Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Final Verdict In Dr Sarita Toshniwal Murder Case:ডা:সৰিতা তছনিয়াল হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান

ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে দিলে ৰায়, ডা:দীমমণি শইকীয়াক দোষমুক্ত ঘোষণা,ৱাৰ্ডবয় কিৰো মেছক দোষী সাব্যস্ত, ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব ডা:তছনিৱালৰ দুৰ্ভগীয়া পৰিয়ালে

publisher by publisher
May 17, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Final Verdict In Dr Sarita Toshniwal Murder Case:ডা:সৰিতা তছনিয়াল হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Killer Kiro Mech Sentenced To Life Imprisonment :ডা:সৰিতা তছনিয়াল হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দানত দোষীৰ শাস্তি ঘোষণা

AMCH Dr.Sarita Toshniwal Murder Case:আজি আছিল ডা: সৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান

Final Verdict In Dr Sarita Toshniwal Murder Case:

দেশ কঁপাই যোৱা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডাঃ সৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ আজি চুড়ান্ত ৰায়দান দিয়ে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে ৷ নবছৰৰ পাছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানত ৱাৰ্ড বয় কিৰো মেছক দোষী সাব্যস্ত কৰাৰ বিপৰীতে অভিযুক্ত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে ৷

ADVERTISEMENT

আনহাতে আদালতৰ এই ৰায়দানত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজস্থানত থকা ডাঃ সৰিতা তছনিৱালৰ দুৰ্ভগীয়া পৰিয়ালে ৷ এনে ৰায়দানত সন্তুষ্ট নহয় বুলি কৈ এই ৰায়দানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কথা সদৰি কৰে ৷

আনহাতে আদালতত আৰক্ষীয়ে দাখিল কৰা আৰোপ পত্ৰ শক্তিশালী ৰূপত নথকাৰ বাবেই মুল অভিযুক্ত ডাঃ দীপমণি শইকীয়া সাৰি যাবলৈ সক্ষম হ’ল বুলি তিৰ্যক মন্তব্য কৰে ডাঃ সৰিতা তছনিৱালৰ পৰিয়ালে ৷

উল্লেখ্য যে,২০১৪ৰ ৮ মে’ত AMCHত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালৰক ৷ দেশ কঁপাই গৈছিল এ এম চি এইচত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই। সৰিতা তছনিৱাল হত্যাকাণ্ডই ইতিমধ্যে অতি কৰে নটাকৈ বছৰ। সুদীৰ্ঘ নবছৰে চলি থকা এই গোচৰৰ শুকুৰবাৰে ৰায়দানৰ সম্ভাৱনা আছিল যদিও কিৰ মেছ নামৰ ৱাৰ্ডবয় জন উপস্থিত নথকাত পুনৰ ৰায়দান দিন ধাৰ্য কৰে ১৭ মে’ত ৷

স্মতৰ্ৱ্য যে২০১৪ ৰ ১০ মে’ত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ বৰ্ষৰ এজন শিক্ষাৰ্থী ডা:সৰিতা তছনিৱালৰ আইচিউত মৃত অৱস্থাত পোৱা গৈছিল। এই হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৱাৰ্ড বয় কিৰ মেচ।
কিৰ মেছৰ স্বীকাৰোক্তি ভিত্তিত এই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ডাঃ দীপামণি শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

উল্লেখ্য সৰিতা তছনিৱালৰৰ মৃতদেহটো এখন কম্বলেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল৷ মৃতদেহ ডিঙিৰ বাওঁফালে এটা ডিচপোজেবল অস্ত্ৰোপচাৰৰ চুৰি লাগি থকা অৱস্থাত পোৱা গৈছিল।

আৰক্ষীয়ে হাস্পতালত অভিযান চলোৱাৰ পাছত এএমচিএইচ কৰ্তৃপক্ষই আৰক্ষীক সদৰি কৰা যে হত্যাকাণ্ডৰ নিশা কৰ্তব্য সামৰাৰ পাছত আইচিইউৰ চিকিৎসকৰ কোঠালৈ গৈ অৱসৰ লৈছিল।

আনকি উল্লিখিত দিনাৰ অস্ত্ৰোপচাৰ কক্ষত ডিউটি আছিল ৱাৰ্ডবয় কিৰ মেচ৷ মেচৰ মুখত আচোৰৰ দাগ স্পষ্ট ৰূপত দেখা গৈছিল ৷সন্দেহ কৰা মতে ভুক্তভোগীয়ে নখৰ পৰাই এই আঘাত পাইছিল ৷

পৰৱৰ্তী সময়ত কিৰ মেছে আৰক্ষীৰ উপযুপৰি জেৰাত হত্যাৰ কথা স্বীকাৰ কৰি কয় এই হত্যাকাণ্ডৰ মুল অভিযুক্ত ডাঃ দীপামণি শইকীয়া ৷

ডিব্ৰুগড় আৰক্ষীয়ে কেইদিনমানৰ পাছতে নগাঁও চহৰৰ পাশ্বৱৰ্তী হুজগাঁৱৰ পৰা হত্যাৰ অভিযোগত ডাঃ দীপামণি শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষীয়ে সেই সময়ত সদৰি কৰা মতে,আৰক্ষীয়ে জনাইছিল যে ডাঃ শইকীয়াই বহুদিনৰ পৰাই ডাঃ সৰিতা তছনিৱাল হত্যাৰ পৰিকল্পনা ৰচিছিল।

উল্লেখ্য যে, দীপামণি আৰু সৰিতা দুয়ো প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত একেলগে কাম কৰিছিল অৱশ্যে ডা: দীপামণি ছিনিয়ৰ আছিল ৷

দুয়োৰে মাজত নিয়মমাফিক সম্পৰ্ক আছিল ৷ কিন্ত পৰৱৰ্তী সময়ত ড:শইকীয়াৰ পৰা আঁতৰি আছিল ডা:সবিতা ৷ যাৰবাবে ক্ষুব্ধ হৈছিল ডা: দীপামণি ৷ পৰিকল্পনা কৰিছিল ৷ এইক্ষেত্ৰত নানান প্ৰলোভন দি দীপমণিয়ে সহযোগী হিচাপে লৈছিল ৱাৰ্ডবয় কিৰ মেছক ৷ দুয়োৰে মিলি প্ৰথমে ধৰ্ষণ কৰে আৰু পাছত নৃশংসভাৱে হত্যা কৰে ডা:সৰিতাক ৷

আৰক্ষীৰ মাৰাথন জেৰাত উল্লিখিত পৰিকল্পিত হত্যাকাণ্ডৰ সৱিশেষ বৰ্ণন দিয়ে ডা: দীপামণি শইকীয়া আৰু ৱাৰ্ডবয় কিৰ মেছ ৷ দুই অভিযুক্ত বহু মাহ জেলত থকাৰ পাছত জামিনত মুকলি হয় ৷ ইয়াৰ পাছত নিজকে স্বাভাৱিক অৱস্থালৈ আহিবৰ বাবে ডা: দীপামণি শইকীয়াই নিজৰ গৃহ চহৰ নগাঁওৰ ধিং ৰোডৰ ডি ইউ কেয়াৰ হাস্পতালত চিকিৎসক ৰূপে যোগদান কৰি বৰ্তমানলৈকে কৰ্মৰত হৈ আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dibrugarh Session CourtDr Dipmani SaikiaDr.Sarita Toshniwal Murder CaseFinal Verdict
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d