Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

World No Tobacco Day:বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন

শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ

publisher by publisher
May 30, 2023
in India, Assam, News
Reading Time: 1 min read
0
World No Tobacco Day:বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন
2
SHARES
18
VIEWS
ShareShareShareShare

World No Tobacco Day:

এখন শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম,অসমৰ উদ্যোগত কনজিউমাৰ ভয়েচ,নতুন দিল্লী, স্বাস্থ্য বিভাগৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত মঙলবাৰে গুৱাহাটীত চাইকেলাথন কাৰ্যসূচী অনুষ্ঠিত হয়।

ADVERTISEMENT

গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক চাইকেলিষ্টে অংশ লোৱা চাইকেলাথন কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে শিশু আৰু কিশোৰ সকলো ধঁপাতৰ প্ৰতি আকৃষ্ট হোৱা ঘটনা সমাজৰ বাবে যথেষ্ঠ ক্ষতিকাৰক বুলি মত প্ৰকাশ কৰে।

RelatedPosts

Consumers Legal Protection Forum celebrates National Youth Day:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

Consumers Legal Protection Forum:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ‘উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন’ শীৰ্ষক কৰ্মশালা

Sri Manta Sankardev Sangha New General Secretary:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত গুৱাহাটীৰ কুশল ঠাকুৰীয়া

cycle 2ধঁপাত নিয়ন্ত্ৰণৰ বাবে থকা আইন কঠোৰ ভাবে কাৰ্য্যকৰী কৰাৰ লগতে ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক ইয়াৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা পুৱা ৬ বজাত আৰম্ভ হোৱা চাইকেলাথন কাৰ্যসূচীৰ ফ্লেগ অফ কৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, উপকৰ আয়ুক্ত ফুলেশ্বৰ বসুমতাৰী, ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডঃ অৰুন্ধতী ডেকা, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ অশোক দাস, প্ৰতিষ্ঠানটোৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন (টাটা ট্ৰাষ্ট)ৰ ডাঃ সুব্ৰত চন্দা, নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱা, চাইকেলিং ফেডাৰেচন অফ ইণ্ডিয়াৰ যুটীয়া সচিব ডঃ তপন দাস আৰু কনজিউমাৰ ভয়েচ,নতুন দিল্লীৰ একতা পুৰোহিতে ।

খানাপাৰাৰ পৰা উলুবাৰীহৈ পুনৰ খানাপাৰালৈ উভতি অহা চাইকেলিষ্ট সকলে ধঁপাত বিৰোধী আইন শক্তিশালী কৰাৰ দাবীৰে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰে। ছাত্ৰ, খেলুৱৈ, চিকিৎসক, অধিবক্তা, সমাজ কৰ্মী, সাংবাদিক আদি সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশ লোৱা চাইকেলাথন কাৰ্যসূচী পৰিচালনা কৰি কনজিউমাৰ্চ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই নিজৰ ভাষণত শেহতীয়া গ্লোবেল য়ুথ টবাক চাৰ্ভেৰ উদ্ধৃতি দি কয় য়ে ভাৰতৰ ১৩-১৫ বছৰ বয়সৰ এক পঞ্চমাংশ ছাত্ৰ-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে।

cycle 3অসমত প্ৰায় ১২ শতাংশ ছাত্র-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে। কৰ্কট ৰোগৰ অন্যতম কাৰণ ধঁপাত সেৱন। উপস্থিত বিশিষ্ট লোক সকলে বছৰটোৰ এটা দিনে নহয়, বৰং প্ৰতিটো দিনেই ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায়। তেওঁলোকে ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক ধঁপাতৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইনৰ অধিক শক্তিশালী কৰাৰ সপক্ষে দৃঢ় পোষণ কৰে। অনুষ্ঠানত চাইকেলিষ্ট সকলে এখন ধঁপাত মুক্ত সমাজ গঢ়াৰ শপত বাক্য পাঠ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Consumers Legal Protection ForumCycle RallyGuwagatiWorld No Tobacco Day
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d