Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰিলে আদালতত অৱগত কৰিব পাৰিব

ৰাজ্যত আৰক্ষীৰ সংশোধিত নতুন দায়বদ্ধতা আয়োগক বিধানসভাৰ অনুমোদন

publisher by publisher
December 24, 2021
in Assam, India, News
Reading Time: 1 min read
0
আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰিলে আদালতত অৱগত কৰিব পাৰিব
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

আইনৰ ৰক্ষক হৈয়ো অসম আৰক্ষীৰ একাংশৰ বিৰুদ্ধে আইন বংগৰ অভিযোগ সঘনে উত্থাপিত হৈ আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আইনৰ অপব্যৱহাৰ কৰা আৰক্ষীক দায়বদ্ধ কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগে ব্যাপক সংশোধনেৰে আৰক্ষী দায়বদ্ধতা আয়োগ নতুনকৈ সংগঠনৰ দিশে আগবাঢ়িছে । ইয়াৰ বাবে কালি বিধানসভাত দ্য আছাম পুলিচ (এমেণ্ডমেণ্ট) বিল উত্থাপন কৰি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত দায়বদ্ধতা আয়োগ আছে যদিও ই পূৰ্ণাংগ ৰূপত সক্ৰিয় হৈ থকা নাই । বিশেষকৈ জিলা পৰ্যায়ত থাকিবলগীয়া আয়োগ নিষ্ক্ৰিয় হৈ আছে । সেয়েহে আৰক্ষীক দায়বদ্ধ কৰা জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ আয়োগক নতুন কৰ্তৃত্ব প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে ।

ADVERTISEMENT

আয়োগ গঠনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে যদিও ৰাজ্য চৰকাৰে নিজৰ সুবিধাৰ্থে মূল বিষয়ত হস্তক্ষেপ নকৰাকৈ ৰাইজৰ হকে কিছুমান নতুন বিষয়ৰ অৱতাৰণা কৰিবলৈ আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । তেওঁ কয় যে জিলা পৰ্যায়ৰ আয়োগখনে তলৰ পৰা উপ-আৰক্ষী অধীক্ষকলৈ সামৰি লয় । ৰাজ্যিক পৰ্যায়ৰ আয়োগখনে আৰক্ষী অধীক্ষকৰ পৰা ওপৰৰ সকলক সামৰি লয় ।

অসমৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভাৰপ্ৰাপ্ত বিষয়াকো ৰাজ্যিক পৰ্যায়ৰ আয়োগে সামৰি ল’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘দেশত প্ৰচলিত দায়বদ্ধ আয়োগত আৰক্ষীয়ে ধৰ্ষণৰ অভিযোগতহে আয়োগৰ ওচৰত দায়বদ্ধ হ’ব লাগে । অসমত আমি ধৰ্ষণৰ চেষ্টা আৰু যৌন নিৰ্যাতন বিষয় দুটাকো ইয়াৰ লগত সংযোগ কৰিছো । বহু সময়ত আৰক্ষীয়ে অভিযোগকাৰীৰ এজাহাৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উঠিছে । নতুন নিয়ম মতে কোনো আৰক্ষী বিষয়াই এজাহাৰ পঞ্জীয়ন নকৰিলে আবেদনকাৰীয়ে স্থানীয় আদালতত বিষয়টো জনাব পাৰিব । বহু সময়ত দেখা যায় যে কিছুমান নাম-ঠিকনাহীন লোকেও হোৱা নোহোৱাই অভিযোগ দাখিল কৰে । এই দিশটোত সতৰ্কতা অৱলম্বন কৰা হৈছে । কাৰণ বহু সময়ত ভুল তথ্যৰে অভিযোগ দাখিল কৰা হয় । থানাৰ বাহিৰত কিছুমান এজাহাৰ লিখা মানুহ থাকে । যিকোনো কাৰণতে নহ‌ওক কিয় সেইসকলে হকে বিহকে ধাৰা লগাই দিয়ে । আনকি এনেকুৱা অৱস্থা হয় যে গিৰিয়েকে ঘৈণীয়েকক ধৰ্ষণ কৰাৰ গোচৰো লগাই দিয়ে । ইয়াৰ ফলত বহু বিয়া ভাঙিছে । এইধৰণৰ ঘটনা যাতে নহয় তাৰ বাবেও সতৰ্ক হ’বলৈ আৰক্ষীক দায়বদ্ধ কৰাৰ ব্যৱস্থা নতুন বিধেয়কত অনা হৈছে । আমি এই ধৰণৰ ব্যৱস্থাবোৰ আনোতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানিছো । কেৱল অসমে অধিক সুবিধা কৰি লৈছে ।’

বিধানসভাই কালি অনুমোদন দিয়া আইনখনত জিলা পৰ্যায়ত গুৰুতৰ অভিযোগবোৰ চোৱা হ’ব । যদি অভিযোগ অধিক গুৰুতৰ হয় তেনেহ’লে সেয়া জিলাই ৰাজ্যিক আয়োগলৈ প্ৰেৰণ কৰিব পাৰিব । সেয়েহে জিলা দায়বদ্ধতা আয়োগৰ ভূমিকা আগন্তুক দিনত অধিক বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । জিলা দায়বদ্ধতা আয়োগক অধিক সক্ৰিয় কৰাৰ বাবে বিধানসভাই পৰৱৰ্তী অধিবেশনত সংশোধনী প্ৰস্তাৱ অনাৰ উল্লেখ মুখ্যমন্ত্ৰীয়ে কৰে ।

আয়োগৰ কৰ্মচাৰীসকলক আয়োগে বাছনি কৰিব পৰা সংশোধনীও নতুন বিধেয়কত অনা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । উল্লেখ্য যে সংশোধিত দায়বদ্ধতা আয়োগৰ দ্বাৰা আৰক্ষীক বৰ্তমানতকৈ অধিক ক্ষমতা দি অৰাজকতা সৃষ্টি কৰিব বিচৰা হৈছে বুলি বিৰোধী পক্ষৰ একাংশ বিধায়কে অভিযোগ কৰে । এআইইউডিএফৰ আমিনুল ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন, ৰাইজৰ দলৰ অখিল গগৈ আদিয়ে তেনে আশংকা ব্যক্ত কৰে । অৱশ্যে পাছত তেওঁলোকে কম-বেছি পৰিমাণে মানি লয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam PoliceHimanta Biswa Sarma
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d