Minister’s XI Vs Port XI Cricket Match In kerala:কেৰেলাৰ মুন্নাৰত Port XI আৰু Minister’s XIৰ মাজতপ্ৰীতি ক্ৰিকেট খেল

Minister's XIক নেতৃত্ব দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

sarbanandra sonowal 1

Minister’s XI Vs Port XI Cricket Match In kerala:

কেৰেলাৰ মুন্নাৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ চিন্তন শিবিৰ অনুষ্ঠিত হোৱাৰ মাজতে মন্ত্ৰালয়টোৰ মাজত টীম স্পিৰিট শক্তিশালী কৰাৰ লক্ষ্যৰে এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়।

Port XI আৰু Minister’s XIৰ মাজত অনুষ্ঠিত খেলখনত Minister’s XIক নেতৃত্ব দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। খেলখনত Minister’s XIএ Port XIক ১০টা উইকেটত পৰাজিত কৰে। সোণোৱালে ১৩টা বলত ১৮ ৰাণ কৰি নট আউট হৈ ৰয়।

উল্লেখ্য যে, শেহতীয়াকৈ নীতি আয়োগৰ প্ৰতিৱেদনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন কেন্দ্ৰীয় মন্ত্ৰালয়টোৱে ৬৬টা কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে।

Exit mobile version