Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Srinivas B V Granted Anticipatory Bail In Supreme Court: সৰ্বোচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন মঞ্জুৰ শ্ৰীনিৱাস

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে অংকিতা দত্তই দিছপুৰ থানাত তৰিছিল গোচৰ

publisher by publisher
May 17, 2023
in India, News
Reading Time: 3 mins read
0
Srinivas B V Granted Anticipatory Bail In Supreme Court: সৰ্বোচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন মঞ্জুৰ শ্ৰীনিৱাস
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

 Srinivas Granted Anticipatory Bail In Supreme Court:

কৰ্ণাটক উচ্চ ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন মঞ্জুৰ কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাস ভিৱিৰ ৷

ADVERTISEMENT

উল্লেখ্য যে, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সদ্য নিলম্বিত কংগ্ৰেছী অংকিতা দত্তৰ এজাহাৰ খাৰিজ কৰিবলৈ শ্ৰীনিৱাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া খণ্ডপীঠে গ্ৰহণ কৰি আদালত আবেদন অগ্ৰাহ্য কৰে ৷

উল্লেখ্য যে দিছপুৰ থানাই জাৰি কৰা জাননী অনুসৰি দুই মে’ত দিছপুৰ থানাত এঘাৰ বজাত হাজিৰ হ’ব লাগিছিল যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী। কিন্ত থানাত হাজিৰ নহৈ পলাতক অৱস্থাত থাকে শ্ৰীনিৱাস ৷

আনহাতে, ইতিপূৰ্বে শ্ৰী নিবাসৰ বাংগালোৰস্থ বাসগৃহত গৈ চমন আৰি থৈ আহে গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াই ৷

উল্লেখযোগ্য অংকিতা দত্তই শ্ৰী নিবাসৰ বিৰুদ্ধে নিযার্তনৰ গোচৰ তৰিছিল দিছপুৰ থানাত ৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছিল খৰতকীয়া তদন্ত ৷ এই তদন্ত অনুসৰি শ্রী নিবাস দুই মে’ত থানাত হাজিৰ হ’লে জেৰা চলালেহেতেন আৰক্ষীয়ে৷

স্মতৰ্ৱ্য যে, অসম আৰক্ষীয়ে ইতিপূৰ্বে শ্ৰী নিবাসক পলাতক ঘোষণা কৰিছিল ৷ মনকৰিবলগীয়া যে,অংকিতা দত্তৰ দিছপুৰ থানাত দিয়া গোচৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰীনিৱাসে জনোৱা আবেদনৰ ওপৰত ২৬ এপ্ৰিলত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কোনো সকাহ নিদিলে শ্ৰীনিৱাসক ৷

ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া বিচাৰপীঠে চাৰিঘন্টা জোৰা শুনানি গ্ৰহণ কৰি আৰক্ষীক দুই মে’ত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছিল৷

পাঁচ মে’ত উল্লিখিত গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্ৰীনিৱাসৰ আবেদন অগ্ৰাহ্য কৰি অন্তৰ্ৱতীকালীন জামিন দিয়াৰ পৰা বিৰত থাকে ন্যায়াধীশ অজিত বৰঠাকুৰ আদালত৷

আদালতৰ এই ৰায়দানৰ পাছত দিছপুৰ আৰক্ষীয়ে শ্ৰীনিৱাসৰ গোচৰৰ তদন্ত খৰটকীয়া কৰি যিকোনো মুহূৰ্ততে ৱাৰেণ্টৰ জৰিয়তে গ্ৰেপ্তাৰ কৰটো প্ৰকট হৈ পৰিছিল যদিও পলাতক অৱস্থাত আছিল শ্ৰীনিৱাস ভিৱি ৷

মনকৰিবলগীয়া যে যুৱ কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি গৰাকী তথা যুৱ কংগ্ৰেছৰ অসমৰ তত্ববধায়ক বৰ্ধন যাদৱৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ সম্বলিত এখন এজাহাৰ অংকিতা দত্তই ২০ এপ্ৰিলত দিছপুৰ থানাত দাখিল কৰিছিল ।
দিছপুৰ থানাই শেহতীয়াকৈ এখন চমন জাৰি কৰি দুই মে’ত থানাত হাজিৰ হ’বলৈ নিৰ্দেশনাও দিছিল শ্ৰী নিৱাসক ৷

আনহাতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত নিৰাপদ দূৰত অৱস্থান কৰা শ্ৰী নিৱাসে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ কিন্তু ন্যায়ালয়ে সকাহ নিদিলে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীক ৷

অৱশ্যে আজি দেশৰ উচ্চতম ন্যায়ালয়ে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ অগ্ৰিম জামিন মঞ্জুৰ কৰি কিছু হ’লেও সাময়িক সকাহ দিয়ে শ্ৰী নিৱাসক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Granted Anticipatory BailSri nivasSupreme Court
publisher

publisher

Related Posts

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d