Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Consumers Legal Protection Forum:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ‘উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন’ শীৰ্ষক কৰ্মশালা

অসমৰ গ্ৰাম্য অঞ্চলৰ ২০.০২ শতাংশ মহিলা আৰু ২২.০৭ শতাংশ পুৰুষ উচ্চৰক্তচাপত আক্ৰান্ত

publisher by publisher
August 30, 2023
in Assam, India, News
Reading Time: 1 min read
0
Consumers Legal Protection Forum:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ‘উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন’ শীৰ্ষক কৰ্মশালা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Consumers Legal Protection Forum:

প্ৰতি ৪ জন প্রাপ্তবয়স্ক ভিতৰত এজন উচ্চৰক্তচাপত আক্ৰান্ত। এই ক্ষেত্ৰত অসমৰ পৰিস্থিতি দেশৰ অন্য প্ৰান্তৰ তুলনাত পৃথক নহয়। উচ্চ ৰক্তচাপত আক্ৰান্তৰ বৃদ্ধিৰ হাৰ দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমত অধিকহে। অসমৰ গ্ৰাম্য অঞ্চলত উচ্চ ৰক্তচাপ সন্দৰ্ভত সজাগতাৰ যথেষ্ট অভাব।

ADVERTISEMENT

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত আৰু কনজিউ মাৰ ভয়েচ-নতুন দিল্লীৰ সহযোগত বুধবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰাত ‘উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন’ শীৰ্ষক কৰ্মশালাত উপস্থিত থকা স্বাস্থ্য বিশেষজ্ঞ সকলে এই উদ্বেগজনক তথ্য সদৰী কৰে। কৰ্মশালাখন উদ্বোধন কৰি দিয়া ভাষণত অসম চৰকাৰৰ অতিৰিক্ত স্বাস্থ্য সঞ্চালক ডাঃ নকুল শ্যামে উচ্চৰক্তচাপৰ দৰে সমাজত ভয়াবহ ৰূপ ধাৰণ কৰা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু এই সন্দৰ্ভত বিশেষকৈ গ্ৰামাঞ্চলত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ অসংক্ৰমিত ৰোগ বিভাগৰ ৰাজ্যিক প্ৰগ্ৰাম বিষয়া ডাঃ ৰাহুল কুমাৰ শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কমিউনীটি মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৌচমী কৃষ্ণত্রেয়া, ডাউন টাউন হাস্পাতালৰ কার্ডিয়লজিষ্ট ডাঃ জিতুমনি কলিতা আৰু নেচনেল মেডিকছ অৰগেনাইজেশ্বনৰ কাৰ্যকৰ্তা ডাঃ ঋষিকেশ শৰ্মাই আগতীয়া চিনাক্ত, উপযুক্ত চিকিৎসা আৰু জীৱন ধাৰণৰ মান পৰিৱৰ্তন কৰি উচ্চৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ সপক্ষে বিভিন্ন ব্যাখ্যা আগবঢ়ায়।

চিকিৎসা বিশেষজ্ঞ সকলৰ মতে অধিকাংশ ভাৰতীয়ই অৱগত নহয় যে তেওঁলোক অজানিতে উচ্চৰক্তচাপত আক্ৰান্ত হৈ আছে। যাৰ ফলত ষ্ট্ৰক আৰু কার্ডিয়াক এৰেষ্টৰ দৰে ঘটনা অধিক বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ দ্বাৰা কেৱল জ্যেষ্ঠ জনেই নহয়, মহিলা আৰু যুৱকো আক্ৰান্ত হৈ আছে। কিন্তু এই ক্ষেত্ৰত সৰ্বসাধাৰণ লোকৰ মাজত উপযুক্ত পৰিচৰ্যা আৰু সজাগতাৰ যথেষ্ট অভাৱ দেখিবলৈ পোৱা যায়।

কৰ্মশালাখন পৰিচালনা কৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয় – শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা – ৫ অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলৰ ২০.০২ শতাংশ মহিলা আৰু ২২.০৭ শতাংশ পুৰুষ উচ্চৰক্তচাপত আক্ৰান্ত। ১৫ পৰা ৪৯ বছৰ বয়সৰ ১৯ শতাংশ মহিলা আৰু ২০ শতাংশ পুৰুষ উচ্চৰক্তচাপত ভোগে।

কৰ্মশালাত উপস্থিত থাকি কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ প্ৰকল্প বিষয়া নিলাঞ্জনা বোসে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে প্ৰতি বছৰে ভাৰতত ২৭ শতাংশ লোক হৃদজনিত ৰোগত মৃত্যু মুখত পৰে। ইয়াৰে ৪৫ শতাংশই হল ৪০ বছৰৰ পৰা ৬৯ বছৰ বয়সৰ। এনে হৃদজনিত ৰোগত মুখ্য কাৰণ হল উচ্চৰক্তচাপ।

কৰ্মশালাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক জ্যেষ্ঠ নাগৰিক, মহিলা, যুৱক-যুৱতী, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সামাজিক সংগঠনৰ প্ৰতিনিধি আৰু সাংবাদিক উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Consumers Legal Protection ForumDiscussion WorkshopGuwahati
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d