Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Exceptional Marriage :ঘগ্ৰাপাৰৰ-নাৰপাৰা দৰাই কইনা আনিবলৈ উঠি গ’ল গৰু গাড়ীত

কইনা ডোলাত উঠি আহিল দৰাৰ ঘৰলৈ , ১৩ বছৰীয়া প্ৰেমে পূৰ্ণতা পালে কমল-তৃষ্ণাৰ

publisher by publisher
May 1, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Exceptional Marriage :ঘগ্ৰাপাৰৰ-নাৰপাৰা দৰাই কইনা আনিবলৈ উঠি গ’ল গৰু গাড়ীত
3
SHARES
31
VIEWS
ShareShareShareShare

Exceptional Marriage :

ADVERTISEMENT

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ নাৰপাৰা এখন ব‍্যতিক্ৰমী বিয়া দেখা গ’ল গ্ৰাম্য সমাজ জীৱনৰ পৰা হেৰুৱাই যোৱাৰ উপক্ৰম হোৱা পৰম্পৰা । কালি নিশা নাৰপাৰা এগৰাকী দৰাই কইনা আনিবলৈ উঠি গ’ল গৰু গাড়ীত। আৰু দৰাঘৰলৈ ডোলাত উঠি আহিল কইনা।

RelatedPosts

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন

Bhelaghar:কাইলৈ হেঁপাহৰ বিহুৰ উৰুকা

School inspector fired:১৫ হাজাৰ টকা উৎকোচ লৈ নিলম্বিত বিদ্যালয়ৰ পৰিদৰ্শকৰ বৰ্খাস্ত

উল্লেখ‍্য যে কালি নিশা ব‍্যতিক্ৰমী ৰূপত নাৰপাৰা গাঁও নিৱাসী তথা দৰা কমল কলিতাক চাবলৈ হিলদল ভাঙি ওলাই আহিছিল ৰাইজ।আগে আগে চৈ দিয়া গৰু গাড়ীত দৰা পিছে পিছে খোজকাঢ়ি বৰযাত্ৰীৰ লগতে ঢুলীয়া-খুলীয়া আৰু বেণ্ডপাৰ্টী।যেন এক মনোমোহা দৃশ্য দেখা গ’ল নলবাৰী জিলা ঘগ্ৰাপাৰৰ-নাৰপাৰাত।

দৰা কমল এগৰাকী মেডিকেলৰ চৰকাৰী কৰ্মচাৰী হৈও বিলাসী বাহন ব‍্যৱহাৰ নকৰি, চৈ-দিয়া গৰু গাড়ীত উঠি কইনা ঘৰলৈ আহিল। পুৰণি পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াসতে সখী সহিতে কইনা আনিবলৈ কমল আহিল গৰু গাড়ীত ৷নাৰপাৰাৰ সমীপবৰ্তী ননৈ গাঁৱৰ কইনাৰ ঘৰলৈ এনেকৈয়ে আনন্দ-ফূৰ্তিৰে শোভাযাত্ৰা কৰি গ’ল বৰযাত্ৰী। ৰাজপথতে কইনা ঘৰৰ যুৱক সকলে পৰম্পৰা অনুসৰি দৰাও আদৰিছে।

দৰাঘৰীয়াই ৰীতি-নীতিৰে গুৱা-পান অৰিহণা আগবঢ়াই আশীৰ্বাদ লৈছে ৷ কইনাৰ নাম তৃষ্ণা ডেকা৷ কমল আৰু তৃষ্ণাৰ বিয়াখন অনুষ্ঠিত হ’ল এনে ব্যতিক্ৰমীধৰনে ৷ পুৰণি পৰম্পৰা ৰক্ষা কৰি গৰু গাড়ীত উঠি কইনা ঘৰলৈ আহি অতন্ত্য সুখী দৰা কমল কলিতা ৷গাঁৱৰ লোকসকলেও বেণ্ডৰ তালে তালে নাচি বাগি আনন্দ উল্লাস কৰিলে।

গাঁৱৰ যুৱকসকলে অতি সুন্দৰভাৱে সজাই পৰাই তুলিলে চৈ-দিয়া গাড়ীখন। ইপিনে ডোলাত উঠি দৰাঘৰলৈ আহিল কইনা তৃষ্ণা ডেকাই। পুৰণি নীতিনিয়মৰ যোগেদি নৱপ্ৰজন্মক বিয়াৰ পৰম্পৰা দেখুৱাবলৈ যত্ন কৰিছে এই বিয়াখনৰ জৰিয়তে ৷ ফটকা আতছবাজীৰে ৰঙীন কৰি তুলিলে সমগ্ৰ পৰিবেশ ৷

নৱপ্ৰজন্মক পুৰণি পৰম্পৰা চিনাকি কৰাই দিয়া কমল কলিতা আৰু তৃষ্ণা ডেকা এতিয়া সকলোৰে মাজত চৰ্চিত।উল্লেখ‍্য যে ১৩ বছৰীয়া প্ৰেমে পূৰ্ণতা পালে কমল- তৃষ্ণাৰ ৷ হোমৰ জুইক সাক্ষী কৰি পাতনি মেলিলে যুগ্ম জীৱনৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Exceptional MarriageGhagraparaNALBARI
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d