Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সমাগত গুণোৎসৱ উপলক্ষে জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

ছাত্ৰ-ছাত্ৰীৰ মাজত ভিন্ন প্ৰতিযোগিতা, নৃত্য-গীতৰ অনুষ্ঠান ৰূপায়ণ

publisher by publisher
February 18, 2022
in Assam, India, News
Reading Time: 1 min read
0
সমাগত গুণোৎসৱ উপলক্ষে জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ
সমাগত গুণোৎসৱ উপলক্ষে জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ
সমাগত গুণোৎসৱ উপলক্ষে জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

ৰাজ্যত তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ

ৰাজ্যৰ শিক্ষা বিভাগে বিগত সময়ছোৱাৰ দৰে এইবেলিও আগন্তুক মাৰ্চ-এপ্ৰিলৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে প্ৰাক প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যন্ত গুণোৎসৱ পতাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত সজাগতা আনিবলৈ বাগসাৰ জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমন্বয়কসকলে এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় ৷

ADVERTISEMENT

WhatsApp Image 2022 02 18 at 6.18.15 PM

সেইমৰ্মে আজি জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ ভকুৱামাৰী আৰু বুনমাজা মণ্ডল সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক সত্যজিৎ উজীৰৰ বিশেষ প্ৰচেষ্টাৰ লগতে সমল কেন্দ্ৰ দুটাৰ অন্তৰ্গত ঢেকীয়াজানী বড়ো এম ই স্কুল, ৮০ নং সাকোগুৰি এলপি স্কুল আৰু ঢেকীয়াজানী খানচাই বড়ো এলপি স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ সহযোগিতাত জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল কেন্দ্ৰ সমন্বয়কসকলে ঢেকীয়াজানী বড়ো এম ই স্কুল প্ৰাংগনত ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ পঢ়া, ছবি অঁকা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এক নৃত্য-গীতৰ অনুষ্ঠানৰো আয়োজন কৰে ৷

WhatsApp Image 2022 02 18 at 6.18.15 PM 2

মণ্ডল কেন্দ্ৰ সমন্বয়ক টংকেশ্বৰ পাঠকে আঁত ধৰা অনুষ্ঠানটোত আন এগৰাকী মণ্ডল কেন্দ্ৰ সমন্বয়ক ক্ৰিতাল ৰামচিয়াৰীয়ে এটি সুন্দৰ গীত পৰিবেশন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ ইয়াৰ পাছতে জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমন্বয়ক, গাণনিক বিষয়া বনাম ভকুৱামাৰী আৰু বুনমাজা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষকসকলৰ মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ৷ খেলখনত মণ্ডল সমন্বয়ক, গাণনিক বিষয়াসকলৰ দলে জয়লাভ কৰিবলৈ সক্ষম হয় ৷

WhatsApp Image 2022 02 18 at 6.18.14 PM 1

ৰাতিপুৱাৰ পৰা অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যক্ৰমণিকা সমূহত উপস্থিত থাকে বাগসা জিলা সৰ্বশিক্ষা অভিযানৰ জিলা শিক্ষক প্ৰশিক্ষক প্ৰণৱজ্যোতি কলিতা, বিআৰপি উমানন্দ বড়ো, স্বপন কুমাৰ ৰয় আৰু কে’বাখনো স্কুলৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gunotsav 2022
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d