Sharad Pawar Quits NCP President:এন চি চি সভাপতি শাৰদ পাৱাৰে দল এৰিলে !

দলৰ নেতৃত্বৰ বাবে গঠন কৰিলে চাৰিজনীয়া কমিটি

Sharad PAWAR

Sharad Pawar Quits NCP President:

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহা ৷ দেশৰ ৰাজনীতিৰ প্ৰভাৱশালী -বৰ্ষীয়ান ৰাজনীতিক শাৰদ পাৱাৰে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি [এন চি পি ]এৰিলে ৷

প্ৰাক্তন প্ৰতিৰক্ষী মন্ত্ৰী গৰাকীয়ে তেওঁৰ মুম্বাইস্থ বাসগৃহত মঙলবাৰে নিজৰ গ্ৰন্থ উন্মোচনী সভাত দল এৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

দলৰ নেতৃত্বৰ বাবে এন চি পিৰ মুৰব্বী গৰাকীয়ে গঠন কৰি দিয়ে এখন কমিটি ৷ কমিটিৰ সদস্য সকল হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা এন চি পিৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল পেটেল,শাৰদ পাৱাৰৰ ভতিজা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত পাৱাৰ,জয়ন্ত পাটিল;শাৰদ পাৱাৰৰ জীয়ৰী সুপ্ৰিয়া সুলে আৰু সুনীল টাইকাৰে ৷

Exit mobile version