Cm Announced:উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বাবে সাজু হোৱা নাই শিক্ষা সংসদ

সাজু হোৱাৰ পাছতে ঘোষণা কৰা হ'ব ফলাফল:মুখ্যমন্ত্ৰী

ahsec

Cm Announced:

অহা জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ওলাব ৷ ফলাফলৰ বাবে এই সাজু হোৱা নাই শিক্ষা সংসদ।

ADVERTISEMENT

অৱশ্যে সাজু হৈ উঠাৰ পাছতে পাছতে ঘোষণা কৰা হ’ব ফলাফল । আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

আনহাতে, শিক্ষা সংসদক মই প্ৰেছাৰ দিব বিচৰা নাই। নহ’লে অতিৰিক্ত চাপে বিৰূপ প্ৰভাৱ পেলাব ফলাফল প্ৰকাশত। এনে প্ৰেক্ষাপটত সংসদক অতিৰিক্ত চাপ নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।

Exit mobile version