Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

আগন্তুক দিনত অসমৰ ৰাজনীতিত অগপ অনন্য শক্তি বিবেচিত হ’বঃ অতুল বৰা

publisher by publisher
May 29, 2023
in India, Assam, News
Reading Time: 2 mins read
0
AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
1
SHARES
9
VIEWS
ShareShareShareShare

AGP Meeting In Dibrugarh:

অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰ কৰ্মোদ্যম আৰু উৎসাহেৰে অসমৰ প্ৰতিটো লোকসভা সমষ্টিত অগপই আয়োজন কৰি অহা লোকসভা সমষ্টি ভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলন আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত কেইবা সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু কৰ্মীৰ উপস্থিতিত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়।

ADVERTISEMENT

agp 1সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক তথা বিধায়ক পোনাকন বৰুৱাই । সন্মিলনৰ আৰম্ভনিতে জালুকবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত সাত গৰাকী শিক্ষাৰ্থীৰ অকাল বিয়োগত দুখ প্ৰকাশ কৰি মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

RelatedPosts

Union Minister Sarbananda Sonowal Pressmeet:কেন্দ্রীয় বাজেটে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক নতুন ভাৰতৰ বিকাশৰ অন্যতম কেন্দ্রবিন্দুলৈ ৰূপান্তৰিত কৰিব: সৰ্বানন্দ সোণোৱাল

Amit Shah:দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

Batadova Than:বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাৰ 

সন্মিলনত সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ জনগণক জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে ৰাজনৈতিকভাৱে সুসংগঠিত কৰি অসম আৰু অসমীয়াৰ স্বাধিকাৰ সুৰক্ষিত কৰাই অসম গণ পৰিষদ দলৰ মূল লক্ষ্য। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ নিৰ্বাচনী যুঁজত অসম গণ পৰিষদক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰোৱাটো অগপৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ মুখ্য দায়িত্ব।

সেয়েহে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অগপৰ প্ৰতি থকা মৰম আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি ডিব্ৰুগড় লোকসভা সমষ্টিত দলটোৰ সংগঠনৰ প্ৰতিটো স্তৰ শক্তিশালী কৰাত দলীয় কৰ্মকৰ্তাসকলক নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। বৰাই দৃঢ়তাৰে কয় যে, আগন্তুক দিনত অসমৰ ৰাজনীতিত অসম গণ পৰিষদ দল এক অনন্য শক্তি হিচাপে পৰিগণিত হ’ব আৰু ৰাজ্যখনৰ বিকাশৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাব।

agp atul boraসভাপতি বৰাই লগতে পোৱা-নোপোৱাৰ হিচাপ নকৰি বৰ্তমানক লগত লৈ ভৱিষ্যতমুখী দৃষ্টিভংগী আৰু জাতীয়তাবাদী চিন্তাৰে জাতিটোৰ হকে, অগপৰ হকে উৎসৰ্গিত মনোভাবেৰে কাম কৰি যাবলৈ কৰ্মীসকলক আহ্বান জনায়। সভাত দলৰ কৰ্মকৰ্তাসকলৰ উদ্যম আৰু তৎপৰতা দেখি বৰাই অনাগত দিনবোৰত ডিব্ৰুগড় লোকসভা সমষ্টিত অসম গণ পৰিষদে সবল ৰূপত উজ্জীৱিত হৈ উঠিব বুলি মন্তব্য কৰে।

agp keshab mahantaকৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই সভাপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত অসম গণ পৰিষদ অপ্ৰতিৰোধ্য শক্তিৰে প্ৰাণৱন্ত হৈ উঠিছে বুলি মন্তব্য কৰে। তৃণমূল পৰ্যায়ৰ দলটো সুসংগঠিত কৰা কৰ্মকৰ্তা সকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দুৰন্ত গতি লাভ কৰিছে বুলি কৈ কাৰ্য্যকৰী সভাপতি মহন্তই লগতে এই নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখি অধিক গতিশীলতাৰে দলটোক জনমুখী কৰি সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত নিৰঙ্কুশ বিজয় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূৰ্ণোদ্যমেৰে প্ৰস্তুতি চলোৱাৰ বাবে সকলো দলীয় কৰ্মকৰ্তাকে আহ্বান জনায়।

সন্মিলনত জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে তৃণমূল পয্যায়ৰ পৰা দলৰ সাংগঠনিক ভেটি মজবুত কৰাত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰে আৰু দলটোক সৰ্বস্তৰতে শক্তিশালী কৰিবৰ বাবে দলীয় কৰ্মীসকলক মুকলি আহ্বান জনায়। সভাত দলৰ সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাইয়ো দলীয় সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সন্মিলনতে অসম গণ পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া দীপক বৰুৱা আৰু কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নৰেন্দ্ৰ মহেলাই দলত যোগদান কৰে।

সভাত শলাগৰ শৰাই আগবঢ়ায় কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সুনীল ৰাজকোৱঁৰে। সন্মিলনত বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰী , উপসভাপতি কুমাৰ দীপক দাস, সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সত্যব্ৰত কলিতা আৰু সম্পাদক প্ৰবীন দত্ত, অতুল কোচঁ, সম্পাদক বিত্ত জয়ন্ত খাউণ্ড, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকল, ভাতৃ আৰু ভগ্নী পৰিষদ সমূহৰ সভাপতি সকল আৰু সভানেত্ৰী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ অৰ্ন্তগত সাংগঠনিক জিলা সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল, বিধান পৰিষদ সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP Worker MeetingDIBRUGARHMinister Atul BoraMinister Keshab Mahanta
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d