰে । তেওঁ এই আইনৰ বিধানসমূহৰ কাৰ্যকাৰিতা সন্দৰ্ভত আৰক্ষী আৰু বন বিষয়াসকলৰ লগতে উপস্থিত গাঁৱৰ মুৰব্বী আৰু নোকমাসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে উপস্থাপন কৰি প্ৰাঞ্জল ব্যাখা আগবঢ়ায় ।

উপস্থাপনৰ সময়ত তেওঁ বন্যপ্ৰাণী গোচৰ আৰু অন্যান্য গোচৰৰ মাজৰ পাৰ্থক্যৰ লগতে বন্যপ্ৰাণী (সুৰক্ষা) আইনত অন্তৰ্ভুক্ত সংশোধনীসমূহৰ স’তে কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে বলৱৎকাৰী আৰু তদন্তকাৰী সংস্থাসমূহৰ বিষয়াসকলক সজাগ কৰাৰ ওপৰত মনোনিৱেশ কৰে । তেওঁ তদন্তৰ পদ্ধতি আৰু তদন্তকাৰী বিষয়াসকলে আদালতত অভিযোগ দাখিল কৰাৰ পদ্ধতিও ব্যাখ্যা কৰে যাতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ স্বাৰ্থত বন্যপ্ৰাণী অপৰাধৰ গোচৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ বহুগুণে বৃদ্ধি কৰিব পৰা যায়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamMEGHALAYATura
publisher

publisher

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d