Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

PMAY : প্ৰধানমন্ত্ৰী আৱাস নিৰ্মাণত ব্যাপক দুৰ্নীতি

ভুৱা গৃহ-ব্যক্তিৰ ফটোৰে জিঅ'টেগ কৰি ৮১,২৫০ টকা আত্মসাৎ মাটিয়া উন্নয়ন খণ্ডত

publisher by publisher
December 16, 2022
in Assam, India, News
Reading Time: 1 min read
0
PMAY : প্ৰধানমন্ত্ৰী আৱাস নিৰ্মাণত ব্যাপক দুৰ্নীতি
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Dhupdhara:আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ অপচেষ্টা চলোৱা ডকাইত গুলিবিদ্ধ

Goalpara Murder :গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা

PMAY : গোসাইগাওঁত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি

PMAY :

গোৱালপাৰা জিলাৰ মাটিয়া উন্নয়ন খণ্ডৰ বিষয়া ৰবেন কুমাৰ বৰ্মনৰ প্ৰশাসনিক দূৰ্বলতাৰ বাবেই একাংশ তলতীয়া কৰ্মচাৰীয়ে আঁচনি ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰা বুলি দীৰ্ঘদিনৰ পৰাই ৰাজহুৱা অভিযোগ উত্থাপিত হৈ আহিছে ।

ADVERTISEMENT

শেহতীয়াভাৱে বুদুচৰ গাওঁ পঞ্চায়তৰ এগৰাকী প্ৰতিনিধিয়ে ভুৱা ফটো আৰু গৃহৰ জিঅ’টেগ কৰি বেংক একাউণ্টযোগে ৮১,২৫০ টকা উঠাই আত্মসাৎ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত গাওঁ পঞ্চায়তৰ পা‍ঁচ নম্বৰ ৱাৰ্ডৰ বৰবালুপাৰাৰ সদস্য হাছানুৰ ইছলামে যোৱা ১৪ ডিচেম্বৰত গোৱালপাৰা গ্ৰামোন্নয়ন অভিকৰণ প্ৰকল্পৰ সঞ্চালকক এখনি লিখিত অভিযোগ দাখিল কৰিছে ।

অভিযোগ অনুসৰি বুদুচৰ গাঁও পঞ্চায়তৰ অন্তর্গত ন নম্বৰ ৱাৰ্ড অৰ্থাৎ বসন্তপুৰ ইঞ্চিৰ ওমেদ আলী শ্বেখৰ পুত্ৰ জেল হক (আইডি নম্বৰ – এএছ ২১৮৩৪৫২)ৰ নামত এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন হয় । কিন্তু কোনো ধৰণৰ গৃহ নিৰ্মাণ নকৰাকৈয়ে জেল হকৰ আইডিৰ বিপৰীতে ইতিমধ্যে দুটা কিস্তিত মুঠ ৮১,২৫০ টকা উঠোৱা হৈছে ।

ইয়াৰে প্ৰথম কিস্তি হিচাপে যোৱা ৩১ মে’ত ৩২৫০০ টকা আৰু ২১ এপ্ৰিলত ৪৮৭৫০ টকা বেংক একাউণ্টযোগে আদায় দিয়া হৈছে । অতি আশ্চর্যজনক কথাটো হল যে কোনো ধৰণৰ গৃহ নিৰ্মাণ নকৰা স্বত্বেও উক্ত হিতাধিকাৰীৰ বিপৰীতে দুটাকৈ কিস্তিৰ টকা নিয়ম বহিৰ্ভূতভাৱে আদায় দিছে কৰ্তৃপক্ষই ।

বিশেষকৈ জিঅ’টেগৰ সময়ত পুৰণি বৃহৎ আকাৰৰ অৰ্ধ নিৰ্মিত অৱস্থাত থকা ঘৰৰ স’তে এগৰাকী পঞ্চায়ত সদস্যৰ পত্নীৰ ফটো উঠাই দ্বিতীয় কিস্তিৰ টকা আদায় দিয়া হৈছে । কোনো ধৰণৰ তদন্ত নকৰাকৈয়ে উৎকোচৰ বিনিময়ত ভুৱা ব্যক্তি আৰু অন্য ঘৰৰ ফটো সম্বলিত জিঅ’টেগৰ বিপৰীতে কৰ্তৃপক্ষই টকা মোকলাই দিয়াটো সচেতন মহলে সহজভাৱে মানি ল’ব পৰা নাই ।

ইপিনে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক জালিয়াতিত লিপ্ত থকা চক্ৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে অভিযোগকাৰী পঞ্চায়ত সদস্য হাছানুৰ ইছলামে ।

উল্লেখ্য যে মাটিয়া উন্নয়ন খণ্ডৰ বিষয়া ৰাবেন কুমাৰ বৰ্মন এণ্ড কোম্পানীৰ ছত্ৰ ছায়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে অমৃত সৰোৱৰ, এমজিএনৰেগা, পঞ্চদশ বিত্তীয় আয়োগ আদি আঁচনিৰ উপৰিও হাট-বজাৰ পতনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MatiaPMAY
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d