Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Foundation Day Celebrations At Pradesh BJP office:দলৰ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ মন্তব্য নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৃথিৱীত শান্তি স্থাপন আৰু গণতন্ত্ৰ সৱল হ’ব”

publisher by publisher
April 6, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Foundation Day Celebrations At Pradesh BJP office:দলৰ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ মন্তব্য নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৃথিৱীত শান্তি স্থাপন আৰু গণতন্ত্ৰ সৱল হ’ব”
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Environment Day Celebration NEMA:নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ প্ৰতিষ্ঠা দিৱস উদযাপন

State Bjp Executive Meeting In Jorhat:যোৰহাটত ৰাজ্যিক বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সভা

Union Minister Sarbanandra Sonowal:বিকশিত ভাৰতৰ বাবে আমি দৃঢ় সংকল্পবদ্ধ”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Foundation Day Celebrations At Pradesh BJP office:

“ভাৰততেই গণতন্ত্ৰৰ জন্ম হৈছে। ভাৰতৰ পৰাই গণতন্ত্রই বিশ্ব যাত্ৰাও কৰিছে। গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰি ভাৰতীয় সমাজক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গতিশীল আৰু সবল কৰি ৰাখিছে”- এই মন্তব্য কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ADVERTISEMENT

ভাৰতীয় জনতা পার্টিৰ ৪৪ সংখ্যক প্রতিষ্ঠা দিবস উপলক্ষে বিজেপি অসন প্রদেশে আয়োজন কৰা কেন্দ্রীয় কাৰ্যক্ৰমত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে এনেদৰে মত পোষণ কৰে।

সোণোৱালৰ মতে বর্তমান ভাৰতে বিশ্বব সকলো সমস্যাৰ সমাধান সূত্ৰ আগবঢ়াবলৈ সক্ষম হৈছে। সততা আৰু নিষ্ঠাৰে দেশক সেৱা কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক উদ্বুদ্ধ কৰাৰ বাবেই আজি পৃথিৱীত ভাৰতবৰ্ষ নীতি নিৰ্ধাৰক ৰাষ্ট্ৰ হিচাপে পৰিণত হোৱা বুলি সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে।

আন্ত:ৰাষ্ট্রীয় যোগ দিৱসৰ কথা উল্লেখ কৰি অহা ২১ জুনৰ দিনা ৰাজ্যৰ সকলো স্তৰতে যোগাভ্যাস কৰিবলৈ সোণোৱালে আহ্বান জনায়। লগতে কেন্দ্রীয় মন্ত্রীজনে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো বুথত যোগ দিবস পালন কৰাৰ ব্যৱস্থা কৰিবৰ বাবে দলীয় কার্যকৰ্তা সকলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে দলৰ প্ৰতিটো বুথ, মণ্ডল আৰু জিলা কার্যালয় সমূহতো উলহ-মালহৰে প্ৰতিষ্ঠা দিৱসৰ কার্যক্রম উদযাপন কৰে।

প্রতিষ্ঠা দিবস উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰতিষ্ঠা কালৰে পৰা সৰ্বোচ্চ ত্যাগ কৰি দলক শক্তিশালী কৰা প্ৰতিজন কার্যকৰ্ত্তাৰ বিৰল অবদানৰ কথা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সুন্দৰভাবে বৰ্ণনা কৰে। কলিতাৰ মতে পূর্বজ কার্যকর্তা সকলৰ ত্যাগৰ বাবেই দলে আজি সোণালী দিন দেখিবলৈ পাইছে।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত থকা দলৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱনাৰ মূল প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱসৰ কার্যক্রম অনুষ্ঠিত হয়।

বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই কাৰ্যক্ৰমত কেন্দ্রীয় মন্ত্রী অশ্বিনী চৌবে, দলৰ প্ৰাক্তন সভাপতিক্রমে নাৰায়ণ বৰকটকী, ৰমেন ডেকা, ৰাজেন গোহাঁই তথা ৰণজিৎ কুমাৰ দাস আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

ভৱেশ কলিতাই দলৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দলৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰদান কৰা ভাষণ সকলো কার্যকর্তাই প্রেক্ষাগৃহত ভার্চুৱেলী শ্রবণ কৰে।

ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডা ভাষণৰ পিছতেই দলৰ কার্যকৰ্তা তথা দেশবাসীক প্ৰতিষ্ঠা দিবস উপলক্ষে প্রধানমন্ত্রীয়ে সম্বোধন কৰে।

উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সামাজিক ক্ষেত্রলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট নাগৰিকক দলৰ মুখ্য কাৰ্যালয়ত সম্বর্ধনা জনোৱা হয়।

দলৰ ৪৪ সংখ্যক প্রতিষ্ঠা দিৱস উদ্‌যাপন কৰাৰ বাবে বিজেপি অসম প্ৰদেশৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস আৰু সাধাৰণ সম্পাদক পুলক গোহাঁইৰ নেতৃত্বত এটি উদযাপন সমিতি দলে গঠন কৰি দিছিল। এই সমিতিৰ তদাৰকতে সমগ্ৰ ৰাজ্যত আজি দলৰ প্ৰতিষ্ঠা দিবস উলহ-মালহৰে পালন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Pradesh BjpBjp Foundation DayCelebrationsGuwahati Party OfficeUnion Minister Sarbanandra Sonowal
publisher

publisher

Related Posts

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d