Ambubachi Mela In kamakhy:অম্বুবাচী মেলা উপলক্ষে কামৰূপ(ম) জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা

২১ জুনৰ পৰা ২৭ জুনলৈকে জিলাৰ শিক্ষানুষ্ঠানসমূহে পৰীক্ষা অনুষ্ঠিত কৰাত বাধাআৰোপ প্ৰশাসনৰ

kamakhya

Ambubachi Mela In kamakhy:

চলিত মাহৰ ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা। মেলাৰ বাবে কামৰূপ মহানগৰ জিলাত কোনোধৰণৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব শিক্ষা বিভাগে। এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ প্ৰশাসনে ৷

ইতিমধ্যে জিলা শিক্ষা বিভাগলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে কামৰূপ মহানগৰ জিলা উপয়ুক্তই ৷ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি ২১ জুনৰ পৰা ২৭ জুনলৈকে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী – বেচৰকাৰী শিক্ষানুষ্ঠানসমূহে কোনো পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব  ৷

Exit mobile version