Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

World No Tobacco Day:বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন

শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ

publisher by publisher
May 30, 2023
in Assam, India, News
Reading Time: 1 min read
0
World No Tobacco Day:বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Consumers Legal Protection Forum celebrates National Youth Day:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন

Consumers Legal Protection Forum:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ‘উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন’ শীৰ্ষক কৰ্মশালা

Sri Manta Sankardev Sangha New General Secretary:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত গুৱাহাটীৰ কুশল ঠাকুৰীয়া

World No Tobacco Day:

এখন শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম,অসমৰ উদ্যোগত কনজিউমাৰ ভয়েচ,নতুন দিল্লী, স্বাস্থ্য বিভাগৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত মঙলবাৰে গুৱাহাটীত চাইকেলাথন কাৰ্যসূচী অনুষ্ঠিত হয়।

ADVERTISEMENT

গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক চাইকেলিষ্টে অংশ লোৱা চাইকেলাথন কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে শিশু আৰু কিশোৰ সকলো ধঁপাতৰ প্ৰতি আকৃষ্ট হোৱা ঘটনা সমাজৰ বাবে যথেষ্ঠ ক্ষতিকাৰক বুলি মত প্ৰকাশ কৰে।

ধঁপাত নিয়ন্ত্ৰণৰ বাবে থকা আইন কঠোৰ ভাবে কাৰ্য্যকৰী কৰাৰ লগতে ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক ইয়াৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে। বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা পুৱা ৬ বজাত আৰম্ভ হোৱা চাইকেলাথন কাৰ্যসূচীৰ ফ্লেগ অফ কৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, উপকৰ আয়ুক্ত ফুলেশ্বৰ বসুমতাৰী, ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডঃ অৰুন্ধতী ডেকা, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ অশোক দাস, প্ৰতিষ্ঠানটোৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন (টাটা ট্ৰাষ্ট)ৰ ডাঃ সুব্ৰত চন্দা, নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱা, চাইকেলিং ফেডাৰেচন অফ ইণ্ডিয়াৰ যুটীয়া সচিব ডঃ তপন দাস আৰু কনজিউমাৰ ভয়েচ,নতুন দিল্লীৰ একতা পুৰোহিতে ।

খানাপাৰাৰ পৰা উলুবাৰীহৈ পুনৰ খানাপাৰালৈ উভতি অহা চাইকেলিষ্ট সকলে ধঁপাত বিৰোধী আইন শক্তিশালী কৰাৰ দাবীৰে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰে। ছাত্ৰ, খেলুৱৈ, চিকিৎসক, অধিবক্তা, সমাজ কৰ্মী, সাংবাদিক আদি সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশ লোৱা চাইকেলাথন কাৰ্যসূচী পৰিচালনা কৰি কনজিউমাৰ্চ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই নিজৰ ভাষণত শেহতীয়া গ্লোবেল য়ুথ টবাক চাৰ্ভেৰ উদ্ধৃতি দি কয় য়ে ভাৰতৰ ১৩-১৫ বছৰ বয়সৰ এক পঞ্চমাংশ ছাত্ৰ-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে।

অসমত প্ৰায় ১২ শতাংশ ছাত্র-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে। কৰ্কট ৰোগৰ অন্যতম কাৰণ ধঁপাত সেৱন। উপস্থিত বিশিষ্ট লোক সকলে বছৰটোৰ এটা দিনে নহয়, বৰং প্ৰতিটো দিনেই ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায়। তেওঁলোকে ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক ধঁপাতৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইনৰ অধিক শক্তিশালী কৰাৰ সপক্ষে দৃঢ় পোষণ কৰে। অনুষ্ঠানত চাইকেলিষ্ট সকলে এখন ধঁপাত মুক্ত সমাজ গঢ়াৰ শপত বাক্য পাঠ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Consumers Legal Protection ForumCycle RallyGuwagatiWorld No Tobacco Day
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d