Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 ১০৪ বছৰ বয়সত পৰীক্ষাত অৱতীৰ্ণ হৈ ৮৯শতাংশ নম্বৰ লাভ জ্যেষ্ঠাৰ

publisher by publisher
November 20, 2021
in India, News
Reading Time: 1 min read
0
 ১০৪ বছৰ বয়সত পৰীক্ষাত অৱতীৰ্ণ হৈ ৮৯শতাংশ নম্বৰ লাভ জ্যেষ্ঠাৰ
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

কেৰালাত শশী থাৰুৰ কনভয়ত আক্ৰমণঃ নিৰ্বাচনী প্ৰচাৰত উত্তেজনা বৃদ্ধি

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী আজি ঘোষণা কৰিব নিৰ্বাচন আয়োগ

‘কেৰেলা’ৰ পৰা ‘কেৰালম’! নাম সলনিৰ দিশে আগবাঢ়িছে ৰাজ্যখন

ইচ্ছা থাকিলে ১০০ বছৰ বয়সতাে মনযােগৰে পঢ়া-শুনা কৰিব পাৰি। এই কথাই প্রমাণ কৰিলে কেৰালাৰ এগৰাকী জ্যেষ্ঠা মহিলাই।

ADVERTISEMENT

স্কুল-কলেজ শিক্ষা গ্ৰহণৰ পাছতে কর্মজীৱনত প্ৰৱেশ কৰিলেই আমি ভাবাে যে শিক্ষা আহৰণ সমাপ্ত হ’ল। কিন্তু নহয়।

ইচ্ছা থাকিলে, বিচাৰিলে যিকোনাে বয়সতে শিক্ষা আহৰণ কৰিব পাৰি। ইচ্ছা থাকিলে যি কোনাে ব্যক্তিয়ে ১০০ বছৰ বয়সততা পঢ়া-শুনা কৰিব পাৰে, আনুষ্ঠানিক শিক্ষা আহৰণ কৰিব পাৰে৷

ইয়াৰে এক নিদর্শন কেৰালাৰ কুট্টিয়াম্মা। ১০৪ বছৰ বয়সত পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০ ভিতৰত ৮৯ শতাংশ নম্বৰ লাভ কৰিলে কুটিয়াম্মাই।

কেৱল কেৰালাতে নহয়, সমগ্র দেশতে এক অনন্য নিদর্শন স্থাপন কৰিলে কুট্টিয়াম্মাই। কেৰালাৰ ৰাজ্যিক সাক্ষৰতা অভিযানৰ অধীনত আয়ােজিত পৰীক্ষাত সকলােৰে বাবে অনুপ্ৰেৰণাৰ সঞ্চাৰ কৰিলে এইগৰাকী বৃদ্ধাইকেৰালা চৰকাৰে সাক্ষৰতা বৃদ্ধিৰ
বাবে অব্যাহত ৰখা প্রচেষ্টাৰ কথা সমগ্র দেশবাসীৰে জ্ঞাত।

এই অভিযানতে এক নতুন নজিৰ স্থাপন কৰিলে ১০৪ বছৰ বয়সীয়া কুট্টিয়াম্মাই। ৰাজ্যখনৰ সকলাে স্তৰত সাক্ষৰতা বৃদ্ধিৰ লক্ষ্যৰে কেৰালা চৰকাৰে সঘনে বিভিন্ন অঞ্চলত সাক্ষৰতা পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।

এই পৰীক্ষাত বিদ্যালয় পর্যায়ত নানা প্রশ্ন কৰা হয়। অলপতে আয়ােজিত এনে এক সাক্ষৰতা পৰীক্ষাত অৱতীৰ্ণ হৈছিল কুট্টিয়াম্মা। ১০৪ বছৰ বয়সত সাক্ষৰতা পৰীক্ষাত অৱতীৰ্ণ হৈ কুট্টিয়াম্মাই লাভ কৰিলে ৮৯ শতাংশ নম্বৰ।

১০৪ বছৰ বয়সতত কুট্টিয়াম্মাৰ আগ্ৰহ আৰু স্মৰণ শক্তিৰ প্ৰখৰতা দেখি সকলােৱে অবাক হ’ল। এই বয়সততা কুট্টিয়াম্মাৰ স্মৰণ শক্তিৰ লগতে দৃষ্টিশক্তিও যথেষ্ট প্রখৰ হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KeralaKottayamKuttiyamma
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d