Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Killer Kiro Mech Sentenced To Life Imprisonment :ডা:সৰিতা তছনিয়াল হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দানত দোষীৰ শাস্তি ঘোষণা

হত্যাকাৰী কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড, ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে দিলে ৰায়,ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনাব ডা:তছনিৱালৰ দুৰ্ভগীয়া পৰিয়ালে

publisher by publisher
May 18, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Killer Kiro Mech Sentenced To Life Imprisonment :ডা:সৰিতা তছনিয়াল হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দানত দোষীৰ শাস্তি ঘোষণা
1
SHARES
12
VIEWS
ShareShareShareShare

Killer Kiro Mech Sentenced To Life Imprisonment :

আজি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰে সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি। বুধবাৰে এই ঘটনাৰ চূড়ান্ত ৰায় দিছিল আদালতে । আদালতে ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰাৰ লগতে দোষী সাব্যস্ত কৰে অভিযুক্ত ৱাৰ্ড বয় কিৰো মেছক। আজি আদালতে হত্যাকাৰী ৰূপে চিহ্নিত কৰি ৱাৰ্ড বয় কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷

ADVERTISEMENT

উল্লেখ্য যে আঠবছৰ পাছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানত ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত কৰাৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে ৷

RelatedPosts

Charaideo Dist Court Judgement:চৰাইদেউৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

Kolkata doctor Rape – Murder case: কলকাতাৰ চিকিৎসক ধৰ্ষণ- হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ ফাঁচীৰ দাবী মাতৃ-ভগ্নীৰ

kamrup Dist. Consumer Disputed Redressal Forum Judgement:ছʼনী মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ

আনহাতে আদালতৰ এই ৰায়দানত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজস্থানত থকা ডাঃ সৰিতা তছনিৱালৰ দুৰ্ভগীয়া পৰিয়ালে ৷ এনে ৰায়দানত সন্তুষ্ট নহয় বুলি কৈ এই ৰায়দানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাব বুলি সদৰি কৰে ৷

dibrugarh2আনহাতে আদালতত আৰক্ষীয়ে দাখিল কৰা আৰোপ পত্ৰ শক্তিশালী ৰূপত নথকাৰ বাবেই মুল অভিযুক্ত ডাঃ দীপমণি শইকীয়া সাৰি যাবলৈ সক্ষম হ’ল বুলি তিৰ্যক মন্তব্য কৰে ডাঃ সৰিতা তছনিৱালৰ পৰিয়ালে ৷

উল্লেখ্য যে,২০১৪ৰ ৮ মে’ত AMCHত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালৰক ৷ দেশ কঁপাই গৈছিল এ এম চি এইচত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই। সৰিতা তছনিৱাল হত্যাকাণ্ডই ইতিমধ্যে অতি কৰে নটাকৈ বছৰ।

সুদীৰ্ঘ নবছৰে চলি থকা এই গোচৰৰ শুকুৰবাৰে ৰায়দানৰ সম্ভাৱনা আছিল যদিও কিৰ মেছ নামৰ ৱাৰ্ডবয় জন উপস্থিত নথকাত পুনৰ ৰায়দান দিন ধাৰ্য কৰে ১৭ মে’ত ৷

স্মতৰ্ৱ্য যে২০১৪ ৰ ১০ মে’ত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ বৰ্ষৰ এজন শিক্ষাৰ্থী ডা:সৰিতা তছনিৱালৰ আইচিউত মৃত অৱস্থাত পোৱা গৈছিল। এই হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৱাৰ্ড বয় কিৰ মেচ। কিৰ মেছৰ স্বীকাৰোক্তি ভিত্তিত এই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ডাঃ দীপামণি শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

উল্লেখ্য সৰিতা তছনিৱালৰৰ মৃতদেহটো এখন কম্বলেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল৷ মৃতদেহ ডিঙিৰ বাওঁফালে এটা ডিচপোজেবল অস্ত্ৰোপচাৰৰ চুৰি লাগি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে হাস্পতালত অভিযান চলোৱাৰ পাছত
এএমচিএইচ কৰ্তৃপক্ষই আৰক্ষীক সদৰি কৰা যে হত্যাকাণ্ডৰ নিশা কৰ্তব্য সামৰাৰ পাছত আইচিইউৰ চিকিৎসকৰ কোঠালৈ গৈ অৱসৰ লৈছিল।

dibrugarh 3আনকি উল্লিখিত দিনাৰ অস্ত্ৰোপচাৰ কক্ষত ডিউটি আছিল ৱাৰ্ডবয় কিৰ মেচ৷ মেচৰ মুখত আচোৰৰ দাগ স্পষ্ট ৰূপত দেখা গৈছিল ৷সন্দেহ কৰা মতে ভুক্তভোগীয়ে নখৰ পৰাই এই আঘাত পাইছিল ৷

পৰৱৰ্তী সময়ত কিৰ মেছে আৰক্ষীৰ উপযুপৰি জেৰাত হত্যাৰ কথা স্বীকাৰ কৰি কয় এই হত্যাকাণ্ডৰ মুল অভিযুক্ত ডাঃ দীপামণি শইকীয়া ৷

ডিব্ৰুগড় আৰক্ষীয়ে কেইদিনমানৰ পাছতে নগাঁও চহৰৰ পাশ্বৱৰ্তী হুজগাঁৱৰ পৰা হত্যাৰ অভিযোগত ডাঃ দীপামণি শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল ৷আৰক্ষীয়ে সেই সময়ত সদৰি কৰা মতে,আৰক্ষীয়ে জনাইছিল যে ডাঃ শইকীয়াই বহুদিনৰ পৰাই ডাঃ সৰিতা তছনিৱাল হত্যাৰ পৰিকল্পনা ৰচিছিল।

উল্লেখ্য যে, দীপামণি আৰু সৰিতা দুয়ো প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত একেলগে কাম কৰিছিল অৱশ্যে ডা: দীপামণি ছিনিয়ৰ আছিল ৷
দুয়োৰে মাজত নিয়মমাফিক সম্পৰ্ক আছিল ৷ কিন্ত পৰৱৰ্তী সময়ত ড:শইকীয়াৰ পৰা আঁতৰি আছিল ডা:সবিতা ৷যাৰবাবে ক্ষুব্ধ হৈছিল ডা: দীপামণি ৷ পৰিকল্পনা কৰিছিল ৷ এইক্ষেত্ৰত নানান প্ৰলোভন দি দীপমণিয়ে সহযোগী হিচাপে লৈছিল ৱাৰ্ডবয় কিৰ মেছক ৷ দুয়োৰে মিলি প্ৰথমে ধৰ্ষণ কৰে আৰু পাছত নৃশংসভাৱে হত্যা কৰে ডা:সৰিতাক ৷

আৰক্ষীৰ মাৰাথন জেৰাত উল্লিখিত পৰিকল্পিত হত্যাকাণ্ডৰ সৱিশেষ বৰ্ণন দিয়ে ডা: দীপামণি শইকীয়া আৰু ৱাৰ্ডবয় কিৰ মেছ৷ দুই অভিযুক্ত বহু মাহ জেলত থকাৰ পাছত জামিনত মুকলি হয় ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dibrugarh Session CourtDr.Sarita Toshniwal Murder CaseJudgementKiru MechLife ImprisonmentMain Accused
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d