Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

মৃতদেহৰ স্তূপৰ মাজেৰে ১২৫ কিলোমিটাৰ খোজকাঢ়িলে চাৰি শিশুসহ মাৰিয়ুপ’লৰ পৰিয়ালে

publisher by publisher
April 25, 2022
in International, News
Reading Time: 1 min read
0
মৃতদেহৰ স্তূপৰ মাজেৰে ১২৫ কিলোমিটাৰ খোজকাঢ়িলে চাৰি শিশুসহ মাৰিয়ুপ’লৰ পৰিয়ালে
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

ন’বেল আশা! এইবাৰ ৰাছিয়া -ইউক্রেন যুদ্ধ বন্ধ কৰিবলৈ পুতিনৰ স’তে আলোচনাৰ পথত ট্রাম্প

ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে অব্যাহত থাকিব ড্ৰোন আক্ৰমণ!

ৰাছিয়াই নিশাৰ ভিতৰতে ইউক্ৰেইনত ড্ৰোন-মিছাইল আক্ৰমণ!

প্রাণৰ মায়া, সন্তানৰ মমতাই মানুহক বহু অসাধ্য সাধন কৰিবলৈ সাহায্য কৰে। তেনে এক কার্যই কৰি দেখুৱালে যুদ্ধবিধ্বস্ত ইউক্রেইনৰ এক দম্পতীয়ে। নিজৰ চাৰি সন্তানৰ প্ৰাণৰক্ষা আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এসপ্তাহ ধৰি ১২৫ কিলােমিটাৰ খােজকাঢ়িলে এই দম্পতীয়ে।

ADVERTISEMENT

লগত আছিল ১২ পৰা ছবছৰ বয়সৰ চাৰি শিশু সন্তান। নিজৰ চাৰি সন্তানক কিদৰে সুৰক্ষিত ভৱিষ্যৎ দিব পাৰে, সে চিন্তাতে নিদ্রা হৰিছিল এই ইউক্রেনীয় দম্পতীৰ। এফালে প্রিয় চহৰ মাৰিয়ুপ’ল ৰুছ আক্ৰমণত প্রতিদিনেই ছিন্নবিচ্ছিন্ন হৈ আছে।

ইয়াৰ মাজতে নিজৰ এপার্টমেন্ট বাংকাৰত বহি য়েভগেন টিছচেংক’ আৰু তেওঁৰ পত্নী টাটিয়ানাই চিন্তা কৰিছিল কিদৰে এই মৃত্যুপুৰীৰ পৰা জীৱন্তে ওলাই চাৰি সন্তানক লৈ কোনাে দূৰ প্ৰান্তলৈ যাব পৰা যায়।

ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হােৱাৰ লগে লগেই নিজক বাংকাৰত বন্দী কৰিছিল টিছচেংক’ পৰিয়ালে। কেৱল আহাৰ যােগাৰ কৰাৰ বাবেহে বাংকাৰৰ বাহিৰলৈ ওলাইছিল। বিগত দুমাহত মাৰিয়ুপ’লৰ ৰাস্তাত মৃতদেহ সিঁচৰতি হৈ পৰি থকা প্রত্যক্ষ কৰাটো তেওঁলােকৰ প্রায় অভ্যাসত পৰিণত হৈছিল।

অৱশ্যে এসপ্তাহৰ পূর্বে তেওঁলােকে স্থিৰ কৰিলে যে মাৰিয়ুপ’লত থকাটো আৰু সম্ভৱ নহয়। দেশৰ পশ্চিম প্রান্ত কোনাে চহৰলৈ গুচি যাব লাগিব গােটেই পৰিয়ালটো। অথচ যাব কেনেকৈ ? কিয়নাে কোনাে পৰিবহণৰ ব্যৱস্থা নাছিল। একমাত্র খােজকাঢ়ি যােৱাই বিকল্প আছিল।

মাতৃ টাটিয়ানাই ১২ৰ পৰা বছৰ বয়সৰ চাৰি সন্তানক সেই বিষয়ে বুজনি দিয়ে। টাটিয়ানাই কয়, ‘সিহঁতে ইয়াক এডভেঞ্চাৰ বুলি ভাবিছিল। সেয়ে খােজকাঢ়ি যাবলৈ ৰাজি হয়। অৱশ্যে বাংকাৰৰ পৰা প্ৰথমবাৰ ওলাই ৰাস্তাত খােজকাঢ়ি যােৱা অৱস্থাত মৃতদেহৰ স্থূপ দেখি সিহঁত স্তব্ধ হৈ পৰিছিল।’

ইয়াৰ লগতে টাটিয়ানাই কয়, ‘ভােকত মৰাতকৈ বােমাত মৰি যােৱাই ভাল। মাৰিয়ুপ’লত এতিয়া আৰু খুদকণ এটাও নােহােৱা হৈছে। সেই আমি চহৰ এৰাৰ কোনাে বিকল্প নাছিল।’ যােৱা ১৭ এপ্রিলৰ কাহিলিপুৱাতে সমগ্ৰ সংসাৰখন পিঠিত বান্ধি অনিশ্চিত পৰিস্থিতিকে সাৰােগত কৰি ৰাস্তাত খােজ দিছিল ছজনীয়া পৰিয়ালটোৱে।

য়েভগেনে এখন ভগ্নপ্রায় ট্রলী যােগাৰ কৰিছিল। তাত মালবস্তুবােৰ তুলি লয়। একেবাৰে কনিষ্ঠা কন্যাক নিজৰ খেলনা তিনিচুকীয়া চাইকেলত বহুৱাই লৈছিল। গােটেই পথছােৱাত ট্ৰলী ঠেলিছিল য়েভগেনে আৰু টাটিয়ানাই ঠেলি নিছিল চাইকেলখন। একেৰাহে পাঁচ দিন চাৰি নিশা খােজকাঢ়ি ১২৫ কিলােমিটাৰ দূৰত্বৰ পথ অতিক্রম কৰে পৰিয়ালটোৱে।

মাজত নিশা কোনাে বাসগৃহত কটাইছিল। তাত প্ৰতিটো পৰিয়ালে ভালদৰে খাবলৈ দিছিল বুলি জানিবলৈ দিয়ে য়েভগেনে। শনিবাৰে পৰিয়ালটোৱে আহি ইউক্রেইনৰ আন এখন চহৰ জাপ’ৰিঝিয়াত উপস্থিত হয়। ১২৫ কিলােমিটাৰ খােজকঢ়াৰ পাছত এজন শস্য বিক্রেতাই নিজৰ ট্রেলাৰত তুলি পৰিয়ালটোক জাপ’ৰিঝিয়ালৈ নিয়ে।

তাৰ পৰা ৰেলৰ ভিৰত ঠেলা-হেঁচা কৰি তেওঁলােক লিভিবত উপস্থিত হয়। অৱশ্যে লিভিভত স্থায়ীভাৱে নাথাকে বুলি য়েভগেনে জনাইছে। তেওঁলােকে ইভান’-প্রাংকিভিস্ক চহৰলৈ যাব বিচাৰে। ৩৭ বছৰীয়া য়েভগেনে কয় যে সেই চহৰত উপস্থিত হৈ তেওঁৰ প্ৰথম কাম হ’ব এটা চাকৰি যােগাৰ কৰা। সম্প্রতি পত্নীয়ে চাৰি সন্তানক চোৱা-চিতা কৰিব।

সিহঁতক কোনাে ভাল স্কুলত ভৰ্তি কৰাব বিচাৰে টিছচেংক’ দম্পতীয়ে। ৰুছ বাহিনীয়ে তেওঁলােকক বাধা দিয়া নাছিল নেকি বুলি লিভিভত এক সাংবাদিকে সুধিছিল। ইয়াৰ উত্তৰত য়েভগেনে কয় যে তেওঁলােক অসংখ্য ৰুছ তালাচী চকী পাৰ হ’বলগীয়া হৈছিল।

অৱশ্যে ৰুছ সেনাই তেওঁলােকক সহযােগিতাই কৰিছে। য়েভগেনে কয়,’ সকলােৰে প্ৰশ্ন আছিল এটাই। মাৰিয়ুপ’লৰ পৰা আহিছা?তােমালােকে ৰাছিয়াৰ কোনােবা এখন চহৰলৈ গুচি যােৱা। ইউক্রেইনতনাে আৰু কিয় থাকা?’ অৱশ্যে য়েভগেনে জনাইছে যে প্রাণৰক্ষাৰ বাবে প্ৰাণৰ চহৰ এৰিছে, কিন্তু কোনােপধ্যেই দেশত্যাগ নকৰে।

তেওঁলােকৰ চাৰি সন্তানক ইউক্রেইনৰ মাটিতে মানুহ কৰিব। সেই সপােনেই পুহি ৰাখিছে টিছচেংক’ দম্পতীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MariupolRussia Ukraine Conflict
publisher

publisher

Related Posts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d